১ ঘণ্টা নপঢ়া ছাত্ৰই ১০ ঘণ্টা পঢ়িব এই কথা শুনিলে !!
টোপনি মাৰিব, উঠিব, খাব আৰু মোবাইল চলাব ; আকৌ শুব আকৌ উঠিব , আকৌ পেট ভৰাই খাব আৰু আকৌ মোবাইল চলাই পুনঃ শুই যাব। যদি পঢ়াৰ কথা মনত পৰে বা কোনোবাই কয় তেতিয়া কান্দিবা আৰু কব, ” মোৰ দ্বাৰা নহ’ব , মোৰ পঢ়াত মন নবহে “! আৰু পুনৰ শুই যাব।Continue Reading