পিয়াজ কিয় নাখাব কিয় খাব ??     পিয়াজ সকলোৰে ঘৰে ঘৰে পাচলি হিচাপে, চালাড হিচাপে বা চানাৰ লগত কেঁচাই খোৱা  নাইবা দুফাল কৰি ঘৰৰ চুকত থৈ দিয়া আদি যুগে যুগে প্ৰচলিত। কিয়নো এই পিয়াঁজৰ আছে বহুত স্বাস্থ্য গুণ । কিন্তু পিয়াঁজৰ সামান্যহে আছে স্বাস্থ্যৰ ওপৰত কুপ্ৰভাব। স্বাস্থ্য উপকাৰ সমূহContinue Reading

Share it with:
Featured Video Play Icon

লিভাৰ ভালে আছেনে জানিবলৈ ভৰিৰ ৯ টি বস্তু লক্ষ্য কৰক :-   মানৱ দেহৰ এটি ডাঙৰ আৰু দৰকাৰী অংগ বিশেষ হল লিভাৰ বা যকৃত। সেয়ে লিভাৰ টি ভালকৈ কাম কৰিছে নে নাই জানিবলৈ আপোনাৰ ভৰি দুখনৰ কিছু পৰিৱৰ্তন সদায়ে লক্ষ্য কৰি থাকিব। ১) স্পাইদাৰ ভেইন বা স্পাইদাৰ নিভা :- যদিContinue Reading

Share it with:

  আপোনাৰ ৰক্তচাপ মাপ লওঁতে আপুনি নিজেই হওঁক বা চিকিৎসা কর্মীয়ে হওঁক আনকি বহু চিকিৎসকেও ভুল কৰে ।    ঘৰে ঘৰে আজিকালি ডিজিটেল মেচিনেৰে নিজেই ৰক্তচাপ মাপ কৰোঁতেই হওঁক বা চিকিৎসা কর্মীয়ে মেনুৱাল যন্ত্ৰৰে মাপ কৰোতে কেইবাটাও ভুল কৰা দেখা যায়।     ৰক্তচাপ মাপ কৰাটো অতি সহজ কাম বুলিContinue Reading

Share it with:

অতিমাত্ৰা প্ৰদূষণৰ যুগত হাওফাঁওৰ উৎকৃষ্ট খাদ্য :-   মানৱ দেহৰ ঘাই অংগ সমূহৰ এটি প্ৰধান অংগ বিশেষ হল হাওফাঁও যিয়ে দেহত বিশুদ্ধ অক্সিজেন যোগান ধৰে আৰু দেহৰ কোষ সমূহৰ পৰা বৰ্জিত আৰু বিষাক্ত কাৰ্বনডাইক্সাইড নিষ্কাষণ কৰে। এই হাওফাঁও দুটি যেতিয়ালৈ মজবুত থাকে তেতিয়ালৈকে জীৱকুল সুস্থ আৰু নিৰোগী।   বিজ্ঞান আৰুContinue Reading

Share it with:

নেমু পানী আদা পানী কিয় খাব ??     নেমু আৰু আদা সকলোৰে ঘৰত সহজলভ্য। ভিন্ন জনে ভিন্ন ভাবে এই দুবিধ ব্যঞ্জন ব্যৱহাৰ কৰি আহিছে। ভাতৰ সৈতে নেমুৰস চেপি খোৱা আৰু মাংসৰ তৰকাৰী ত আদা ব্যৱহাৰ কৰাতো সকলোৱে জানো। কিন্তু যদিহে আপুনি আদাৰস এচামুচ চেপি লৈ পানীৰ সৈতে আৰু নেমুৰসContinue Reading

Share it with:

পদিনা পাতৰ পানী কিয় ইমান উপকাৰী ??    বৈজ্ঞানিক নাম  Mentha spicata নামেৰে জনাজাত এই পদিনা যুগ যুগ ধৰি আয়ুৰ্বেদ চিকিৎসা পদ্ধতিত ব্যৱহাৰ হোৱাৰ লগতে সকলোৰে হয়তো সেউজীয়া পদিনাৰ পাতৰ চাটনি বা অইন ব্যঞ্জন ব্যৱহাৰ হৈ আহিছে। কিন্তু এই পদিনাৰ পাতৰ যে মহৌষধী গুণ আছে আপোনাৰ জানি বৰ ভাল লাগিব।Continue Reading

Share it with:

দুপৰটেঙা বা পাটেগজা কিয় উপকাৰী ??   এছিয়া আৰু আফ্ৰিকা মহাদেশ ত পোৱা এইবিধ বনৌষধিকৰ বৈজ্ঞানিক নাম হ’ল Bryophyllum pinnatum বা Kalancho pinnatum । ঠাই বিশেষে ইয়াক Air plant, Life plant, Miracle leaf আৰু দুপৰ বন হিচাপে জনাজাত।       এই পাতৰ প্ৰাকৃতিক ৰাসয়নিক মিশ্ৰণ:–   Bryophyllene A ,Continue Reading

Share it with:

ভেদেইলতা স্বাস্থ্য উপকাৰী কিন্তু খাব লাগে কেতিয়া ??  Dr Az Ahmed   সংস্কৃত নাম গন্ধ প্ৰচাৰিণী আৰু Paederia foetida বৈজ্ঞানিক নামেৰে জনাজাত এই ভেদেইলতাৰ পাত এক উৎকৃষ্ট ব্যঞ্জন হিচাপে ঘৰে ঘৰে ব্যৱহাৰ হৈ আহিছে। ইয়াৰ উপৰিও এই লতাৰ শিপা আৰু পাতৰ বহুতো স্বাস্থ্য উপকাৰ আছে বাবে এই লতা নানা ধৰণৰContinue Reading

Share it with:

মধুৰী আমৰ পাতৰ আচৰিত স্বাস্থ্য গুণ :- এটি মধুৰী আম খালে দহটি আপেল নাখালেও হব বুলি কোৱা শুনিছে। ঠিক তেনেদৰে এই মধুৰীআম গছৰ পাতৰ আছে ভাবিবলৈ বাধ্য কৰা স্বাস্থ্য গুণ।                                 Psidium guajava বৈজ্ঞানিক নামেৰেContinue Reading

Share it with:

ইউৰিক এচিড নিৰাময়ৰ সহজ উপায় :-   ইউৰিক এচিড কি :– ই হ’ল আমি খোৱা খাদ্য যিবোৰত পিউৰীণ থাকে সেইবোৰ হজম হোৱাৰ পিছত উৎপন্ন হোৱা বৰ্জিত দ্ৰব্য যিবোৰ কিডনিয়ে পেছাব ৰ দ্বাৰা বাহিৰ কৰি দিয়ে।   যদিহে কিডনয়ে এই বৰ্জিত দ্ৰব্য ইউৰিক এচিড খুব সোনকালে নিষ্কাষণ কৰিবলৈ অসমৰ্থ হয় তেতিয়াইContinue Reading

Share it with: