REALATIONSHIP TIPS

মহিলাৰ এই ১০ টি আচৰণত বিৰক্ত হয় পুৰুষ – সেয়ে সাবধান হওঁক ।

নিজৰ প্রিয় পুৰুষ জনক সন্তুষ্ট কৰি ৰাখিবলৈ কি কি নকৰে নাৰী এগৰাকীয়ে ; পছন্দৰ সাজ সজ্জা, সৌন্দৰ্য চৰ্চা , ভিন্ন আন্তৰিক আচৰণ আৰু কত কি ? তথাপিও সম্পৰ্ক এটি ভাগি যায়, ভাললগা – ভালপোৱা দিনবোৰ অতীত হৈ পৰে ! সম্পৰ্ক তেতিয়াই ভাঙি যায় যেতিয়া কোনো এক পক্ষৰ সম্পৰ্কটোৰ প্ৰতি আগ্ৰহ আৰু গুৰুত্ব কমি যায়।

LOVE TIPSBangladesh as tourist venue
সম্পৰ্ক এটাৰ প্ৰতি আগ্ৰহ আৰু গুৰুত্ব হ্ৰাস পোৱাৰ কাৰণ ভিন্ন লোকৰ বাবে ভিন্ন হলেও কিছুমান কথা এনে আছে যিসমূহ কিছুমান পুৰুষে একেবাৰে সহিব নোৱাৰে , মানি লব নোৱাৰে। নাৰীৰ এনে দহ আচৰণ দেখিলে পুৰুষে দ্ৰুতভাৱে সম্পৰ্কটোৰ প্ৰতি আগ্ৰহ হেৰুৱাই দিয়ে । যদিও বহু নাৰীয়ে ভুলতে ভাবি থাকে যে সেইসমূহ আচৰণ পুৰুষৰ খুব পছন্দনীয় কিন্তু বাস্তৱত সেয়া ঠিক ওলোটা।

tourist place Cocos island

১) পৰিয়ালক অসন্মান :- বহু নাৰীয়ে নিজৰ স্বামীৰ বাবে পৰিয়ালৰ লোকক অৱহেলা আৰু অসন্মান কৰিব পৰিলেও পুৰুষে কিন্তু নিজৰ পৰিয়ালবৰ্গক অৱহেলা কৰিব নোৱাৰে । নিজৰ পৰিয়ালবৰ্গক অসন্মান কৰা আচৰণ বহু পুৰুষৰে অপছন্দনীয়। আৰু যদি তেওঁ স্বামী নহৈ প্ৰেমিক হয় তেতিয়া বেছিকৈ সতৰ্ক হোৱা প্ৰয়োজনীয় প্ৰেমিকাৰ বাবে।

Bangladesh as tourist venueBolivia as tourist venue

2) অইন নাৰী – পৃথিৱীত এনে নাৰী বহুত আছে যিয়ে অইন নাৰীক কেতিয়াও সহিব নোৱাৰে ; যেনে স্বামীৰ কলিগ ( colleague ) , কাজিন ( cousin ) , বান্ধৱী ইত্যাদি কোনোজনীকে তেওঁৰ সহ্য নহয়। আনকি বহু স্ত্ৰী অথবা প্ৰেমিকাই কোনো অচিনাকি নাৰীক লৈ নিজৰ মানুহজনক হকে বিহকে সন্দেহ কৰি থাকে। এই আচৰণ পুৰুষৰ বাবে খুব অপছন্দনীয়।

3)অতিৰিক্ত সাজসজ্জা :- প্ৰয়োজনীয় সাজসজ্জা আৰু সৌন্দৰ্য্য চৰ্চা পুৰুষে অৱশ্যে পছন্দ কৰে কিন্তু সেয়া যদি প্ৰয়োজনতকৈ অধিক হয় , উগ্ৰ হয় সেই সাজসজ্জা আৰু সৌন্দৰ্য্য চৰ্চাই বিপৰীত ক্ৰিয়া কৰে পুৰুষৰ মনত। তেনে নাৰীৰ সৈতে বিবাহৰ সম্পৰ্ক কৰা কথা নাভাবে বা ভাবিবলৈ দ্বিধাবোধ কৰে বহু যুৱকে ।

Bolivia as tourist venueMORITIOUS AS TOURIST VENUE
4) নিজস্বতা হেৰুৱাই দিয়া :- প্ৰেম ভালপোৱা অৱশ্যে জীৱনৰ অংগ, কিন্তু পুৰুষে কেতিয়াবা নিজৰ মতে জীৱন কটাবলৈ পছন্দ কৰে , যি স্ত্ৰী বা নাৰীয়ে পুৰুষৰ নিজস্ব জীৱনক সন্মান নিদিয়ে সেই স্ত্ৰী বা নাৰী পুৰুষৰ বাবে অপছন্দনীয় হৈ পৰে।

5) অতিৰিক্ত আত্মবিশ্বাস :- আত্মবিশ্বাস ভাল , কিন্তু অতিৰিক্ত আত্মবিশ্বাস বিপদজনক। কিয়নো অতি আত্মবিশ্বাসী লোকে আনক হেয় কৰিবলৈ পছন্দ কৰে, লোকৰ কথাক গুৰুত্ব নিদিয়াটো তেওঁৰ স্বভাৱ হৈ পৰে আৰু নাৰীৰ মাজত এই স্বভাৱ খুব অপছন্দ কৰে পুৰুষে।

6) এলাহ আৰু অকৰ্মী :- যি নাৰীৰ কোনো কাম কাৰ্যৰ লক্ষ্য উদ্দেশ্য নাথাকে, কোনো কাম কাজৰ পৰিপাতি নাথাকে, সেই নাৰী পুৰুষৰ বাবে অপছন্দনীয়। নিজৰ জীৱন সংগী হিচাপে সকলো পুৰুষে পাৰদৰ্শিতা থকা, এগৰাকী সক্ৰিয় নাৰী পছন্দ কৰে।

Bulgaria as tourist venueUzbekistan as tourist place
7) স্বামীৰ বন্ধুসকলক অপছন্দ কৰা :- বহু নাৰীয়ে তেওঁৰ স্বামী অথবা প্রেমিকৰ বন্ধু বান্ধব সকলক মুঠেও পছন্দ নকৰে ; তেওঁলোকৰ সৈতে মিলামিছা কৰাটোত পদে পদে বাধা দিয়ে। পুৰুষে নিজৰ বন্ধু বান্ধৱৰ সৈতে মিলামিছা কৰাটো এক ব্যক্তিগত কথা বুলি অনুভৱ কৰে।

Uzbekistan as tourist place
8) নেতিবাচক নাৰী :- সকলো ক্ষেত্ৰতে নহয় নহয় কোৱা, কোনো ক্ষেত্ৰতে সংগীক উৎসাহ যোগাব নোৱাৰা নাৰী পুৰুষৰ অপছন্দনীয়। পুৰুষে নিজৰ জীৱন সংগীৰ পৰা সদায় ধনাত্মক আচৰণ প্ৰত্যাশা কৰে।

Uzbekistan as tourist placeGerman as tourist venue
9) পৰচর্চা :- সকলো সময়তে পৰচর্চা কৰি থকা নাৰীয়ে বিৰক্ত কৰে পুৰুষক , তেনে নাৰী পুৰুষৰ মনত হেয় প্ৰতিপন্ন হৈ পৰে।

ভাল মানুহে জীৱনত কষ্ট পায়, বেয়া মানুহৰ সুখ হয় – শ্ৰীকৃষ্ণ অমৃত বাণী। ৰহস্য জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক

ভাল মানুহে জীৱনত কষ্ট পায়, বেয়া মানুহৰ সুখ হয় – শ্ৰীকৃষ্ণ অমৃত বাণী।

সময় যিয়ে নহওঁক এই কথা মনত ৰাখিব – গৌতম বুদ্ধৰ অমৃত বাণী। জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক

সময় যিয়ে নহওঁক এই কথা মনত ৰাখিব – গৌতম বুদ্ধৰ অমৃত বাণী।

10) অপৰিচ্ছন্ন :- অপৰিচ্ছন্ন আৰু নিয়মানুৱৰ্তীতা নোহোৱা নাৰীয়ে পুৰুষৰ ফালে মমতাৰ চকুৰে চালেও সেই নাৰীক পুৰুষে মুঠেও গ্ৰহণ নকৰে ।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *