মহিলাই খাৰু পিন্ধা কিমান লাভ জানেনে ? ৯৯ % মানুহে নাজানে এই কথা !
আপোনালোকে বহু মানুহক পুৰুষে হওঁক বা মহিলাই নিজৰ হাতত বিভিন্ন ধাতু যেনে সোন, ৰূপ, তাম্ৰ, ব্ৰঞ্জ আদিৰ খাৰু পিন্ধা লক্ষ্য কৰিছে। ইয়াৰ বহুজনে আচল কথা নাজানে যদিওবা খাৰু পৰিধান কৰে নিজৰ চখৰ বাবে আৰু যিয়ে জানে তেওঁলোকে পিন্ধে কিছু মাংগলীক লাভালাভৰ হেতুকে। এই খাৰু পিন্ধাৰ আচলতে ধাৰ্মিক লাভালাভ ওContinue Reading