Uzbekistan as tourist attraction

সুন্দৰী যুৱতীৰ দেশ , বিদেশী যুৱকৰ সৈতে ফুৰ্তি কৰে যুৱতীয়ে !

  পৃথিৱীত এনে এখন দেশ আছে যাৰ সৌন্দৰ্যই সকলোকে মুগ্ধ কৰে। আনকি সেই দেশলৈ লক্ষ্য লক্ষ্য পৰ্যটক ফুৰিবলৈ যায়, সেই দেশৰ সুন্দৰী যুৱতীয়ে ক্লাব আৰু ব্যক্তিগত আবাসলৈ গৈ অনৈতিক কাম কাজ কৰাতো পাকৈত।

Uzbekistan as tourist placeChildhood life cycleUzbekistan as tourist placeUzbekistan as tourist place

 বিদেশী পৰ্যটক সেই দেশলৈ ফুৰিবলৈ গলে প্ৰতিজনক সেই দেশৰ চৰকাৰে তিনি হাজাৰ ডলাৰ কৈ উপহাৰ দিয়ে, সেই দেশত সংগীত আৰু বেলি ডান্স ( Music and belly dance ) ৰ বাবে এক সুকীয়া ঠাই আছে।

Uzbekistan as tourist placeUzbekistan as tourist place

উজবেকিস্তান ( Uzbekistan ) হৈছে মধ্য এছিয়াৰ এখন স্থলবিশিষ্ট দেশভূমি যাৰ ৰাজধানী তাজকেন্ট ( Tashkent ) এই দেশৰ আয়তন হৈছে 487400 বৰ্গকিলমিটাৰ , আয়তন ৰ ফালৰ পৰা পৃথিৱীৰ 56 তম দেশ হৈছে উজবেকিস্তান। এই দেশৰ সীমাত পাঁচখন স্থলবিশিষ্ট দেশৰ সম্পৰ্ক আৰু যোগাযোগ আছে। দেশৰ জনসংখ্যা 32979000 জন, আৰু জনসংখ্যা ৰ ঘনত্ব হৈছে প্ৰতি বৰ্গকিলোমিটাৰত 70 জন , জনগণৰ জনমূৰী আয় হৈছে 1728 মাৰ্কিন ডলাৰ।

Uzbekistan as tourist placeUzbekistan as tourist placeUzbekistan as tourist place

 সেই দেশৰ মুদ্ৰাৰ নাম হৈছে উজবেকচ’ম , ভাৰতীয় 1 টকা সমান 111 উজবেকচ’ম । সেই দেশৰ জনসংখ্যা তিনি কোটি পঞ্চাশ লক্ষ্য আৰু প্ৰায় 88 শতাংশ ইছলাম ধৰ্মী। 1957 চনৰ এক ছেপ্টেম্বৰত ৰুছ সমাৰ্য্য পতনৰ পিছত উজবেকিস্তানে স্বাধীনতা লাভ কৰে ।

Uzbekistan as tourist place

বৰ্তমান মধ্য এছিয়াৰ আটাইতকৈ সুন্দৰ দেশ বুলি কোৱা হয় উজবেকিস্তানক ; যি দেশত পৰ্বত, মৰুভূমি, সেউজীয়া গছ গছনি, নদী আদি সকলো আছে আৰু এই ভিন্নতাৰ বাবেই এই দেশ পাৰ্শ্বৱৰ্তী দেশ সমূহতকৈ ভিন্ন । সেই দেশৰ ভিন্ন ঠাইত শিলৰ ওপৰত নক্সা, শিলালিপি , সু উচ্চ অট্টালিকা সমূহৰ চাৰিওপিনে প্ৰকৃতিক সৌন্দৰ্য্য আদি দেখিবলৈ পোৱা যায় ।

Uzbekistan as tourist placeUzbekistan as tourist place

উজবেকিস্তানৰ যুৱতী অতি সুন্দৰী আৰু ধুনীয়া। সেই দেশত ছোৱালী যুৱতীয়ে নিচা কৰা আৰু ৰাতি বাহিৰলৈ ওলোৱা নিষেধাজ্ঞা আছে যদিও সেই দেশৰ সুন্দৰী বহু যুৱতীয়ে মধ্যপ্ৰাচ্য , ইউৰেছিয়া আৰু এছিয়াৰ অভ্যন্তৰত অবৈধ কাৰ্য্য কৰাত খুব পাকৈত । আনকি সেই দেশৰ ভিন্ন ৰেষ্টুৰেণ্ট , ক্লাব আৰু হোটেলত সেই সুন্দৰী যুৱতীয়ে যৌনতাৰ বেহা কৰে বিদেশী পৰ্যটক ৰ সৈতে। উজবেকিস্তান ৰ মহিলাৰ গড় আয়ুস হৈছে 74 বছৰ, সেই দেশৰ যুৱতী 18 ৰ পৰা 23 বছৰ বয়সত বিবাহপাশত আবদ্ধ হয়।

Uzbekistan as tourist placeUzbekistan as tourist place

পৰ্যটকৰ বাবে এই দেশত আছে কিছু ব্যতিক্ৰমী মনোৰঞ্জন ব্যৱস্থা , এখন বিশ্বমানৰ চিৰিয়াখানাৰ লগতে আছে ইতিহাস প্ৰসিদ্ধ বেল্লী ডান্স ( Belly dance ) গৃহ । সেই দেশলৈ গৈ কোনো পৰ্যটক অসুস্থ হৈ পৰিলে সেই দেশৰ চৰকাৰে সেই পৰ্যটকক চিকিৎসাৰ বাবে তিনি হাজাৰ ডলাৰ উপহাৰ দিয়ে চিকিৎসাৰ বাবে যি টকা ভাৰতীয় মুদ্ৰাত প্ৰায় 240000 টকা। সেই দেশৰ নৃত্য আৰু সংগীতে সমগ্ৰ বিশ্বক প্ৰভাৱিত কৰে। সেইবাবে বছৰি লক্ষ্য লক্ষ্য পৰ্যটকৰে ভৰি পৰে উজবেকিস্তান।

Uzbekistan as tourist placeUzbekistan as tourist place

উজবেকিস্তান ইছলাম প্ৰধান দেশ হলেও সেই দেশৰ নাগৰিকৰ জীৱন শৈলী অতি আধুনিক আৰু সেই দেশত নাৰীক খুব সন্মানৰ লগতে প্ৰাধান্য দিয়া হয়। শুনি আচৰিত হ’ব যে সেই দেশত প্ৰায় 100 শতাংশ লোকেই শিক্ষিত। যি দেশৰ প্ৰধান উৎপাদন হৈছে সোঁন, তুলা আৰু প্ৰাকৃতিক গেছ। উজবেকিস্তান হৈছে এছিয়াৰ সৰ্বপ্ৰথম দেশ যত প্ৰথমে বুলেট ট্ৰেইন প্ৰস্তুত কৰা হৈছিল। তেওঁলোকৰ প্ৰধান ভাষা হৈছে উজবেক্ আৰু ৰাছিয়ান। সেই দেশৰ লোকৰ পোছাক খুব পৰম্পৰাগত।

Uzbekistan as tourist place

পাকিস্তান শেষ ! পাকিস্তান ভিক্ষাৰী হৈ গল ! হাহাকাৰ চাৰিওফালে ! জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক

পাকিস্তান শেষ ! পাকিস্তান ভিক্ষাৰী হৈ গল ! হাহাকাৰ চাৰিওফালে !

এখন নগ্নতাৰ দেশ ; সেই দেশৰ ছোৱালী অতি সুন্দৰী আৰু ধুনীয়া ! জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক

এখন নগ্নতাৰ দেশ ; সেই দেশৰ ছোৱালী অতি সুন্দৰী আৰু ধুনীয়া !

পূৰ্ব পশ্চিম পৃথিৱীৰ প্ৰাচীন আৰু আধুনিকতাৰ সেতু হিচাপে উজবেকিস্তানৰ ৰাজধানী তাজকেন্ট এক গুৰুত্বপূৰ্ণ চহৰ। প্ৰাচীন সভ্যতাৰ নিদৰ্শন দাঙি ধৰিবলৈ এই চহৰত আছে অসংখ্য মাজাৰ , মছজিদ আৰু সমাধি।

Popular Assamese video

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *