Success tips of life

 মানুহৰ জীৱনত কিছু বস্তু আৰু বিষয় নিজৰ হাতত থাকে যি তেওঁ নিজে পৰিৱৰ্তন কৰিব পাৰে আৰু কিছু এনে ডাঙৰ বিষয় আছে যিসমূহ মানুহে হাজাৰ ইচ্ছা কৰিলেও পৰিৱৰ্তন কৰিব নোৱাৰে। যিসমূহ বিষয় আমাৰ হাতত নাথাকে সেইবোৰ আমি মানি লব লাগিব আৰু যিসমূহ বিষয় আমাৰ হাতত থাকে সেইসমূহো পৰিৱৰ্তন কৰি আমাৰ জীৱনতContinue Reading

Share it with:
How to set a goal for life

   আইনাৰ সন্মুখত সকলোৱে নিজৰ মুখমণ্ডল চাবলৈ পছন্দ কৰে, কিন্তু সেই আইনা খন ভাগি যোৱাৰ পিছত মানুহে সেইখন পেলাই দিবলৈ কুণ্ঠাবোধ নকৰে। আৰু মানুহৰ জীৱনৰ ক্ষেত্ৰতো সেইটোৱেই সত্য যে প্ৰত্যেক মানুহৰ জীৱনলৈ ভাল সময় আহে আৰু সেই ভাল সময় কেতিয়াবা আকৌ সোনকালে পাৰ হৈ যায়। টকাই সকলো বুলি সেইজনে কয়Continue Reading

Share it with:
Child behave

 শাৰিৰীক আৰু মানসিক ভাৱে সকলোৱে সুস্থ্য থকা দৰকাৰী। কিন্তু নানান ধৰণৰ দুঃচিন্তাই মানুহৰ মানসিক ভাৰসাম্যক প্ৰভাৱিত কৰে যিয়ে দৈনন্দিন জীৱনত বেয়াকৈ প্ৰভাৱ পেলাই। প্ৰাপ্ত বয়স্ক লোকৰ দুঃচিন্তা আৰু উদ্বেগৰ লক্ষণ সমূহ সহজতে বুজিব পাৰি যদিও শিশুৰ মনৰ মাজত সৃষ্টি হোৱা উদ্বেগ আৰু দুঃচিন্তা বুজিবলৈ বৰ টান। লগতে শিশুৰ উদ্বেগ আৰুContinue Reading

Share it with:
10 causes of liver disorder

  মানৱ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ মগজু, হৃদপিণ্ড, কিডনীৰ লগতে লিভাৰ বা যকৃতো এটি। যকৃত হৈছে মানুহৰ দেহৰ আটাইতকৈ ডাঙৰ অংগ। আপোনাৰ গৃহত থকা পানীৰ ফিল্টাৰ টোৱে যেনেকৈ লেতেৰা পানী বিশুদ্ধ কৰে ঠিক একেদৰে মানৱ শৰীৰৰ এই লিভাৰ নামৰ ফিল্টাৰ টোৱে মানৱ শৰীৰত সৃষ্টি হোৱা লেতেৰা আৰু বিষাক্ত পদাৰ্থ সমূহContinue Reading

Share it with:
good parenting tips

  পিতৃ মাতৃ আৰু সন্তানৰ মাজৰ সম্পৰ্ক আৰু দায়িত্বৰ মাজত যথেষ্ট পাৰ্থক্য থাকে ।  পিতৃ মাতৃয়ে সন্তানৰ যত্ন লব লাগিব আৰু আনহাতে সন্তানে মা দেউতাৰ নিয়ম সমূহ পালন কৰিব লাগিব। কিন্তু বহু ক্ষেত্ৰত পিতৃ মাতৃৰ এই দায়িত্ব সমূহ সম্পূৰ্ণ বিপৰীত হৈ যায় ; আৰু সেয়ে পিতৃ মাতৃৰ অভিভাৱকত্বক দুই ভাগতContinue Reading

Share it with:
5 top secretes of woman

  বিবাহ হৈছে জীৱনৰ এক বিশাল অধ্যায় ; এই অধ্যায় ভালদৰে অধ্যয়ন কৰিব নোৱাৰিলে জীৱনত আগুৱাই যোৱা কঠিন হৈ পৰে। প্ৰতিজন মানুহক এই বিষয়ত অৰ্থাৎ বিবাহৰ পৰবৰ্তী সময় চোৱাত সতৰ্কতা অৱলম্বন কৰা অতি দৰকাৰী। আজিকালি ভালপোৱাৰ জৰিয়তে বিবাহৰ পয়োভৰ বাঢ়িছে। আজিকালি বিবাহৰ আগতে এজনে আনজনৰ সৈতে বহু বেছি দূৰলৈ সম্পৰ্কContinue Reading

Share it with:
FUTURE SYMBOLIC SIGNS OF GIRL

  বহু লোকৰ দাঁতৰ মাজত ফাঁক থাকে আৰু কিছুমানৰ নাথাকে। আৰু দাঁতৰ মাজত ফাঁক থাকিলে বহু মানুহে সেই দাঁত ধুনীয়া বুলি নকয়। কিন্তু সমুদ্ৰ শাস্ত্ৰ অনুসৰি দাঁতৰ মাজত ফাঁক থকা পৰিঘটনা টি সম্পূৰ্ণ বেলেগ। সমুদ্ৰ শাস্ত্ৰ অনুসৰি যিসকল লোকৰ দাঁতৰ মাজত ফাঁক আছে সেইসকল লোক বহুত ধৈৰ্য্যশীল স্বভাৱৰ হয়, এইContinue Reading

Share it with:
advice for diabetics

  ডায়েবেটিচ এটি ক্ৰনিক ৰোগ , এই ৰোগত এবাৰ আক্ৰান্ত হ’লে গোটেই জীৱন এই সমস্যা লৈয়ে চলিব লগীয়া হয়। লগতে এই ৰোগৰ প্ৰতি মানুহৰ সজাগতাৰ খুব অভাৱ আৰু সেইবাবেই হয়তো আমাৰ দেশ ভাৰতবৰ্ষক ডায়েবেটিচ ৰোগৰ ৰাজধানী বুলি অভিহিত কৰা হয়। বেছিভাগ লোকে ডায়েবেটিচ ৰোগৰ মূল কাৰণ সমূহ নুবুজে বা নাজানে।Continue Reading

Share it with:
tips to build good relationship among family

  বৈবাহিক জীৱনৰ সম্পর্ক সুচাৰুভাৱে পালন কৰা খুব সহজ কথা নহয়। দুজন মানুহ একেলগে থাকি থাকি কেতিয়াবা ইজনৰ প্ৰতি সিজনৰ অনীহা ভাৱ আহি যাব পাৰে। দুজনৰ পাৰস্পৰিক মতবিৰোধ গৈ মাৰাত্মক কাজিয়া হোৱাও দেখা যায়। বহু সময়ত স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ অনুভূতি সময় বুজিবলৈ সক্ষম নহয়, সেই ভুল বুজাবুজি চৰম পৰ্যায়লৈContinue Reading

Share it with:
Excellent parenting tips

  সন্তানৰ পঢ়া শুনাৰ বিষয় লৈ সকলো অভিভাৱক চিন্তিত আৰু উদ্বিগ্ন থাকে। সঠিক ভাবে হোমওৱাৰ্ক কোনো শিশুয়ে কৰিব নিবিচাৰে আৰু বহু শিশুয়ে পঢ়া টেবুলত বহু অনিহা দেখুৱাই , ৰাখে নানান অজুহাত। আজিকালিৰ লৰা ছোৱালীয়ে পঢ়া শুনাতকৈ মোবাইলত গেম খেলিব বেছি পচন্দ কৰে। আপোনাৰ সন্তানেও যদি পঢ়া শুনা কৰিবলৈ নিবিচাৰে বাContinue Reading

Share it with: