German

পতিতাৰ চৰকাৰী টিকট 🤔 এই অদ্ভুত কৰ্ম অকল জাৰ্মানীতে ঘটে !

  এই পৃথিৱীৰ বেছি ধনী দেশসমুহৰ লোকসকলৰ চিন্তাধাৰা অতি বেছি আধুনিক হয় ; সেই কাৰণে তেনে দেশৰ চৰকাৰে সেই দেশৰ লোকৰ বাবে অদ্ভুত কিছুমান নিয়ম বা আইন প্ৰস্তুত কৰিবলৈ বাধ্য হয়। তেনে এখন দেশ হৈছে জাৰ্মানী ; সেই দেশ যিমান আধুনিক আৰু ধনী তাতোকৈ বেছি ধনী আৰু আধুনিক সেই দেশৰ জনগণ। সেই দেশৰ নাগৰিকে চৰকাৰে তৈয়াৰ কৰা নিয়ম সমূহ খুব মনোযোগ সহকাৰে পালন কৰা প্ৰত্যক্ষ হয়। কিন্তু সেই নিয়ম বা আইনৰ কথা শুনিলে অইন দেশৰ লোকসকলৰ চকু কপালত উঠে।

German  as tourist venue tourist place Cocos islandGerman  as tourist venue German  as tourist venue
যিহেতু জাৰ্মানীৰ লোক অত্যন্ত আধুনিক সেয়ে এই দেশত 2002 চনৰ প্ৰথম জানুৱাৰীৰ পৰা যুৱতীৰ দেহ ব্যৱসায় বৈধ হিচাপে আইন জাৰি কৰা হৈছিল ; সেয়ে দিন হওঁক বা নিশা , লক ডাউন হওঁক বা আনলক্ জাৰ্মানীত সেই কৰ্ম কেতিয়াও বন্ধ নহয়।

German  as tourist venue German  as tourist venue
তাতোকৈ মজাৰ কথা যে জাৰ্মানীৰ কোনো প্ৰতিবন্ধী লোকে যদি যৌনতাৰ সোৱাদ লব বিচাৰে তেন্তে তেওঁৰ বাবে সেই সুবিধা জাৰ্মান চৰকাৰে নিজৰ খৰছত বহন কৰে। আৰু সেই প্ৰতিবন্ধী লোকে নিজৰ ইচ্ছা অনুসৰি নিজ পছন্দৰ যুৱতীৰে নিজকে সন্তুষ্ট কৰিবলৈ সুযোগ গ্ৰহণ কৰে।

German  as tourist venue German  as tourist venue German  as tourist venue
জাৰ্মানীৰ অন্য এক অদ্ভুত আৰু ৰহস্যময় কথা হৈছে যে জাৰ্মানীৰ জাতীয় পানীয় হৈছে বিচ্ছনাৰ অৰ্থাৎ ঠাণ্ডা বিয়েৰ ( Beer ) ; জাৰ্মানীৰ লোকে বিয়েৰক পানী জ্ঞান কৰি পানীৰ দৰে পান কৰে । সেই ঠাইত ছেপ্টেম্বৰ মাহৰ শেষৰ পৰা অক্টোবৰ মাহৰ ওঠৰ দিনলৈকে এক উৎসৱ পালন কৰা হয় যাক কোৱা হয় অক্টোবৰফেষ্ট ( Oktoberfest ) , সেই উৎসৱত খুব আনন্দ উল্লাস কৰাৰ লগতে 17 বিলিয়ন লিটাৰ বিয়েৰ পান কৰা হয় প্ৰতি বছৰে। আৰু সেই কাৰণে 10 কোটিতকৈ কম জনসংখ্যা থকা স্বত্বেও এই দেশ পৃথিৱীৰ আটাইতকৈ বেছি বিয়েৰ পান কৰা দেশ ৰূপে চিহ্নিত। এই দেশত 14 বছৰ বয়সৰ পৰাই ল’ৰা ছোৱালীয়ে বিয়েৰ পান কৰে , সেই দেশৰ যিকোনো অনুষ্ঠান বিয়েৰ অবিহনে অসম্পূৰ্ণ । সেই দেশত চাৰি হাজাৰতকৈ অধিক প্ৰকাৰৰ বিয়েৰ প্ৰস্তুত কৰা হয়।

জাৰ্মানীৰ 90% স্কুল কলেজৰ শিক্ষা সম্পূৰ্ণ ফ্ৰী, আনকি সেই দেশৰ স্থানীয় আৰু বিদেশী ছাত্ৰ ছাত্ৰী সকলোৰে বাবে সেই শিক্ষা বিনামূলীয়া।

জাৰ্মানীৰ সকলো জিলাতে কঠোৰ নিৰাপত্তা আছে লগতে আছে কঠোৰ শাস্তিৰ ব্যৱস্থা। কিন্তু এক অদ্ভুত নিয়ম আছে যে যদিহে কোনো অপৰাধীয়ে কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ বেষ্টনী ভাগি কোনো জেলৰ পৰা পলাবলৈ সক্ষম হয় তেতিয়া তেওঁক আৰু কোনো জেলত বন্দী কৰা নহয় ভৱিষ্যতে।

German  as tourist venue
আমাৰ দেশত যদিহে এক নিৰ্দিষ্ট গতিত কৈ অধিক গতিত গাড়ী চলোৱা হয় তেতিয়া যানবাহন আৰক্ষীয়ে চালান কাটি ফাইন লয় কিন্তু জাৰ্মানীত তেনে কোনো আইন নাই, কিয়নো জাৰ্মানীৰ পথ সমূহ খুব উন্নত মানৰ প্ৰযুক্তিৰ দ্বাৰা নিৰ্মিত আৰু সেইবাবেই চালকে যিমান ইচ্ছা সিমান গতিত গাড়ী চলাবলৈ লাইচেন্স লাভ কৰে। কিন্তু এটা নিয়ম আছে যে যাতে গাড়ীত সকলো সময়তে ইন্ধন পৰ্যাপ্ত পৰিমাণৰ থাকে আৰু যদি হঠাতে ইন্ধন শেষ হৈ যায় আৰু আৰক্ষীৰ চকুত ধৰা পৰে সেইটো অপৰাধ বুলি গণ্য কৰা হয় আৰু যাৰ বাবে গাড়ীৰ গৰাকীৰ জেইল অথবা জৰিমনা হ’ব পাৰে।

German  as tourist venue
পৃথিৱীৰ আটাইতকৈ বেছি দামী ব্ৰেণ্ডৰ গাড়ী জাৰ্মানীত উপলব্ধ ; মাৰচিডিছ্ ( Marcedes benz ) , ও’ডী (Audi car ) , বি এম ডব্লিউ ( BMW car) আদি আৰু পৃথিৱীৰ আটাইতকৈ বেছি চাৰিচকীয়া গাড়ী বিক্ৰী কৰা কোম্পেনী ভকছ্ৱাগণ ( Volkswagon ) জাৰ্মানীত অৱস্থিত।

German  as tourist venue German  as tourist venue

ইফালে ওখ আৰু লহপহীয়া , ধুনীয়া আকৰ্ষণীয় সুন্দৰী কুমাৰী যুৱতীৰ গৃহ হৈছে জাৰ্মানী ; জাৰ্মানীৰ সুন্দৰী যুৱতী বিদেশী পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। জাৰ্মানীৰ পৰ্যটন বিভাগৰ ৰিপোৰ্ট অনুসৰি জাৰ্মানীলৈ যোৱা পুৰুষ পৰ্যটকৰ প্ৰায় 90 শতাংশই জাৰ্মানীৰ পতিতা যুৱতীৰ সৈতে সময় কটাই। জাৰ্মানীৰ ৰাস্তা ঘাটত প্ৰশাসনৰ কিছুমান ডিজিটেল মেচিন থাকে আৰু কোনো যুৱতীয়ে দেহ ব্যৱসায় কৰিবলৈ হলে প্ৰথমে সেই মেচিনৰ পৰা টিকট লব লাগে তাৰ পিছত হে নিজৰ বেহা আৰম্ভণি কৰিব পাৰে, নহলে আইন মতে দণ্ডনীয় হয় সেই যুৱতী।

German  as tourist venue
জাৰ্মানী চৰকাৰে প্ৰতি বছৰে কিছুমান মানুহৰ নাম ঘোষণা কৰে আৰু সেই নাম সমূহ বাতিল কৰা ( Invalid ) বুলি ঘোষণা কৰে , আৰু সেই লোক সমূহে পুনৰ নতুন নাম লবলৈ বাধ্য হয়। অৰ্থাৎ যদি জাৰ্মান চৰকাৰে কাৰোবাৰ নামৰ কোনো অৰ্থ নাই বুলি ভাৱে তেতিয়াই সেই নাম বাতিল কৰে কিয়নো জাৰ্মান চৰকাৰৰ বিশ্বাস যে মানুহে যি নামে ৰাখক তাৰ কিবা অৰ্থ অৱশ্যে থকা দৰকাৰী।

জাৰ্মানী দেশখন বহুসময়ত বহু শাসকে শাসন কৰিছিল আৰু যেতিয়াই কোনো নতুন শাসকে জাৰ্মানীৰ শাসন ভাৰ লয় তেতিয়া সেই শাসকে নিজে বসবাস কৰা ঠাইখিনিকে ৰাজধানী ঘোষণা কৰি দিছিল , সেইবাবেই সাত বাৰতকৈ অধিক কাল জাৰ্মানীৰ ৰাজধানী সলনি হৈছিল। কিন্তু 1918 চনৰ পৰা জাৰ্মানীৰ ৰাজধানী বাৰ্লিন ( Berlin ) , যি আজিও বাহাল আছে ।

Bulgaria as tourist venue
জাৰ্মানীত যদি কোনোবাই কাৰোবাৰ জন্মদিনৰ শুভেচ্ছাঁ আগতীয়া কৈ জনাই তেন্তে সেয়া খুব অস্বস্তিকৰ কথা হৈ পৰে , আৰু যদি জাৰ্মানীত কাৰোবাৰ জন্মদিনৰ অনুষ্ঠান চলি থকা সময়ত যদিহে কোনোবা চাৰিজনে এখন টেবুলত বহি জন্মদিনৰ পাৰ্টি কৰিছে তেনেহলে সেই চাৰিজনৰ কোনো এজনে বিশেষ অসুবিধা হলেও আগতীয়া কৈ বিয়েৰৰ গিলাচ সামৰিব নোৱাৰে, লগতে সেই তিনিজনক এৰি পাৰ্টি ও সামৰিব নোৱাৰে ; অৰ্থাৎ চাৰিজনে একেলগে পাৰ্টি সামৰা বাধ্যতামূলক।

অদ্ভুত দেশ আছে যত আছে আচৰিত কিছু সামাজিক নিয়ম ! জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক

অদ্ভুত দেশ আছে যত আছে আচৰিত কিছু সামাজিক নিয়ম !

বিশ্বৰ আটাইতকৈ নিৰ্লজ্জ দেশ এখন যত মৃতকৰ শৰীৰ ভক্ষণ কৰে ! জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক

বিশ্বৰ আটাইতকৈ নিৰ্লজ্জ দেশ এখন যত মৃতকৰ শৰীৰ ভক্ষণ কৰে !

 কাৰণ জাৰ্মানী সকলৰ বিশ্বাস যে যি ব্যক্তিয়ে এই নিয়ম নামানে তেওঁ নিজৰ জীৱনক ভাল নাপায় আৰু তেওঁ অইনৰ ভাল সহযোগী হোৱাত ব্যৰ্থ, অৱশ্যে এয়া অন্ধবিশ্বাস ৰ বাহিৰে একো নহয়।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *