THESE THINGS YOU NEVER TOUCH DURING DURGA PUJA

দূৰ্গা পূজাৰ সময়ছোৱাত যদি এই বস্তু বোৰ দেখা পায় তেন্তে ভুলটো হাতেৰে চুব নালাগে নহলে বিপদ আহিব পাৰে জীৱনলৈ !! ‌‌ দূৰ্গা মাৰ আশীষ পাবৰ বাবে, সমাজত আৰু নিজৰ জীৱনৰ অপাই অমংগল দূৰ কৰিবলৈ আমি পূজা অৰ্চনা কৰো। ষষ্ঠীৰ পৰা দশমীৰ বিসৰ্জনৰ দিনটোলৈ ভক্তসকলে নিজৰ আৰু ঘৰখনৰ মংগলৰ কাৰণে প্ৰাৰ্থনাContinue Reading

Share it with:
Indian Beliefs About Ashin Months

আহিন মাহৰ কিছুমান শুভ সংকেতৰ কথা জানেনে ? আৰু যদি এই সংকেত পাইছে তেন্তে বুজিব যে আপোনাৰ ভাল দিন আহি থকা নিশ্চিত!! আহিন মাহ অৰ্থাৎ দূৰ্গা পূজা মাহ এই আহিন মাহত যদি কিছুমান সংকেত পায় তেন্তে বুজিব পাৰে যে আপোনাৰ আগন্তুক দিনবোৰ ভাল হবলৈ গৈ আছে। হিন্দু শাস্ত্ৰত এনে কিছুContinue Reading

Share it with:

আজি নিশা বাৰ বাজিলে ( স্বাগতম নৱবৰ্ষ ) মধু পাটোৱাৰী আজি নিশা বাৰ বাজিলে তোৰ জীৱন শলিতা নুমাব এগছি নতুন বন্তি আকৌ থিতাতে জ্বলি উঠিব !! কি দিলি কি পালি ইতিহাসে হিচাপ ৰাখিব ! অশ্ৰু-হাঁহি দুয়োৰে আজি অপৰূপ সঙ্গম ঘটিব !! কাল চক্ৰৰ ক্ষিপ্ৰ গতি কোনেনো বাৰু ৰুধিব ?? নতুনContinue Reading

Share it with:

এটি হাঁহিৰ অৱসান আজি,, ( তৰুণ গগৈ শ্ৰদ্ধাৰ্ঘ্য ) মধু পাটোৱাৰী কি কওঁ কি কৰোঁ ভাবিয়ে পোৱা নাই ! তোমাক হেৰুৱা খবৰটো কলিজাই মানি ল’ব পৰা নাই !!     কি আছিলা কি নাছিলা নিবিচাৰোঁ সেয়া আজি ; হম্ হমকৈ কলিজাত উঠিছে শোকৰ নিনাদ বাজি ! এটিয়েই বেদনা ইহসংসাৰত তুমিContinue Reading

Share it with:

……এম.আমিন…… মূৰত তপত বেলিৰ সেক লৈ তই সেউজীয়া সপোন সিঁচা, নাঙলৰ সিৰলুত ঘাম উতলাই উৰ্বৰা কৰা তোৰ দেশ, মঙহৰ নাটনিত উদং পিঠিত জিলিকে তোৰ কামিহাড়, বুকুৱেদি বৈ যায় এখনি ঘামৰ নৈ। শৰীৰে বৰণ সলায়, তামৰঙী হয় দেহ, দুচকুত জ্বলে একুৰা আশাৰ জুই, সপোনবোৰ পূৰঠ হয় মূল্যৰ অভাৱত দাঁত নিকটাই পৰিContinue Reading

Share it with:

…..এম আমিন….. তোমাৰ অনুপস্থিতিত উকা হৈ পৰে প্ৰতিটো হেঙুলীয়া আবেলি, বিষাদৰ ঢৌৱে ধুৱাই মৌন দুটি ওঁঠ তপত অশ্ৰুত নিগৰি আহে এসাগৰ শূণ্যতা, ডায়েৰীৰ পৃষ্ঠাত বন্দী হৈ ৰয় স্মৃতিবোৰ। তোমাৰ অনুপস্থিতিত শব্দবোৰে উচুপে জঠৰ হৈ পৰে হাতৰ আঙুলি সৃষ্টি হয় তোমাৰ নামত ছন্দহীন কবিতা, অপ্ৰাপ্তিৰ যন্ত্ৰণাময় পৃথিৱীত আৱদ্ধ হয় সেউজীয়া আশা,Continue Reading

Share it with:

……ডাঃ আজিমুদ্দিন আহমেদ……. আহুকালেই লগ এৰা নাই জীৱণৰ অৰ্ধকাল হাঁহিবলৈ নিশিকিলো,হেঙাৰ হয় সোৱৰণীয়ো এটি মাথো হাঁহিৰ অপেক্ষাত,সুখৰ সন্ধানত প্ৰতিশ্ৰুতিবোৰৰ বিফলতাৰে হাঁহিবোৰ মৰহে আত্মাহাৰা এই জীৱকুলৰ এগাঁঠি দুখৰ বোজা পম খেদি মৰুৰ বুকুৰ মৰিচিকাৰ চিৎকাৰ হাঁহি এমোকৰা হাঁহিৰ স্বগৃহ আজি কান্দোনৰ ৰোলত সুখ-শান্তিৰ হাঁহাকাৰ অপেক্ষাও দুখৰ বন্ধকত সেয়ে ভাবিলোঁ ,অানৰ হাঁহিতেContinue Reading

Share it with:

…..এম.আমিন….. নিমাওমাও প্ৰতিখন গাওঁ আৰু চহৰ অভাৱৰ বোজাত ভাৰাক্ৰান্ত মানৱ, বেলি লহিয়ালেই নামি আহে এআকাশ আন্ধাৰ, গাঁৱৰ নিৰ্জনতা ফালি বৈ আহে সৰ্বস্ব হেৰুওৱা কোনোবা গৰখীয়াৰ বাঁহীৰ বিৰহ সুৰ, চহৰৰ নিয়ন লাইটত বহি কুৰুলিয়াই থকা ফেঁচাৰ নিউ-নিউ মাতত জয়াল হয় নিশাটো, উখহি যোৱা বেৰৰ ফাঁকেৰে ভাঁহি আহে আৰ্তনাদ জীয়া ভোকৰ, শুকানContinue Reading

Share it with:

……ড°বীণাপাণি মহন্ত…… স্তব্ধ পৃথিৱী আতংকিত প্ৰতিজন চকুৰ সন্মুখত যেন ৰৈ আছে মৃত্যু হাঁহাকাৰ সৰ্বত্ৰতে । অচল বিশ্ব মাথো মৃত্যুৰ কিৰিলি যন্ত্ৰনাৰ চটফটনি শিশুৰ পৰা বৃদ্ধলৈ যুঁজি যুঁজি হাৰ মানিছে জীৱন আৰু মৃত্যুৰ যুঁজত । মাতৃভূমি য়ুহানৰ পৰা যাত্ৰা কৰা ক’ভিড 19ৰ সংহাৰী ৰূপ পৃথিৱীজুৰি ৰোমৰ সেই সুন্দৰতা বৃটেইন ৱাচিংটনৰ দৰ্পContinue Reading

Share it with:

…..মনীষা শৰ্মা…… বৰষুণ ভাল পাওঁ বাৰিষা আহক এইবাৰ বৰষুণত সদায় তিতিম, হিয়া মোৰ পৰিব শাত যদিও নাথাকক অনুভূতিৰ হাত। বাৰিষা আহক এইবাৰ ভৰ বাৰিষাতে হওক মোৰ প্ৰেমৰ উৎসৱ নীলিম আকাশত উৰক মোৰ সপোন মধুৰ আশা কপৌৰ মাতত ভাগক বিক্ষোভৰ ঢাল।Continue Reading

Share it with: