দুখেই ভাল

……লিখক : ডা: আজিমুদ্দিন আহমেদ….

মোৰ দুখৰ ৰাতি
সুখৰ পনবন্দী
নিঃশব্দে পলাইছে সুখ
অবুজ চুক্তিপত্ৰত অস্বাক্ষৰিত বাবেই দোষ!
সেইদিনা সুখে বন্দী কৰিছিল এবাৰ
লগতে কিছু প্ৰলোভন
ভাবিলো পন্যৰ সোৱাদ নালাগে
দুখেই ভাল ।।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *