thought of the month

চত মাহত ভগৱানে এই চাৰিটা ৰূপত ভক্তৰ গৃহ প্ৰৱেশ কৰে !

   চত মাহত ভগৱানে চাৰিধৰণৰ ৰূপ লৈ মানুহৰ গৃহলৈ আহে ; শাস্ত্ৰত উল্লেখ আছে যে ভগৱানে নিজে ভক্তৰ গৃহলৈ পৰীক্ষা লবলৈ আহে আৰু যি ভক্তই ভগৱানৰ বেশ চিনিব পাৰে তেওঁ হৈ পৰে ভাগ্যশালী আৰু যিয়ে চিনি নাপায় বা বুজি নাপায় সেই ৰূপক অৱহেলা কৰে তেওঁ নিজৰ দুৰ্ভাগ্য নিজে মাতি আনে।

way of holly lifeDifferent existence of Shiva
দেখিব কোনো ব্যক্তি ৰাতিৰ ভিতৰতে প্ৰতিপত্তিশীল হৈ পৰে , কোনো ব্যক্তি ৰাতিটোৰ ভিতৰতে জীৱনৰ বাবে দুৰ্যোগত ভোগে আৰু সেয়া ভগৱানৰ কৃপাদৃষ্টি আৰু কোপদৃষ্টি বাবেই হৈ থাকে।

The great lines of Shrikrisna2023 year predictions

কাৰণ সৃষ্টিয়ে হৈছে এক পৰীক্ষাকেন্দ্ৰ, এই পৰীক্ষা দিবৰ বাবেই জীৱলোক মৰ্ত্যলোকলৈ যাবলৈ বাধ্য হয়, আৰু যি ব্যক্তিয়ে যেনেধৰণৰ কৰ্ম কৰে সেই হিচাপে ভগৱানে ফল প্ৰদান কৰে।

Hunza valley an adventureSuper spiritual lesson of Shiva

কোৱা হয় চত মাহত কুকুৰ আৰু মেকুৰী নিজৰ গৃহত প্ৰৱেশ কৰিলে খেদিব নালাগে, কিয়নো ভগৱানে সেই ৰূপ ধৰি গৃহ প্ৰৱেশ কৰিব পাৰে নিজৰ ভক্তৰ পৰীক্ষা লবলৈ।

why good man dies early ?the ultimate car
চত মাহত হিজৰা লোকক কেতিয়াও বেয়া ব্যৱহাৰ কৰিব নালাগে , তেওঁলোকক খালি হাতে পঠিয়াই দিব নালাগে কিয়নো হিজৰা হৈছে ভগৱান শিৱ আৰু মাতা পাৰ্বতীৰ মিশ্ৰিত ৰূপ । সেয়ে এনে লোকে দান বিচাৰিলে ভুলতে খালি হাতে যাবলৈ দিয়া অনুচিত । মান্যতা আছে এওঁলোকক দান কৰিলে ভগৱান শিৱ আৰু মা পাৰ্বতী অত্যন্ত সুখী হৈ পৰে। লগতে মানুহৰ পাপ খণ্ডন হৈ যায়।

why good man dies early ?

শিশু , কুকুৰ, মেকুৰী , গৰু আদি যিকোনো অবলা জীৱ যদি গৃহৰ দুৱাৰত পদাৰ্পণ কৰে তেন্তে এনে সংকেত বহন কৰে যে ঈশ্বৰৰ আগমনহে ঘটিছে ; সেয়ে সেই মুহূৰ্তত সেই অবলা জীৱক কিবা নহয় কিবা খাবলৈ দিয়া উচিত।

greatness of life5 great mistakes of life
শাৰীৰিক ভাবে অসুস্থ, বিকলংগ , নাইবা এনে লোক যিসকলক কাৰোবাৰ সহায়ৰ প্ৰয়োজন তেওঁলোক নিজৰ গৃহলৈ আহিলে নিজৰ সাধ্য অনুসাৰে কিবা নহয় কিবা দান কৰা উচিত ।

সকলো ইচ্ছা পূৰণ হৈ যাব জপ কৰক মহাদেৱ শিৱৰ এই মহামন্ত্ৰ ! জানিবলৈ তলৰ ৰঙা আখৰ ক্লিক কৰক 

সকলো ইচ্ছা পূৰণ হৈ যাব জপ কৰক মহাদেৱ শিৱৰ এই মহামন্ত্ৰ !

এনে ব্যক্তিৰ মনৰ বাঞ্ছা আৰু ইচ্ছা ভগৱানে দ্ৰুত পূৰ্ণ কৰে – শিৱ পুৰাণ ! জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক

এনে ব্যক্তিৰ মনৰ বাঞ্ছা আৰু ইচ্ছা ভগৱানে দ্ৰুত পূৰ্ণ কৰে – শিৱ পুৰাণ !

যদিহে এই চত মাহত গৃহলৈ মগনীয়া লোক , নাইবা কোনো বৃদ্ধ অসহায় লোক আহে তেন্তে সাধ্য অনুসৰি তেওঁক সন্তুষ্ট কৰিবলৈ যত্নপৰ হোৱা উচিত ; কিয়নো সেই অসহায় আৰু মগনীয়াৰ বেশত ভগৱান নিজেই উপস্থিত হ’ব পাৰে পৰীক্ষা লবলৈ।

Popular Assamese Video 

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *