Perfect time for intercourse

   শাস্ত্ৰ সমূহত উল্লেখ যে এনে কিছুমান কাৰ্য্য আছে যিসমূহ ৰাতিপুৱা টোপনিৰ পৰা উঠিয়ে কৰিব নালাগে। কিয়নো দিনৰ আৰম্ভণি যদি ভাল হয় তেনেহলে গোটেই দিনটো ভাল হয় , আৰু যদিহে কাৰোবাৰ আৰম্ভণি আৰু শেষ দুয়োটা ভাল হয় তেতিয়া হলে তেওঁৰ জীৱনত সুখ আৰু শান্তি সদায়ে থাকে। আৰু এই সহজ সৰলContinue Reading

Share it with:
local herbs in Assam

কেইবিধ মান বনৌষধিৰ থলুৱা নাম, বৈজ্ঞানিক নাম , ইংৰাজী নাম আৰু তাৰ ঔষধি গুণসমূহ তলত উল্লেখ কৰা হৈছে :- ১) অসমীয়া নাম :- মাটি কান্দুৰী । ইংৰাজী নাম :- Racaba বৈজ্ঞানিক নাম :- Alternanthera sessilis ব্যৱহাৰৰ উপযোগী অংগ :- পাত আৰু ফুল। ঔষধি গুণ সমূহ :- ক) পাতৰ ৰস খালেContinue Reading

Share it with:
good time for people in the earth

  ভগৱান যেতিয়া ভক্তৰ প্ৰতি সন্তুষ্ট হয় তেতিয়া সেই ভক্তৰ শৰীৰত কিছুমান চিহ্ন পৰিলক্ষিত হয়। আৰু এই সংকেত সমূহৰ এটা সংকেত ও যদি কাৰোবাৰ দেহত পৰিলক্ষিত হৈছে তেন্তে বুজিব লাগিব যে তেওঁ ইতিমধ্যে ভগৱানৰ প্রিয় হৈ পৰিছে। এই সংকেত সমূহ অতি গুৰুত্বপূৰ্ণ কিয়নো এই সংকেত মানুহৰ দেহত থাকিলেও মানুহে বুজিবলৈContinue Reading

Share it with:
FIRST DAY OF THE YEAR

  সচৰাচৰ প্ৰথম বহাগ অৰ্থাৎ অসমীয়া বৰ্ষৰ প্ৰথম মাহৰ দিনটোত বহুজনে বিভিন্ন বস্তু বাহিনী কিনাৰ চখ ৰাখে ; কিন্তু এইবাৰ যিহেতু বৰ্ষৰ প্ৰথম দিনটো শনিবাৰ পৰিছে সেয়ে কিছুমান এনে বস্তু বা সম্পদ আছে যিবোৰ এই বৰ্ষৰ প্ৰথম শনিবাৰে কিনা একেবাৰে মংগলজনক নহয়। প্ৰথম বিধ বস্তু হৈছে ঝাড়ু , যিবিধ এইContinue Reading

Share it with:
thought of the month

   চত মাহত ভগৱানে চাৰিধৰণৰ ৰূপ লৈ মানুহৰ গৃহলৈ আহে ; শাস্ত্ৰত উল্লেখ আছে যে ভগৱানে নিজে ভক্তৰ গৃহলৈ পৰীক্ষা লবলৈ আহে আৰু যি ভক্তই ভগৱানৰ বেশ চিনিব পাৰে তেওঁ হৈ পৰে ভাগ্যশালী আৰু যিয়ে চিনি নাপায় বা বুজি নাপায় সেই ৰূপক অৱহেলা কৰে তেওঁ নিজৰ দুৰ্ভাগ্য নিজে মাতি আনে।Continue Reading

Share it with:
mother's love

  মা’ৰ মৃত্যুৰ বহুদিন পিছত মা’ই লিখা এখন চিঠি মা’ৰ কোঠা পৰিষ্কাৰ কৰোতে পালে পুত্ৰই ! চিঠিখন দেখি কোঠালি পৰিস্কাৰ কৰিব এৰি চিঠিখন পঢ়িবলৈ ল’লে পুত্ৰই , লিখা আছিল , ” বোপাই , তোমাৰ হাতত যিদিনা এই চিঠিখন পৰিব সিদিনা মই বহু দূৰৈত গুচি যাম, যি ঠাইৰ পৰা কোনোবা কেতিয়াওContinue Reading

Share it with:
REALATIONSHIP TIPS

নিজৰ প্রিয় পুৰুষ জনক সন্তুষ্ট কৰি ৰাখিবলৈ কি কি নকৰে নাৰী এগৰাকীয়ে ; পছন্দৰ সাজ সজ্জা, সৌন্দৰ্য চৰ্চা , ভিন্ন আন্তৰিক আচৰণ আৰু কত কি ? তথাপিও সম্পৰ্ক এটি ভাগি যায়, ভাললগা – ভালপোৱা দিনবোৰ অতীত হৈ পৰে ! সম্পৰ্ক তেতিয়াই ভাঙি যায় যেতিয়া কোনো এক পক্ষৰ সম্পৰ্কটোৰ প্ৰতি আগ্ৰহContinue Reading

Share it with:
Importance of fasting

বহুলোকে ভিন্ন মনোবাঞ্ছা লৈ ব্ৰত পালন কৰে , আৰু এই ব্ৰত পালন কৰাৰ সময়ত নিজৰ মন সৃষ্টিকৰ্তাৰ বাবে নিয়োজিত কৰাৰ লগতে সম্পূৰ্ণ দিন উপবাশ থাকে। এই ব্ৰত পালনে মানুহৰ শৰীৰ আৰু মন উভয়ক একেলগে পবিত্ৰ কৰি তোলে। ঈশ্বৰৰ চিন্তাত যেতিয়া আমি সম্পূৰ্ণ দিন নিয়োজিত ৰাখোঁ আমাৰ অৱচেতন মনত এই বিষয়টিয়েContinue Reading

Share it with:
Bangladesh as tourist venue

  অপৰূপ সৌন্দৰ্য্য আৰু মনোৰম প্ৰাকৃতিক দৃশ্য বিৰাজমান দেশখনৰ প্ৰতিখন জিলাতে। সেই দেশত এনে এখন গাঁও আছে যত ঘণ্টা ভিত্তিত আনকি এক দিনৰ বাবে সুন্দৰী যুৱতী ভাড়াত পোৱা যায়। যি দেশৰ চহৰত প্ৰতিদিনে ছয় লাখৰ বেছি ৰিক্সা চলাচল কৰে । সেই দেশৰ চহৰ সমূহ ৰাতিৰ ভাগত খুব ৰহস্যময় হৈ পৰে,Continue Reading

Share it with:
Why good people are suffering ?

    সুখ আৰু দুখ হৈছে এক মুদ্ৰাৰ ইপিঠি সিপিঠি ; এই দুয়োটাৰ চক্ৰৰ দ্বাৰা মানুহৰ জীৱন পৰিক্ৰমা চলে আৰু সেই চক্ৰৰ নিয়ম অনুসৰিহে কোনোবাই ভাল কাম কৰিলে ভাল হ’ব আৰু বেয়া কাম কৰিলে বেয়া হ’ব অৰ্থাৎ তেওঁ দুখ ভোগ কৰিব। তথাপিও এই সমাজত দেখা যায় যে কিছুমান ব্যক্তিয়ে ভালContinue Reading

Share it with: