বৰ্তমান সমগ্ৰ বিশ্বতে মহামাৰীৰ ৰূপ লোৱাঠ “কোভিড-১৯” ৰ আপাতকালৰ সময়ত গোটেই দেশতে এক অভাৱনীয় সমস্যাই দেখা দিছে। সেয়া হ’ল ৰক্তৰ সমস্যা ৷ কিয়নো , লক ডাউনৰ বাবে চিকিৎসালয় সমুহত যোগাযোগ ব্যাহত হোৱাত বহু ৰোগী আৰু অভিভাৱকে ৰক্ত বিচাৰি হাবাথুৰি খাব লগা হৈছে ৷ এনে পৰিস্থিতিত দেশৰ লগতে শিৱসাগৰ জিলাতো বিগতContinue Reading

Share it with:

…….এম.আমিন……. বেলি লহিয়ালেই ব্যস্ত চহৰখনত উবুৰি খাই পৰে এটি অলস সন্ধিয়া, এন্ধাৰ গলিটোৰ সীমান্তত ভাগৰুৱা এটি জুপুৰি, নিশকটীয়া মমৰ পোহৰত জিলিকে অশ্লীলতাৰ ফুলজাৰি। ক্ৰমাৎ গভীৰৰ পৰা গভীৰতালৈ বাঢ়ি যায় এন্ধাৰবোৰ, বিলাতী পানীয়ত চুমুক দি উদযাপন কৰা হয় নাৰী দিৱস নিষিদ্ধ আলাপেৰে নাৰী স্বাধীনতাৰ জয় গান গোৱা হয় বন্ধ কোঠাত, উগ্ৰContinue Reading

Share it with:

…..মণীষা শৰ্মা……. নজনা কথা জানিবলৈ নোপোৱা বস্তু পাবলৈ আৰু নেদেখা ঠাই চাবলৈ প্ৰতিজন মানুহৰে ইচ্ছা বা বাসনা থাকে। তেনে এক ইচ্ছা আগতৰাখিয়ে বাক্সা জিলাৰ অন্তৰ্গত পাঠশালাৰ পৰা বাঘমাৰা হৈ ভূটান যাত্ৰা কৰিছিলোঁ। সিদিনা আছিল ২৬জুলাই বৃহস্পতি বাৰ পাঠশালাৰ পৰা ৪০-৪৫ কিঃমিঃ গলেই ভূটান নাগলাম। ভূটানৰ গেট পোৱাত ভূটান ৰয়েল পুলিচেContinue Reading

Share it with:

…….প্ৰাণেশ্বৰ শৰ্মা…….. লক ডাউনৰ পৰা বিভিন্ন দিশত যিমানেই ক্ষতি নহওক কিয়, মানুহ আৰু প্ৰকৃতিৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু উল্লেখনীয় উপকাৰ সাধন হৈছে। এইকেইদিন পৰিবেশ অতিকৈ নিৰ্মল হৈ উঠিছে।গাড়ী–মটৰ , কল-কাৰখানাৰ বিকট শব্দ নোহোৱা বাবে জীৱ জন্তুসমূহে নিৰ্ভয়ে বিচৰণ কৰিছে।জীৱ জন্তুৱে নিৰ্ভয়তা পাইছে মানুহৰ সমাগম আৰু অত্যাচাৰৰ পৰা।এইকেইদিন চৰাইৰ কাকলি কি মনোমোহাকৈContinue Reading

Share it with:

…..প্ৰাণেশ্বৰ শৰ্মা….. কালিৰ আলোচনাত উল্লেখ কৰিছিলো যে আজিকালি বিহুসুৰীয়া আধুনিক গীতেৰে বিহুনৃত্য প্ৰদৰ্শন কৰে।ইয়াৰ প্ৰধান কাৰণ হ’ল যন্ত্ৰস্থ গীতৰ সুলভতা।কোনো কষ্ট নকৰাকৈয়ে যন্ত্ৰস্থ গীত পোৱা যায়, সেয়ে হোৱাই নোহোৱাই তাৰ জৰিয়তেই নৃত্য প্ৰদৰ্শন কৰে। কিন্তু দৰাচলতে বিহুনৃত্যত মানুহে বাদ্য আৰু গীত ব্যৱহাৰ কৰা উচিত।তাৰ কাৰণে উদ্যোক্তাসকলে সমূহীয়াভাৱে বাদ্য বা গায়কৰContinue Reading

Share it with:

……প্ৰাণেশ্বৰ শৰ্মা….. বিহুৰ বতৰত আমাৰ তৰফৰ পৰা সদৌটি বন্ধু-বান্ধৱীলৈকৈ হিয়াভৰা ওলগ যাচিলো। বিহুগীতৰ প্ৰসঙ্গত অকণমান মত বিনিময় কৰিব বিচাৰিছো। আজিকালি প্ৰকৃত বিহুগীত শুনিব নোপোৱাই হ’ল।বিভিন্ন অনুষ্ঠানত বিহুগীত বুলি গায় বিহুসুৰীয়া আধুনিক গীত।আচৰিত কথা যে, বিহুগীতৰ অনুষ্ঠানত বিহুসুৰীয়া আধুনিক গীত গাই পুৰস্কাৰো পায়। “”দাপোন ভাঙি গ’লে পেলাই দিবা পিছে মন ভাঙিContinue Reading

Share it with:

—————————————— মোৰ বিয়াৰ সময়ত বন্ধু এজন লগতলৈ ছোৱালী সুধিব গ’লো। ছোৱালী জনীয়ে দুখন প্লেটত দুটা সিজোৱা কণী দিলে।কণীৰ লগত অলপ মিঠাতেল আৰু নিমখ দিছিল।প্লেট দুখন থৈ তাই পানী আনিবলৈ গ’ল। মোৰ বন্ধুজনে চামুচেৰে কণীটোত হেচা দিওতে পিচলি কণীটো সোমালগৈ ড্ৰয়িং ৰূমটোত থকা চাঙৰ তলত। দুৰ্ঘোৰ সমস্যাত পৰিলো আমি।কণীটো আনিবলৈ চাঙৰContinue Reading

Share it with:

জনসংযোগ, দৰঙৰ সৌজন্যত প্ৰেছ বিজ্ঞপ্তি নং – ৪৯/২০২০ পুণৰ ১০ জনৰ শ্লেষৰ নমুনা ক’ভিড – ১৯ ৰ পৰীক্ষাৰ বাবে প্ৰেৰণ মঙলদৈ, ১২ এপ্ৰিল : ক’ভিড-১৯ ত আক্ৰান্ত ব্যক্তিৰ সৈতে আঠগাঁৱৰ কবৰস্হান মছজিদৰ মাছুৰাত অংশগ্ৰহণ কৰা দৰঙৰ ১০ জন ব্যক্তিক স্বাস্থ্য বিভাগে আৰক্ষীৰ সহযোগত চিনাক্ত কৰি স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে তেওঁলোকৰContinue Reading

Share it with:

……ডাঃ আজিমুদ্দিন আহমেদ…… ক্ৰমশঃ স্থবিৰতাই গ্ৰাসিছে সকলো বিভিষিকাত আজি জীৱনৰ অনুকম্পা হতাশাগ্ৰস্ত দুৰূহ মন সন্ধা হাড়বোৰ শুকাই এড়িৰ ডাল গোলাপী সপোন চুনামীত নিতাল পলাই ফুৰিছো জনসমুদ্ৰত প্ৰায়ে প্ৰতাৰণা বিষাদত ছাই হোৱা প্ৰাণে মই যেন এজন পগলা মানুহ উজাগৰী নিশাৰ পিছে পিছে খেদিছে এদল ৰাক্ষসে হৈ অপস্মাৰ প্ৰস্তাৱনা আজি লেৰেলি মৰাপাটৰContinue Reading

Share it with: