Types of dreams and its future effects

এই সপোন যদি দেখিছে তেন্তে মানুহ কৌটিপতি হোৱাটো নিশ্চিত ! মাত্ৰ আনক প্ৰকাশ নকৰিব !

মানুহে ৰাতিৰ টোপনিত নানান সপোন দেখে কিন্তু তাৰেই ভিতৰত কিছু মানুহে এনে কিছু সপোন দেখিবলৈ সক্ষম হয় যি সপোনে তেওঁক ভাগ্যশালী কৰি পেলাই। এনে সপোন কৌটিৰ ভিতৰত এজন মানুহে দেখা পাই আৰু যিজনে দেখে তেওঁ প্ৰাচুৰ্য ধান ধনৰ অধিকাৰী হৈ কৌটিপতি হৈ পৰে।

4 HABITS FOR WHICH PEOPLE NOT GETTING RICH

সপোনৰ জগতখনৰ বিভিন্ন ৰহস্যময় কথা কৈ শেষ কৰিব নোৱাৰি, সপোন সকলোৱে দেখে যাৰ ভিন ভিন অৰ্থ থাকে । কিছু সপোন দেখি মানুহ ভয়ত টোপনিৰ পৰা জাগি উঠে , কেতিয়াবা কিছু সপোন দেখিলে মন প্ৰাণ ভৰি উঠে আৰু তাক গোটেই জীৱন পাহৰিব পৰা নাযায়। এই সপোন বোৰৰ মাজতে এনে কিছু সপোন আছে যাক দেখিলে মানুহৰ ভাগ্য সলনি হৈ যায় কিয়নো তেনে সপোন ভগৱানৰ সংকেত মৰ্মেহে লোকজনে দেখিবলৈ পাই। স্বপ্ন শাস্ত্ৰ অনুসৰি কিছুমান সপোনে মানুহৰ জীৱনলৈ সুখ সমৃদ্ধি আৰু ধন সম্পত্তি কঢ়িয়াই লৈ আহে । তেনে কিছু সপোনৰ ভিতৰত কেইটামানৰ বৰ্ণনা দিবলৈ যত্ন কৰা হৈছে। ১) স্বপ্ন শাস্ত্ৰ অনুসৰি যদিহে সপোনত নিজৰ মা দেউতাক দেখা যায় তাক শুভ মান্যতা দিয়া হয়।

 সপোনত যদি মা দেউতা উভয়ে বা কোনো এজনে নিজৰ সন্তানক জল পান কৰোৱা দেখা পাই সেয়া অত্যন্ত মঙ্গলজনক আৰু সেই ব্যক্তি আগন্তুক খুব কম দিনৰ ভিতৰতে প্ৰচুৰ ধন সম্পত্তিৰ অধিকাৰী হৈ পৰাৰ সম্ভাৱনা প্ৰকট। ২) যদি কোনোৱে ওখ পাহাৰৰ নিজৰাৰ পৰা পানী পান কৰা সপোন দেখে সেয়া অত্যন্ত মংগলজনক। আনকি ওখ পাহাৰ পৰ্বতৰ নিজৰা বৈ থকা সপোন দেখা ঈশ্বৰৰ বৰদান ৰূপে মান্যতা দিয়া হয়। স্বপ্ন শাস্ত্ৰ অনুসৰি এনে সপোন এক কোটি লোকৰ ভিতৰত এজন লোকৰ দেখাৰ সৌভাগ্য হয়। তেনে লোকৰ অতি সোনকালে সুন্দৰ জীৱন যাপন কৰাৰ , সুখী হোৱাৰ যোগ আহি পৰে। আৰু এনে সপোন দেখিলে আনৰ সৈতে ভাগৱতৰা কৰা অনুচিত।

HUSBAND AND WIFE RELATION

লৰা ছোৱালী দেখাত মা দেউতাৰ দৰে হলে ভাগ্যশালী হয় ! সম্পূৰ্ণ জানিবলৈ তলত ক্লিক কৰক

লৰা আৰু ছোৱালী দেখাত মাক দেউতাকৰ দৰে হ’লে ভাগ্যশালী হয় ! সমুদ্ৰশাস্ত্ৰ।

 ৩) সপোনত ভগৱান বা ঈশ্বৰৰ প্ৰতিমূৰ্তি দেখা সৌভাগ্যৰ কথা। এই সপোনৰ অৰ্থ বহুত থাকিব পাৰে। শাস্ত্ৰ অনুসৰি এজন সাত্বিক আৰু পবিত্ৰ লোকে সপোনত ভগৱানক দেখিবলৈ পাই। সপোনত ভগৱান দৰ্শন মানে ব্যক্তি বিশেষৰ দেহত ইতিবাচক শক্তিৰ জাগ্ৰত হোৱা । ৪) সপোনত গভীৰ আৰু সেউজীয়া উদ্যান দেখিলে সেই ব্যক্তি প্ৰচুৰ সম্পত্তিৰ অধিকাৰী হয়। লগতে যদি সেই উদ্যানত ফুলি থকা ফুল দেখিবলৈ পোৱা যায় সেয়া আৰু অধিক ফলপ্ৰসূ হোৱাৰ সংকেত । ৫) সপোনত যি ব্যক্তিয়ে গঙ্গাৰ জ্বলধাৰ দেখা পাই তাতোকৈ উত্তম সপোন আৰু একো নাই ; এনে ব্যক্তি অতি শীঘ্ৰে কৌটিপতি হোৱাৰ যোগ থাকে কিয়নো এনে সপোন ভগৱানৰ সাংকেতিক চিহ্নহে । কিন্তু এনে সপোনৰ কথা আনক কেতিয়াও কব নালাগে।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *