Perfect time for intercourse

   শাস্ত্ৰ সমূহত উল্লেখ যে এনে কিছুমান কাৰ্য্য আছে যিসমূহ ৰাতিপুৱা টোপনিৰ পৰা উঠিয়ে কৰিব নালাগে। কিয়নো দিনৰ আৰম্ভণি যদি ভাল হয় তেনেহলে গোটেই দিনটো ভাল হয় , আৰু যদিহে কাৰোবাৰ আৰম্ভণি আৰু শেষ দুয়োটা ভাল হয় তেতিয়া হলে তেওঁৰ জীৱনত সুখ আৰু শান্তি সদায়ে থাকে। আৰু এই সহজ সৰল কথাখিনিত লুকাই আছে জীৱন সফল মণ্ডিত হোৱাৰ গোপন মন্ত্ৰ।

Bangladesh as tourist venuetourist place Cocos island

হিন্দু শাস্ত্ৰ গৰুড় পুৰাণ অনুসৰি ৰাতিপুৱা, সন্ধিয়া আৰু দিব্য প্ৰহৰে সহবাস কৰা একেবাৰে উচিত নহয়। আৰু সেয়া কৰ্ম সেই সময়ত অত্যন্ত হানিকৰক । অকল সেয়াই নহয়, শাস্ত্ৰত কোৱা হৈছে যে অমবশ্যা, পূৰ্ণিমা , চতুৰ্দশী , অষ্টমী আৰু সংক্ৰান্তিৰ দিনবোৰত সহবাস কৰা একেবাৰে উচিত নহয়। কিয়নো এই সময় আৰু দিন সমূহত পুৰুষ আৰু স্ত্ৰীৰ শুক্ৰ আৰু শোণিত দুষ্ট থাকে । অকল সেয়াই নহয় , ৰাতিৰ প্ৰথম প্ৰহৰত গৰ্ভধাৰণ কৰিলে সেই গৰ্ভস্থ সন্তান ৰুগ্ন আৰু স্বল্প আয়ুসৰ অধিকাৰী হৈ পৰে। ৰাতিৰ দ্বিতীয় আৰু তৃতীয় প্ৰহৰ গৰ্ভধাৰণৰ বাবে খুব এক ভাল সময় নহয় সেয়ে প্ৰথম, দ্বিতীয় আৰু তৃতীয় প্ৰহৰত সহবাসৰ পৰা বিৰত থকা শ্ৰেয়।

Pakistan economic crisisBulgaria as tourist venue
বিপৰীতে চতুৰ্থ প্ৰহৰত গৰ্ভধাৰণ কৰিলে সন্তান দীৰ্ঘায়ু আৰু নিৰোগী হৈ পৰে। তাৰোপৰি সোমবাৰ, বৃহস্পতি বাৰ আৰু শুক্ৰবাৰে ৰাতিৰ চতুৰ্থ প্ৰহৰত সহবাস কৰা খুব উপযুক্ত সময়। ইয়াৰ ভিতৰত মঙ্গলবাৰ ৰাতি সহবাস কৰা দুৰ্যোগৰ সম। আৰু সন্তান প্ৰাপ্তিৰ চিন্তা কৰিলে তেতিয়াহে সহবাস কৰা উচিত যেতিয়া শৰীৰ মন সম্পূৰ্ণ সুস্থ থাকিব, মনৰ ভিতৰত যেতিয়া কোনো অশুভ চিন্তা নাথাকিব, যেতিয়া পেট খালি নাথাকিব; বিপৰীত ৰাতিপুৱা টোপনিৰ পৰা উঠি কেতিয়াও সহবাস কৰা উচিত নহয়।

way of holly lifetourist place Cocos island

বহুজনৰে অভ্যাস থাকে ৰাতিপুৱা শুই উঠিয়ে আইনাত নিজৰ চেহেৰা চোৱা , যি একেবাৰে উচিত নহয় ; বৰং পোন প্ৰথমে ভগৱানৰ নাম স্মৰণ কৰি কৰি চকু মেলা উচিত আৰু তাৰ পিছতে নিজৰ দুয়ো হাতৰ তলুৱাহে দৰ্শন কৰা উচিত যাৰ ফলত দিনৰ সময় খিনিত ধনাত্মক শক্তি সমূহে বিৰাজ কৰিব । ফলত ব্যক্তি বিশেষে নিজৰ দিনটোৰ সম্পূৰ্ণ কাম মনযোগেৰে কৰিবলৈ সক্ষম হৈ পৰিব।

never do this in bed
শাস্ত্ৰ অনুসৰি ৰাতিপুৱা শুই উঠিয়ে শংখ ধ্বনি আৰু মন্দিৰৰ ঘণ্টাৰ শব্দ শুনা আৰু গায়ত্ৰী মন্ত্ৰ শ্ৰৱণ কৰা অতি মংগলজনক। তাৰ পিছত নিজৰ কোঠাৰ বেৰত ওলোমাই ৰখা ময়ূৰ, কমল অথবা কোনো প্ৰাকৃতিক সৌন্দৰ্যৰ দৃশ্য প্ৰত্যক্ষ কৰা শাস্ত্ৰ বিধিত।

INDUNESIA A PLACE OF BEAUTY
লগতে টোপনিৰ পৰা উঠিয়ে কোনো হিংস্ৰ জীৱ জন্তুৰ ছবি চোৱা অনুচিত ; এনে কৰাৰ ফলত সেই ব্যক্তিৰ জন্মৰ শুভ গ্ৰহ সমূহ নষ্ট হৈ পৰিব পাৰে যাৰ ফলত গোটেই দিনটো মস্তিষ্কত অবান্তৰ চিন্তা সমূহ ঘূৰি ফুৰিব ।

never do this in bed
বহু লোকৰ অভ্যাস আছে টোপনিৰ পৰা উঠিয়ে খবৰ কাগজ পঢ়াৰ অথবা টিভিত কোনো বাতৰি দেখাৰ ; কিন্তু সেইসমূহত সমস্ত ঋণাত্মক কথা বাৰ্তাৰে ভৰি থাকে আৰু ৰাতিপুৱা শুই উঠিয়ে সেই ঋণাত্মক কথা বতৰা মূৰত সোমাই ললে দিনৰ দিনটো মগজুত ঋণাত্মক শক্তিয়ে ভৰি পৰিব আৰু তেওঁ যিকোনো কাম কাজে সিদ্ধহস্ত কৰিবলৈ অসমৰ্থ হৈ পৰিব।

INDUNESIA A PLACE OF BEAUTYthe ultimate car

 

ঘণ্টা চুক্তিত সুন্দৰী যুৱতী ভাড়াত পোৱা যায় এই দেশৰ এখন গাওঁত ! জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক

ঘণ্টা চুক্তিত সুন্দৰী যুৱতী ভাড়াত পোৱা যায় এই দেশৰ এখন গাওঁত !

গৃহত শিৱলিংগ থাকিলে এই কাম নকৰিব ! ন’হলে বিপদ নিশ্চিত। জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক

গৃহত শিৱলিংগ থাকিলে এই কাম নকৰিব ! ন’হলে বিপদ নিশ্চিত।

বহুজনে টোপনিৰ পৰা উঠিয়ে দাঁত ব্ৰাছ নকৰাকৈ , মুখমণ্ডল নোধোৱাকৈ চাহ কফি খোৱাৰ অভ্যাস ৰাখে ; যি কৰ্মৰ ফলত ব্যক্তিৰ জীৱনত ৰাহু আৰু কেতুৰ অশুভ শক্তি বৃদ্ধি হয় , যাৰ ফলত জীৱনত অবাঞ্চিত চিন্তা আৰু সমস্যা ভৰি পৰিব পাৰে ।

Popular Assamese video

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *