Liberia an nonsense country

বিশ্বৰ আটাইতকৈ নিৰ্লজ্জ দেশ এখন যত মৃতকৰ শৰীৰ ভক্ষণ কৰে !

  পৃথিৱীত এনে এখন দেশ আছে যত বৃদ্ধ মানুহক অপ্ৰয়োজনীয় বুলি জ্ঞান কৰি জুইত পুৰি ভক্ষণ কৰা হৈছিল , সেই দেশত পানীৰ দাম বেছি কিন্তু মদৰ দাম কম; সেয়ে নহয় তেওঁলোকে পথৰ দাঁতিত অসংখ্য লোকৰ সন্মুখত কাপোৰ খুলি থিয় হৈ পেচাব কৰিবলৈ লাজ নকৰে। হয় তেনে বৰ্বৰ আৰু নিৰ্লজ্জ দেশ হৈছে লাইবেৰীয়া।

Liberia an nonsense countryHunza valley an adventure
আফ্ৰিকা মহাদেশৰ আটাইতকৈ প্ৰাচীনতম প্ৰজাতন্ত্ৰ হৈছে লাইবেৰীয়া। দেশ খনৰ দক্ষিণ আৰু পশ্চিম প্ৰান্তত আত্লাণ্টিক মহাসাগৰ আছে ; এই দেশৰ সৰ্বোচ্চ পৰ্বতশৃংগৰ নাম হৈছে নিম্বা , গোটেই বছৰজুৰি দেশখনত প্ৰচণ্ড গৰম পৰে যদিও এপ্ৰিলৰ পৰা ছেপ্টেম্বৰ মাহলৈ সামান্য বৃষ্টিপাত হয়। সেই দেশৰ আয়তন হৈছে এক লাখ এঘৰ হাজাৰ তিনিশ সত্তৰ বৰ্গ কিলোমিটাৰ যাৰ জনসংখ্যা ৪৯ লাখ আৰু চৰকাৰী ভাষা হৈছে ইংৰাজী।

Liberia an nonsense country
১৮৪৭ চনৰ ২৬ জুলাইত লাইবেৰীয়াই স্বাধীনতা লাভ কৰিছিল, সেই দেশৰ প্ৰায় ৭০% লোকে পালন কৰে তেওঁলোকৰ স্থানীয় ধৰ্ম আৰু ২০ শতাংশ লোক ইছলাম ধৰ্মী আৰু ১০ শতাংশ খ্ৰীষ্টান । সেই দেশৰ বনাঞ্চলৰ মাটি কালি ১৬৫ হাজাৰ একৰ । ইয়াৰ প্ৰধান চহৰ হৈছে টোতটা আৰু লাইবেৰিয়া । সেই দেশৰ মানুহবোৰে কোনো ফলমূল সেৱন নকৰে বিপৰীতে তেওঁলোকে সাপ বেং আৰু পশু পক্ষী ভক্ষণ কৰে।

the ultimate car
লাইবেৰিয়াৰ বেছিভাগ ছোৱালীয়ে বিবাহ নকৰে কিন্তু তেওঁলোকৰ সকলোৰে সন্তান থাকে ; পুৰুষৰ ভিতৰত অধিকাংশ পুৰুষেই কোনো কাম নকৰে বৰং মদৰ নিচাত সকলো সময়তে ডুবি থাকে । পুৰুষ সকলে আন্ধাৰ আৰু পোহৰৰ পাৰ্থক্য বুজি নাপায়। সেই দেশৰ বন্যাঞ্চলত লক্ষ্য লক্ষ্য আম, কঁঠাল, আপেল , কল আদি পকি থাকিলেও তাৰ লোকসকলে কোনোদিনে সেইবোৰ স্পৰ্শ নকৰে কিয়নো আত্লাণ্টিক মহাসাগৰৰ উপকূলীয়া লোক সকলৰ হাজাৰ বছৰ পুৰণি লোকবিশ্বাস হৈছে যে ফলমূল পশু পক্ষীৰ খাদ্যহে মানুহৰ নহয় ; সেয়ে সেই ঠাইলৈ যোৱা অইন দেশৰ পৰ্যটক সকলে পকি সৰি থকা ফলমূল বোৰ বুটলি খাবলৈ ভয় কৰে। কিয়নো সেই ঠাইৰ লোকৰ বিশ্বাসত আঘাত কৰিলে পৰ্য্যটকৰ ওপৰত তেওঁলোক হিংস্ৰ জন্তুৰ দৰে হৈ পৰিবলৈ বেছি সময় নালাগে।

Liberia an nonsense country
লাইবেৰিয়া দেশৰ লোকৰ প্ৰধান খাদ্য তালিকা হৈছে বনৰ সিংহ, হাতী , বাঘ, ভালুক, বিভিন্ন ডাঙৰ ডাঙৰ পক্ষীৰ ৰ মাংস আৰু মাটিৰ তলৰ আলু আদি। লাইবেৰিয়াৰ ৪৯ লাখ জনসংখ্যাৰ প্ৰায় ৯০% মানুহ দৰিদ্ৰ , তেওঁলোকে মাত্ৰ এসাজ খাদ্যহে গ্ৰহণ কৰিবলৈ সুবিধা পায়। সেই দেশত পানীৰ তুলনাত মদ সুলভ।

when we must speak

লাইবেৰিয়াত বিদ্যুৎ ৰ ব্যৱস্থা নাই বুলি কলে ভুল নহ’ব ; জেনেৰেটৰ ব্যৱস্থা আৰু ব্যৱহাৰ সেই দেশত বহুল। ৰেষ্টুৰেণ্ট সমূহ জেনেৰেটৰ দ্বাৰা বিদ্যুৎ প্রজ্বলিত যত অহৰহ দিনৰ ২৪ ঘণ্টাই মিউজিক ভিডিও চলে আৰু সংঘটিত হয় যৌনতাৰ বেহা ।

Liberia an nonsense country

সেই দেশৰ অধিকাংশ যুৱক মদ আৰু নাৰীৰ ৰাগীত ডুবি থাকে ; অনবৰতে বহি বহি সময় পাৰ কৰে , মোবাইল ফোনৰ কৰ্ড কাণত লৈ গান শুনি শুনি বহু যুৱকে সময় পাৰ কৰে , আৰু বহুতে মোবাইল ফোনৰ কৰ্ড কাণত লৈ সুৰাৰ ৰাগীত গানৰ তালেৰে কঁকাল হিলাই নাচি নাচিয়ে দিন ৰাতি পাৰ কৰে। তেওঁলোকৰ যুৱক যুৱতীৰ বিয়া আৰু সংসাৰৰ প্ৰতি কোনো গুৰুত্ব নাথাকে , তেওঁলোক হৈছে অন্ধকাৰৰ বাসিন্দা , তেওঁলোকে ৰাতি চলাফুৰা কৰোতে পোহৰৰ প্ৰয়োজন বোধ নকৰে।

2023 year predictions

হুনজা সম্প্ৰদায়ৰ ৬৫ বছৰৰ নাৰী ১৮ বছৰৰ গাভৰু যেন দেখি ! জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক 

হুনজা সম্প্ৰদায়ৰ ৬৫ বছৰৰ নাৰী ১৮ বছৰৰ গাভৰু যেন দেখি

মুছলিম দেশ য়েমেনত অসংখ্য লোকে হিন্দু ধৰ্ম পালন কৰিছে ! -ৰহস্য। জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক 

মুছলিম দেশ য়েমেনত অসংখ্য লোকে হিন্দু ধৰ্ম পালন কৰিছে ! -ৰহস্য।

দেশখনৰ কেইবাঠাইত গীৰ্জা আদি দেখিবলৈ পোৱা যায় যদিও সেইসমূহত মানুহ দেখিবলৈ পোৱা নাযায়। সেই দেশৰ লোকৰ পর্দা আৰু লজ্জা নাই বুলিলেই ভুল কোৱা নহয়। সেই দেশত এনে সময় আছিল যি সময়ত তেওঁলোকে মৃতকৰ শৰীৰ জুইত পুৰি ভক্ষণ কৰিছিল, বৃদ্ধ মানুহক অপ্ৰয়োজনীয় বুলি ভাবি জুইত পুৰি ভক্ষণ কৰি পেলাইছিল কিন্তু বৰ্তমান এই পাপ কৰ্ম বন্ধ হৈছে লাইবেৰিয়াত।

Popular Assamese Video 

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *