Cocos island as tourism

  পৃথিৱীত এনে এখন দ্বীপ আছে যি দেখাৰ বাবে পৰ্যটক সকল ভোকাতুৰ হৈ থাকে , যি দ্বীপত আন্দাৰ ৱৰ্ল্ডে লুকাই ৰখা গুপ্তধন আছে বিপুল পৰিমাণে, সেই দ্বীপত পুৰুষৰ তুলনাত মহিলা আৰু যুৱতী বেছি। সেই দ্বীপৰ নাৰীয়ে পথত অপবিত্ৰ অৱস্থাত চলাচল কৰে।

tourist place Cocos islandtourist place Cocos islandtourist place Cocos island

এই দ্বীপৰ বেছিভাগ নাৰীৰ দেহ ব্যৱসায় হৈছে উপাৰ্জনৰ প্ৰথম পথ , তাৰোপৰি পৃথিৱীৰ বহু যুৱতী দেহ ব্যৱসায়ী সেই দ্বীপলৈ গৈ পৰ্যটকৰ নয়নৰ মণি হৈ ভৰি পৰে । অষ্ট্ৰেলিয়াৰ সেই দ্বীপৰ বাট পথত লাখ লাখ কেঁকোৰাই বিচৰণ কৰে। মুছলমান প্ৰধান সেই দ্বীপত হালাল খাদ্য সম্ভাৰ উপলব্ধ হেতুকে সেই দ্বীপ ইছলামিক পৰ্যটকৰ বাবে জনপ্ৰিয়। সেই দ্বীপত বিশ্বৰ লাখ লাখ পৰ্যটকে মনোৰঞ্জন কৰে নিশাৰ ভাগত।

tourist place Cocos islandtourist place Cocos island
সৰু এই দ্বীপটোৰ স্থানীয় অধিবাসী সকলৰ ঘৰ দুৱাৰ খুব ৰঙীন , যত স্থানীয় লোকৰ সংখ্যাতকৈ পৰ্যটকৰ সংখ্যা বেছি থাকে গোটেই বৰ্ষজুৰি। সেয়া হৈছে অষ্ট্ৰেলিয়াৰ এটি অতি সৰু দ্বীপ ক’কোচ ( Paradise island) ।

tourist place Cocos islandtourist place Cocos island

এছিয়াৰ দক্ষিণ পূৰ্বে অৱস্থিত অষ্ট্ৰেলিয়া, যাৰ চৰকাৰী নাম “দা কমনৱেলথ অফ অষ্ট্ৰেলিয়া”। বিশ্বৰ ষষ্ঠ বৃহত্তম দেশ হৈছে অষ্ট্ৰেলিয়া যাৰ আয়তন 7692024 বৰ্গ কিলোমিটাৰ, মুঠ জনসংখ্যা 25978935 জন ( 2022 চন অনুসৰি) , ৰাজধানী কেনবেৰা চহৰ যি অতি আধুনিক আৰু দ্ৰুত প্ৰচাৰিত চহৰ, এই কেনবেৰা চহৰৰ পৰা ছিডনী চহৰৰ দূৰত্ব প্ৰায় ২৪০ কিলোমিটাৰ, আৰু মেলবৰ্ণ চহৰৰ দূৰত্ব হৈছে 660 কিলোমিটাৰ। ৰাজধানী চহৰ খনত মাত্ৰ চাৰি লাখ মানুহে বসবাস কৰে। অষ্ট্ৰেলিয়াৰ ছিডনী চহৰ খনৰ মানুহ সম্পূৰ্ণ আধুনিক , যি গোটেই বিশ্বৰ লোকৰ বাবে এক আকৰ্ষণীয় নাম, পৰ্যটকৰ বাবে ছিডনী খুব ৰোমাঞ্চকৰ ঠাই। ছিডনীয়ে পৃথিৱীৰ পৰ্যটকক দুহাতেৰে হাত বাউলি মাতে, ছিডনী চহৰত আছে বহু পার্ক, যাদুঘৰ আৰু কেচিন’ । এই ছিডনীতে আছে এশতকৈ বেছি সাগৰীয় বিচ্ছ ( beaches ) ।

tourist place Cocos islandtourist place Cocos islandtourist place Cocos islandMalta as world heritage

প্ৰশান্ত মহাসাগৰৰ মাজত ক’কোচ দ্বীপ প্ৰায় 1832 চনৰ পৰাই কৌস্তৰীকাৰ অধীন আছিল, তাৰ পিছত 1857 চনৰ পৰা সেই দ্বীপ ব্ৰিটিছৰ অধীনত আছিল, আৰু 1949 চনত এই দ্বীপ অষ্ট্ৰেলিয়াৰ অধীনলৈ আহে ; কৌস্তৰীকাৰ মূল ভূখণ্ডৰ পৰা প্ৰায় 550 কিলোমিটাৰ দক্ষিণ পশ্চিমত অৱস্থিত এই গুপ্তধন ভৰা দ্বীপ ক’কোচৰ চাৰিওফালে আৱৰি আছে সেউজীয়া বনাঞ্চল আৰু অৰণ্যই । 1622 খৃষ্টাব্দত আবিষ্কাৰ হৈছিল এই দ্বীপ, যাৰ আয়তন 14 বৰ্গকিলমিটাৰ যাৰ জনসংখ্যা মাত্ৰ 600 জন , কিন্তু লাখতকৈ বেছি পৰ্যটক প্ৰতিদিনে থাকে সেই দ্বীপত ; ধৰ্মত তেওঁলোক ইছলামিক আৰু ধৰ্ম সচেতন, সেই দ্বীপৰ 68% লোকে মালাই ভাষাত আৰু বাকী লোকে ইংৰাজীত কথা পাতে ।

tourist place Cocos islandtourist place Cocos islandWorld heritage Peru

এই দ্বীপৰ বেছিভাগ নাৰীৰ দেহ ব্যৱসায় হৈছে উপাৰ্জনৰ প্ৰথম পথ , তাৰোপৰি পৃথিৱীৰ বহু যুৱতী দেহ ব্যৱসায়ী সেই দ্বীপলৈ গৈ পৰ্যটকৰ নয়নৰ মণি হৈ ভৰি পৰে । সেই দ্বীপৰ যুৱতী বিবাহপাশত আবদ্ধ হ’বলৈ বোজা অনুভৱ কৰে কিয়নো বিবাহৰ পিছত নাৰীয়ে বিচৰা ধৰণে নাৰীৰ স্বাধীনতা বুলিবলৈ একো নাথাকে সেই দ্বীপত । আৰু বিবাহ হোৱা মহিলাৰ সন্তান জন্ম হ’লে তেওঁলোকে চাকৰি অব্যাহতি লোৱা সেই দ্বীপৰ পৰম্পৰা, অৱশ্যে এই চাকৰি এৰা নিয়ম সমগ্ৰ অষ্ট্ৰেলিয়াতে আছে ।

হুনজা সম্প্ৰদায়ৰ ৬৫ বছৰৰ নাৰী ১৮ বছৰৰ গাভৰু যেন দেখি ! জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক

হুনজা সম্প্ৰদায়ৰ ৬৫ বছৰৰ নাৰী ১৮ বছৰৰ গাভৰু যেন দেখি

অদ্ভুত দেশ আছে যত আছে আচৰিত কিছু সামাজিক নিয়ম ! জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক

অদ্ভুত দেশ আছে যত আছে আচৰিত কিছু সামাজিক নিয়ম !

 

  অষ্ট্ৰেলিয়ান সকলে সপ্তাহত দুদিন স্বাভাৱিক মদ্যপান কৰে, আৰু প্ৰতি দুসপ্তাহৰ মূৰত এদিন তেওঁলোকে মাতাল হোৱাকৈ মদ্যপান কৰে। এসময়ত ব্ৰিটিছে বন্দী কৰা অপৰাধী সকলক সেই ক’কোচ দ্বীপত বন্দী কৰি ৰাখিছিল।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *