Acarya Canakya principle

আচাৰ্য চাণক্যৰ নীতিশাস্ত্ৰ সমূহ মানৱ জীৱন আৰু সভ্যতাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বুলি মান্যতা দিয়া হয়। তেওঁৰ নীতি সমূহত বহু উপযোগী আৰু উপকাৰী কথা আছে যিসমূহ মানি চলিলে মানুহে নিজৰ জীৱন আৰু সংসাৰ সুখী কৰি ৰাখিবলৈ সক্ষম হয়। চাণক্যৰ নীতি সমূহত পুৰুষ নাৰী উভয়ৰে হিতৰ বাবে অনেক কথা উল্লেখ আছে ;Continue Reading

Share it with:
Viral conjunctivitis prevention

  আজি প্ৰায় দুই তিনি সপ্তাহৰ পৰা চকু নমা ( বা চকু উঠা বা চকু ৰঙা পৰা ইংৰাজীত pink eye ) নামৰ চকুৰ ৰোগ বিধ বহু লোকৰ হোৱা পৰিলক্ষিত হৈছে। যিটো চিকিৎসা বিজ্ঞানে Viral conjunctivitis বুলি চিনাক্ত কৰিছে। ঘাইকৈ স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী আৰু জনবহুল ঠাইত বিচৰণ কৰা লোকসকলৰ মাজতContinue Reading

Share it with:
Shiva stuti

  শাওন মাহত কিছুমান বস্তু খালে আৰু কিছুমান বস্তু পৰিহাৰ কৰিলে গৃহত অৰ্থৰ বৃষ্টি হয় আৰু মহাদেৱ শিৱৰ কৃপাবৰ হবলৈ সক্ষম হব পাৰি ; এটি কথা মনত ৰখা উচিত যে শাওন মাহ গঙ্গাজলৰ দৰে অত্যন্ত পবিত্ৰ। যদিহে আপুনি ভগৱান শিৱৰ ভক্ত হয় তেন্তে শুদ্ধ মনে শ্ৰদ্ধা ভক্তিৰে এই শাওন মাহতContinue Reading

Share it with:
Why girls worship Shiv ling

   অসমীয়াত এটি প্ৰবাদ আছে যে “দৰা খোজা হুবহু শিৱৰ দৰে” ; এতিয়া প্ৰশ্ন হৈছে মাত্ৰ শিৱৰ দৰে কিয় ব্ৰহ্মা অথবা বিষ্ণুৰ দৰে কিয় নহয় ? সকলো যুৱতী ছোৱালীৰ ইচ্ছা কৰে যে তেওঁৰ স্বামী তেওঁৰ মনে বিচৰা ধৰণৰ হওঁক , যিয়ে তেওঁৰ প্ৰতিটো কথা শুনিব, যিয়ে তেওঁৰ ভালদৰে যত্ন লব,Continue Reading

Share it with:
Facts of Kamakhya temple

  অসমৰ এটি পৰিয়ালে কামাখ্যা মন্দিৰত ভৰি দিলেই নিঃশেষ হৈ যাব কিয়নো অভিশাপ আছে সেই পৰিয়ালৰ ওপৰত মা কামাখ্যা দেৱীৰ। বৰ্তমান কামাখ্যাত অম্বুবাচী উৎসৱ উলহ মালহেৰে অনুষ্ঠিত হৈ আছে। আৰু সেইবাবেই কামাখ্যা মন্দিৰ আৰু নিলাচল পাহাৰ এই অম্বুবাচীৰ সময়কাল ভক্ত সকলৰ দ্বাৰা ভৰি পৰিছে। অকল এই অম্বুবাচীৰ সময়তে নহয় গোটেইContinue Reading

Share it with:
Ambubasi festival details

    বৰ্ত্তমান বৰ্ষাৰ আগমন হৈছে, আৰু এই বৰ্ষাৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা বিষয় হৈছে অম্বুবাচী। মান্যতা আছে যে অম্বুবাচীৰ প্ৰবৃত্তিৰ সময়তে এই ধৰিত্ৰীলৈ বৰ্ষা আহে । কিয় পালন কৰা হয় এই অম্বুবাচী ? কোনে পালন কৰে ? সনাতন ধৰ্মত এই অম্বুবাচীক কিয় ইমান গুৰুত্ব প্ৰদান কৰা হৈছে? হিন্দু ধৰ্মৰContinue Reading

Share it with:

   এগৰাকী মাতৃৰ বাবে নিজৰ নৱজাত শিশু অত্যন্ত আদৰ আৰু চেনেহৰ ; অকণমান বেছিকৈ কান্দিলেই হাঁহাকাৰ লাগি যায় মাতৃৰ যেন কিবা ৰোগেই পালে শিশুটিক আৰু সেইখিনিতে উপায়ন্তৰ হৈ বহু শিশুৰ মাতৃয়ে শিশুৰ বয়স ৬ মাহ সম্পূৰ্ণ হোৱাৰ আগতে বহু ঘৰুৱা দিহা ও পৰামৰ্শ নবজাতক শিশুৰ ওপৰত প্ৰয়োগ কৰে। যেনে বেছিকৈContinue Reading

Share it with:
Srikrishna and Gita quotes

  যি লোকে গীতাৰ উপদেশ সঠিক ভাৱে অনুসৰণ কৰিব পাৰে তেওঁ জীৱনত প্ৰচুৰ পৰিমাণে উন্নতি লাভ কৰিব পাৰে আৰু অনুসৰণ নকৰি অৱহেলা কৰিলে মানুহৰ অধঃপতন হয়। গীতাত শ্রীকৃষ্ণই মানুহৰ তিনিটা কুকৰ্মৰ কথা উল্লেখ কৰিছে যিয়ে মানুহক ধ্বংস কৰে আৰু নৰকলৈ লৈ যায়। হিন্দুধর্মৰ আটাইতকৈ পবিত্র গ্রন্থ হ’ল শ্রীমদভাগৱত গীতা। গীতাৰContinue Reading

Share it with:
qualities of intelligent person

    এজন বুদ্ধিমান মানুহ হৈছে সেইজন যিয়ে সঠিক সময়ত সঠিক সিদ্ধান্ত লব জানে , যিজনে সঠিক সময়ত সঠিক উত্তৰ দিব পাৰে ; বুদ্ধি কেতিয়াও স্কুল আৰু কলেজত পোৱা নাযায়, স্কুল কলেজত মানুহে মাত্ৰ জ্ঞান অৰ্জন কৰিব পাৰে। আৰু সেই স্কুল কলেজত পোৱা জ্ঞানসমূহ বাস্তৱ জীৱনত ব্যৱহাৰ কৰিব পৰা ক্ষমতাContinue Reading

Share it with:
Sins of drunken man

  মদ্যপান কৰা হিন্দু শাস্ত্ৰ সমূহত কলিযুগৰ মহাপাপ সমূহৰ এটি বুলি উল্লেখ আছে। আজিকালি বেছি সংখ্যক লোকে মদ্যপান কৰে আৰু তেওঁলোকে এই মদিৰা পান কৰা সভ্য সমাজৰ এক প্ৰয়োজন বুলি গণ্য কৰে। কিন্তু এই কথা বহুতেই নাজানে যে হিন্দু ধৰ্মত এই মদিৰা পান আটাইতকৈ ডাঙৰ পাপ বুলি গণ্য কৰা হয়।Continue Reading

Share it with: