good time for people in the earth

ঈশ্বৰ সন্তুষ্ট হ’লে মানুহৰ গাত এই চিহ্ন দেখা যায় !

  ভগৱান যেতিয়া ভক্তৰ প্ৰতি সন্তুষ্ট হয় তেতিয়া সেই ভক্তৰ শৰীৰত কিছুমান চিহ্ন পৰিলক্ষিত হয়। আৰু এই সংকেত সমূহৰ এটা সংকেত ও যদি কাৰোবাৰ দেহত পৰিলক্ষিত হৈছে তেন্তে বুজিব লাগিব যে তেওঁ ইতিমধ্যে ভগৱানৰ প্রিয় হৈ পৰিছে।

First man in the earthtourist place Cocos island
এই সংকেত সমূহ অতি গুৰুত্বপূৰ্ণ কিয়নো এই সংকেত মানুহৰ দেহত থাকিলেও মানুহে বুজিবলৈ সক্ষম নহয়।

Good times by the lord to followersMORITIOUS AS TOURIST VENUE
প্ৰথম সংকেত হৈছে যি ব্যক্তিয়ে সঠিককৈ নিজৰ দিনটো বুজি উঠে বা বুজি পায় ভগৱানে তেওঁক নিজৰ প্ৰিয়পাত্ৰ কৰি লয়। ভগৱানে সকলোকে জীৱন দিয়ে কিন্তু সকলোৱে সঠিককৈ নিজৰ জীৱনৰ দিন সমূহ পাৰ কৰিব নোৱাৰে বা নকৰে ; আৰু যিজনে জীৱনৰ দিনসমূহৰ সঠিক পথ বিচাৰি পায় অথবা বুজি পায় তেওঁ ভগৱানৰ প্ৰিয়ভাজন হৈ পৰে ।

Good times by the lord to followers

যিজন ঈশ্বৰৰ প্ৰিয়ভাজন হৈ পৰে তেওঁৰ চেহেৰা উজ্জ্বল হৈ পৰে , সেই ব্যক্তিয়ে নিজৰ মুখৰ কথা হাঁহিৰে নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে । সেই ব্যক্তি জীৱনৰ সকলো পৰিস্থিতিতে সুখী থাকে, তেওঁক দেখিলে এনে মন হয় যে তেঁওতকৈ বেছি সুখী মানুহ এই পৃথিৱীত নাই ।

way of holly life
যি লোক ঈশ্বৰৰ প্ৰিয়ভাজন হৈ পৰে তেওঁৰ হৃদয় আলোকিত হৈ পৰে , তেওঁ সকলো সময়তে ঈশ্বৰৰ প্ৰতি আস্থা আৰু বিশ্বাস ৰাখে, বাস্তৱত তেওঁৰ স্থাৱৰ অস্থাবৰ কিবা থাকক বা নাথাকক তেওঁৰ হৃদয় ইমানেই প্ৰফুল্লিত হৈ থাকে যে তেওঁ কিবা কিছু পাবলৈ কোনো লিপ্সা নাৰাখে।

INDUNESIA A PLACE OF BEAUTYnever do this in bed

ভগৱানে কৈছে যে ধন সম্পদ মাটিৰ দৰে, যাক ভৰিৰ তলত ৰখা উচিত আৰু তাকে নকৰি যদি মূৰৰ ওপৰত স্থান দিয়া যায় তেতিয়া সেয়া শ্মশানত পৰিণত হয় আৰু শ্মশান কেতিয়াও জীৱন্ত মানুহৰ বাবে নহয়।

INDUNESIA A PLACE OF BEAUTYSecretes of Ganga river

তৃতীয়তে যেতিয়া ভগৱান কাৰোবাৰ প্ৰতি প্ৰসন্ন হৈ পৰে তেতিয়া তেওঁৰ শৰীৰ আশ্চৰ্যজনক শক্তিৰে ভৰি উঠে, তেওঁৰ হৃদয় ভগৱান প্ৰদত্ত শক্তিৰে প্ৰফুল্লিত হৈ পৰে ; ফলত তেওঁক কোনো ধৰণৰ অপশক্তিয়ে বশ কৰিব নোৱাৰে , হেৰুৱাই পেলাব নোৱাৰে। যিকোনো অশুভ শক্তিৰ সৈতে যুঁজিবলৈ যি শুভ শক্তিৰ প্ৰয়োজন সেয়া ভগৱানে তেওঁৰ ওপৰত অৰ্পণ কৰে।

Different existence of Shivathe ultimate car

ভগৱানে যাক প্ৰিয়পাত্ৰ কৰি লয় তেওঁ সময়ে সময়ে কিছু অনাকাংক্ষিত পৰীক্ষাৰ সন্মুখীন হবলগীয়া হৈ পৰে। সেই পৰীক্ষা বাস্তৱত ভগৱানে লয় আৰু তেওঁ প্ৰমাণ কৰিব বিচাৰে যে তেওঁৰ প্রিয় ভক্ত সদায় ভগৱানৰ সিদ্ধান্তৰ ওপৰত সন্তুষ্ট আছে নে নাই।

spiritual life

জীৱৰ মৃত্যু কিয় হয় ? মৃত্যুৰ জন্ম কেনেকৈ ? – শ্ৰীমদ্ভাগৱত গীতা বাণী। জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক

জীৱৰ মৃত্যু কিয় হয় ? মৃত্যুৰ জন্ম কেনেকৈ ? – শ্ৰীমদ্ভাগৱত গীতা বাণী।

এই ৫ মহাপাপ কৰিলে মনুষ্যই ৭ জন্ম নৰকত দহিব লাগে ! জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক

এই ৫ মহাপাপ কৰিলে মনুষ্যই ৭ জন্ম নৰকত দহিব লাগে !

 

আৰু যি ভক্তই সদায় ভগৱানৰ সিদ্ধান্তত সন্তুষ্টি প্ৰকাশ কৰে তেওঁ সদায় ভগৱানৰ প্ৰিয়ভাজন হৈ থাকে। আৰু সেই লোকৰ মনত ভগৱানে সমস্ত জগতৰ প্ৰতি প্ৰেম ভালপোৱাৰ সঞ্চাৰ কৰে। সেই ব্যক্তিয়ে সমস্ত পৃথিৱীক সর্বাংগ সুন্দৰ ভাবিবলৈ আৰম্ভ কৰে।

Popular Assamese video

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *