Bulgaria as tourist venue

   পৃথিৱীৰ এনে এখন দেশ যি দেশৰ ১২ শতাংশ লোক ইছলাম ধৰ্মী হলেও সেই দেশত বোৰ্খা পিন্ধা নিষিদ্ধ , যি দেশৰ বজাৰত কিনিবলৈ পোৱা যায় কুমাৰী যুৱতী। সেই দেশ হৈছে ইউৰোপ মহাদেশৰ এখন সৰু দেশ বুলগেৰিয়া ( Bulgaria ) ।

Bulgaria as tourist venue tourist place Cocos island
মাত্ৰ সত্তৰ লাখ জনসংখ্যাৰ দেশ বুলগেৰিয়া আৰু তাৰ প্ৰায় পোন্ধৰ লাখ লোক বসবাস কৰে ৰাজধানী চফীয়াত । চফীয়া ( Sofia ) হৈছে বুলগেৰিয়াৰ আটাইতকৈ ডাঙৰ আৰু প্ৰসিদ্ধ চহৰ। বুলগেৰিয়াৰ ৰাজধানী চহৰ চফীয়া এখন অতি মনোমোহা চহৰ , যি চহৰ অতি পৰিপাতি আৰু সেই চহৰত আছে বহুত প্ৰাকৃতিক আৰু নৈসৰ্গিক দৃশ্য।

Bulgaria as tourist venue Bulgaria as tourist venue

যদিহে বুলগেৰিয়াৰ কোনো ধনী লোকে ইচ্ছা কৰে তেন্তে তেওঁ বজাৰৰ পৰা কিনি আনিব পাৰে ধুনীয়া কুমাৰী যুৱতী নিজে বিবাহ কৰিবলৈ । বুলগেৰিয়াত প্ৰতি বছৰে তিনি চাৰিবাৰ যুৱতীৰ বজাৰ বহে। আকৌ সেই বজাৰত এনে নিয়ম আছে যদি কোনো যুৱতী আৰু কোনো যুৱকৰ যদি পৰস্পৰে পৰস্পৰক পছন্দ হৈ যায় তেতিয়া লগে লগে সেই যুৱক আৰু যুৱতীৰ পৰিয়াল বৰ্গৰ মাজত আৰ্থিক লেনদেনৰ দামদৰ আৰম্ভণি হৈ যায়। সেই দাম বা মূল্য সৰ্বনিম্ন আঢ়ৈ লাখৰ পৰা সৰ্বাধিক পাঁচ লাখ টকা হ’ব পাৰে।

Bulgaria as tourist venue Bulgaria as tourist venue Bulgaria as tourist venue
বুলগেৰিয়াৰ ১২ শতাংশ লোক ইছলাম ধৰ্মী হলেও সেই দেশত বোৰ্খা পিন্ধা নিষিদ্ধ আৰু এই আইন বুলগেৰিয়াৰ সংসদত বিপুল ভোটত গ্ৰাহ্য কৰা হৈছিল।

Bulgaria as tourist venue
বুলগেৰিয়াৰ আটাইতকৈ ডাঙৰ সমুদ্ৰ বিচ্ছ্ ( Beaches ) খনৰ নাম হৈছে চানি বিচ্ছ্ ( Sunny beach) , পৃথিৱীৰ হাজাৰ হাজাৰ পৰ্যটক ভিৰ কৰে এই চানি বিচ্ছ্ ( Sunny beach) ত ।

Bulgaria as tourist venue Bulgaria as tourist venue Bulgaria as tourist venue
বুলগেৰিয়াৰ মানুহৰ এটা বস্তু নহলে তেওঁলোকৰ দিন নচলে ; তেওঁলোকে ব্ৰেকফাষ্ট, লাঞ্চ কিন্বা দিনাৰৰ পিছত দৈ নাখালে নহয়।


বুলগেৰিয়া এখন শীতপ্ৰধান দেশ, শীতকালত সমগ্ৰ বুলগেৰিয়াৰ ভূমিপৃষ্ঠত বৰফ পৰি সেই ভূমিপৃষ্ঠ এখন বগা চাদৰৰে ঢাকি ৰখাৰ দৰে হয় দেখিবলৈ। আৰু সেই তেনেদৰে বৰফ পৰা বাবেই হাজাৰ হাজাৰ পৰ্যটক স্কাইটিং ( Skiting) কৰিবলৈ বুলগেৰিয়াৰ ভূমিত ভিৰ কৰে।

সুন্দৰী যুৱতীৰ দেশ , বিদেশী যুৱকৰ সৈতে ফুৰ্তি কৰে যুৱতীয়ে ! জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক

সুন্দৰী যুৱতীৰ দেশ , বিদেশী যুৱকৰ সৈতে ফুৰ্তি কৰে যুৱতীয়ে !

বিবাহ নহয় যুৱতীৰ কিন্তু পৃথিৱীৰ বুকুত এটুকুৰা স্বৰ্গ হিচাপে জনাজাত ! জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক

বিবাহ নহয় যুৱতীৰ কিন্তু পৃথিৱীৰ বুকুত এটুকুৰা স্বৰ্গ হিচাপে জনাজাত !

বুলগেৰিয়াৰ কোনো লোক যদি চিকিৎসাৰ বাবে চিকিৎসকৰ ওচৰলৈ যায় তেতিয়া তেওঁলোকে ফলমূল, বিস্কুট , গাখীৰ , ৱাইন , হুইচকী আদি লগত লৈ যায় চিকিৎসকক উপহাৰ দিবলৈ কিয়নো তেওঁলোকৰ বিশ্বাস অনুসৰি চিকিৎসক হৈছে অতি সন্মানীয় ব্যক্তি।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *