HEALTHY DIABETIC FOOD AIR POTATO

কাঠ আলু কিয় ডায়েবেটিচ ৰোগীয়ে খাব পাৰে?? কি স্বাস্থ্য উপকাৰ আছে কাঠ আলুৰ ? কোনে খাব নালাগে এই আলু ?   কাঠ আলু বা গছ আলু ইংৰাজীত AIR POTATO আমাৰ দেশ ভাৰত, ফিলিপাইন, ম্যানমাৰ, বাংলাদেশ আদিত যুগ যুগ ধৰি ঔষধি দ্ৰব্য হিচাপে ব্যৱহাৰ হৈ আহিছে। কিয়নো এই কাঠ আলুত জৈৱContinue Reading

Share it with:
FOODS THAT BOOST EYESIGHT

কেনেকৈ বৃদ্ধা অৱস্থালৈ চশমা ব্যৱহাৰ নকৰাকৈ দৃষ্টিশক্তি এশ শতাংশই অটুট ৰাখিব!! এই ধুনীয়া পৃথিৱীৰ ধুনীয়া অবয়ব বোৰ চাবলৈ তাক উপভোগ কৰিবলৈ আছে এযোৰ ধুনীয়া চকু। যেতিয়ালৈ এই চকুযুৰি সুন্দৰ আৰু পৰিপক্ক হৈ থাকে তেতিয়ালৈ সকলো ঠিকে থাকে কিন্তু যদিহে এই চকুহালৰ দৃষ্টিশক্তি কমি যায় তেতিয়াই লাগে ডাঙৰ কণা। দৈনন্দিন জীৱনৰContinue Reading

Share it with:

এই খাদ্যই গেৰান্টী সহকাৰে Nerve ৰ সমস্যা দূৰ কৰিব!! বয়সৰ লগে লগে জীৱনৰ কোনো স্তৰত প্ৰত্যেক লোকে স্নায়ু অৰ্থাৎ nerve ৰ সমস্যাত এবাৰ হলেও ভোগে। এই সমস্যাৰ মূলতে হ’ল ভুল খাদ্য অভ্যাস, খাদ্যত এই স্নায়ু কোষৰ বাবে প্ৰয়োজনীয় ভিটামিনৰ অভাৱ, নিয়মিত শৰীৰ চৰ্চ্চাৰ অভাৱ, আঘাটজনীত কাৰণ, নিচাজাতীয় দ্ৰব্য সেৱন আৰুContinue Reading

Share it with:
WHY KIDNEY STONES RE OCCUR IN AN IDIVISUAL?

এজন লোকৰে কিডনী পাথৰ বাৰে বাৰে হোৱাৰ সম্ভাৱনা ৩০ শতাংশ কিয়?? জানেনে?? নহবলৈ কি কৰিব ??   কিডনী পাথৰ কিয় বাৰ বাৰ হয় জনাৰ আগতে জানিব লাগিব যে কিডনী দুটাত পাথৰ কেনেকৈ সৃষ্টি হয়? সহজ ভাবে বুজিব লাগিলে কিডনী দুটা হৈছে মানৱ দেহৰ এবিধ ফিলতাৰ বা চেকনি যিয়ে প্ৰয়োজনীয় দ্ৰৱ্যContinue Reading

Share it with:

লিভাৰ ভালে ৰাখিবলৈ কি কি খাদ্য আটাইতকৈ উত্তম ??   লিভাৰ হৈছে এবিধ মানৱদেহৰ আভ্যন্তৰীণ অংগ যাক দেহৰ অইন অংগ প্ৰতঙ্গ সমূহৰ শক্তিৰ ভঁৰাল বুলি জনাজাত। কিয়নো এই লিভাৰে বহু ধৰণৰ ক্ৰিয়া সম্পাদন কৰে।  লিভাৰে দেহৰ প্ৰয়োজনীয় প্ৰটিন উৎপাদন কৰে, কলেষ্টৰল আৰু বাইল প্ৰস্তুত কৰে, কাৰ্বহাইড্ৰেট, মিনাৰেল আৰু ভিটামিন সঞ্চয়Continue Reading

Share it with:

সদায় আঙুৰ খালে কি স্বাস্থ্য উপকাৰ হব ?? ডায়েবেটিচ ৰোগ বাঢ়িব নেকি??   আঙুৰ এবিধ সুস্বাদু ফল। সমগ্ৰ বিশ্বতে প্ৰায় ২০০ প্রকাৰৰ আঙুৰ উপলব্ধ। ঠিক তেনেদৰে ইয়াৰ ৰঙবোৰো ভিন্ন যেনে:- কলা, বগা, গুলপীয়া, সেউজীয়া আৰু নীলা আদি।  একেদৰে এই আঙুৰক পৰিপুষ্টিৰ ভঁৰাল বুলি কোৱা হয়। মানুহৰ শৰীৰত প্ৰয়োজন হোৱা প্ৰাইবিধContinue Reading

Share it with:

ৰাতিপুৱা এই চাৰিটা কাম কৰিব নালাগে !!    ৰাতিপুৱা শুই উঠি প্ৰথমে কি কৰিব কি নকৰিব ইয়াৰ বহুত ধৰণৰ বিতৰ্ক শুনা গৈছে। আমি সেইবোৰলৈ নাযাও মাত্ৰ যিকেইটা কাম শুই উঠিয়েই কৰিলে বিজ্ঞানসন্মতভাবে দৈহিক আৰু মানসিক স্বাস্থ্যৰ বাবে অহিতকৰ তাকেহে কবলৈ যত্ন কৰা হৈছে।  ১) এলাৰ্ম ক্লকৰ সহায়ত ৰাতিপুৱা শুই উঠিবContinue Reading

Share it with:
WALKING BEST MEDICINE FOR HEART AND LUNGS

খোজ কেতিয়া কাঢ়িব? কিমান সময় খোজ কাঢ়িব? কি লাভ পাব খোজকাঢ়িলে ?? স্বাস্থ্যই পৰম সম্পদ । আৰু বহু সম্পদ অনৰ্থক যদিহে দেহ ৰুগীয়া হৈ পৰে।  সুন্দৰ স্বাস্থ্য গঢ়ি তুলি তাক অটুট ৰাখিবলৈ প্ৰয়োজন কিছু শাৰীৰিক ব্যায়ামৰ। খোজ কাঢ়া, দৌৰা আদি হ’ল এক উত্তম ব্যায়াম। দৈনিক কমেও ৩৫ মিনিট খোজ কাঢ়িলেContinue Reading

Share it with:
GUAVA AS SUPERIOR FRUIT THAN APPLE

মধুৰীআম আৰু আপেল কোনবিধ বেছি স্বাস্থ্য উপকাৰী ?? মধুৰীআম আৰু আপেল দুয়োবিধ স্বাস্থ্যসন্মত ফল । কিন্তু আপেলৰ তুলনাত মধুৰীআমত বহুতেই বেছিকৈ প্ৰটিন, কাৰ্বোহাইড্ৰেট, চৰ্বী থাকে।  তাৰোপৰি মধুৰীআমত বেছিকৈ খনিজ দ্ৰব্য আৰু ভিটামিন উপলদ্ধ। প্ৰবাদ আছে এক কেজি আপেলেহে এটি মধ্যবৰ্গৰ মধুৰীক ফেৰ মাৰিব পাৰে। তুলনা মূলক ভাবে কোনবিধ ফল বেছিContinue Reading

Share it with:
5 human habits damage brain

মানুহৰ ৫ টি বেয়া অভ্যাসে মগজু বেয়া কৰি  পেলাই !! মানুহৰ মগজু অৰ্থাৎ Brain ত লাখ লাখ কোষ থাকে। আৰু এই কোষৰ সংখ্যা ১০০ বিলিওন ৰ ওপৰত বুলি অনুমান কৰা হয়। এই কোষমুহে গোটেই লোক জনৰ দেহৰ ক্ৰিয়াসমূহ নিয়ন্ত্ৰণ কৰে।  বহু লোকে জানিয়ে হওঁক বা নাজানিয়ে হওঁক দৈনন্দিন কিছু ঋণাত্মকContinue Reading

Share it with: