THESE THINGS YOU NEVER TOUCH DURING DURGA PUJA

পূজাৰ দিন কেইটিত এই বস্তু চুলে হ’ব অমংগল আহিব অশান্তি !!

দূৰ্গা পূজাৰ সময়ছোৱাত যদি এই বস্তু বোৰ দেখা পায় তেন্তে ভুলটো হাতেৰে চুব নালাগে নহলে বিপদ আহিব পাৰে জীৱনলৈ !!

THESE THINGS YOU NEVER TOUCH DURING DURGA PUJA

‌‌ দূৰ্গা মাৰ আশীষ পাবৰ বাবে, সমাজত আৰু নিজৰ জীৱনৰ অপাই অমংগল দূৰ কৰিবলৈ আমি পূজা অৰ্চনা কৰো। ষষ্ঠীৰ পৰা দশমীৰ বিসৰ্জনৰ দিনটোলৈ ভক্তসকলে নিজৰ আৰু ঘৰখনৰ মংগলৰ কাৰণে প্ৰাৰ্থনা কৰে । কিন্তু এই দূৰ্গা পূজাৰ ষষ্ঠীৰ পৰা দশমীলৈকে যদি কিছু অমংগলীয়া বস্তু দেখা পোৱা যায় সেইবোৰ ভুলটো হাতেৰে স্পৰ্শ কৰিব নালাগে ন’হলে ভয়ংকৰ বিপদৰ সন্মুখীন হ’ব পাৰে।

NEVER TOUCH THESE THINGS DURING PUJA TO GET MORE BLESSINGS OF DURGA

(১) পূজাৰ কেইদিনত যদি ৰাস্তাত শুকান জলকীয়া পৰি থাকে তেন্তে হাতেৰে বা ভৰিৰে কেতিয়াও স্পৰ্শ কৰিব নালাগে। কিয়নো এনেবোৰ বস্তু কোনোবাই তন্ত্ৰ মন্ত্ৰ কৰি কাৰোবাক হানি কৰাৰ বাবেও পেলাই থৈ দিব পাৰে। নাইবা কোনো লোকে এই বস্তু কাৰোবাক যাদু কৰি ক্ষতি কৰিবৰ বাবেও পেলায় ৰাখিব পাৰে। সেয়ে ৰাস্তাত এই বস্তু পৰি থাকিলে স্পৰ্শ নকৰাই মংগলজনক।

(২) এই কেইদিনত কলা পাৰ চৰাই বা কলা কাউৰী যদিহে ৰাস্তাত পৰি থাকে তেন্তে ভৰিৰে স্পৰ্শ কৰি কেতিয়াও চাব নালাগে যে মৰি আছেনে জীয়াই আছে । কিয়নো ইয়াত কোনোবাই তান্ত্ৰিক ত্যাগ ব্যৱহাৰ কৰিব পাৰে। যদিহে এনে বস্তু স্পৰ্শ কৰে তেন্তে জীৱনত অমংগল আহিব জীৱন দুখেৰে ভৰিব। সেয়ে এনে বস্তু স্পৰ্শ কৰিব নালাগে।

NEVER TOUCH THESE OBJECTS DURING DURGA PUJA

(৩) ৰাস্তাত যদি কোচ হৈ চুলি পৰি থাকে তেন্তে কেতিয়াও স্পৰ্শ কৰিব নালাগে কাৰণ এইবোৰে অশুভ শক্তিৰ ইংগিত বহন কৰে। গতিকে এনে বস্তু হাতেৰে বা ভৰিৰে স্পৰ্শ কৰা অমংগল।

(৪) নেমু আৰু জলকীয়া জলকীয়া যদি একেলগে ৰাস্তাত পৰি থকা দেখা যায় তেন্তে কেতিয়াও হাতেৰে তুলি লব নালাগে বা চুব নালাগে কিয়নো এইটোও অশুভ শক্তিৰ প্ৰতিক চিহ্ন । যদি এনে বস্তু স্পৰ্শ কৰে তেন্তে আপোনাৰ জীৱনত অশান্তি আহিব পাৰে।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *