(অনুগল্প)  ……..প্ৰাণেশ্বৰ শৰ্মা….. যাত্ৰীসকলে বাছত নিজে কোনোমতে উঠি লব পাৰিলেই পিছৰ ষ্টপেজত কণ্ডাক্টৰক চিঞৰে—ঐ , আৰু কিমান মানুহ উঠাৱ ?ব’ল ব’ল ,আৰু নৰখাবি। অসমী ট্ৰেভেলচ্ নামৰ বাছখনৰ আকৌ কণ্ডাক্টৰ মনোনীত কৰে বাছখনৰ যাত্ৰীসকলেই। কোনোবাজন কণ্ডাক্টৰক যদি পাচঘন্টাৰ বাবে সুবিধা দিছে, কোনোবাজনে আকৌ পোন্ধৰ ঘন্টালৈকে সুবিধা পাইছে।বাছখন চলিয়েই আছে, কণ্ডাক্টৰো সলনিContinue Reading

Share it with:

ফেচবুকত চৈয়দ আব্দুল মালিকৰ কবিতা অপবাখ্যা কৰা প্ৰবক্তা ৰূপাৰাণী ভূঞাক আটক। মঙলদৈৰ প্ৰতিবেদক, ৬ মে’ : চ’চিয়েল মিডিয়া ফেচবুকত বিশিষ্ট সাহিত্যিক চৈয়দ আব্দুল মালিকৰ কবিতাৰ অপবাখ্যা কৰাৰ লগতে সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰিব পৰা কেতবোৰ মন্তব্য দি বিতৰ্কিত হৈ পৰা প্ৰৱক্তা ৰূপাৰাণী ভূঞাক আজি মঙলদৈ থানাৰ আৰক্ষীয়ে আটক কৰে। ইতিমধ্যে মঙলদৈContinue Reading

Share it with:

…..ডাঃ আজিমুদ্দিন আহমেদ….. ১. চেহেৰিৰ সময়ত খাদ্য তালিকাত প্ৰতিদিনে অতি চৰ্বীজাত খাদ্য নাখালে ভাল । কিয়নো অতি চৰ্বীজাত খাদ্য হজম হবলৈ পানীৰ প্ৰয়োজন বৃদ্ধি পায় । ফলতেই আপুনি পেটৰ অজিৰণ সমস্যা , পেচাবৰ জ্বলোৱা আদিত ভূগিব পাৰে । সেয়ে কাৰ্বহাইদ্ৰেত আৰু প্ৰটিন সমৃদ্ধ খাদ্যতে মনোনিৱেশ কৰক। ২. ইফটাৰৰ সময়ত প্ৰথমতেContinue Reading

Share it with:

…..এম আমিন….. তোমাৰ অনুপস্থিতিত উকা হৈ পৰে প্ৰতিটো হেঙুলীয়া আবেলি, বিষাদৰ ঢৌৱে ধুৱাই মৌন দুটি ওঁঠ তপত অশ্ৰুত নিগৰি আহে এসাগৰ শূণ্যতা, ডায়েৰীৰ পৃষ্ঠাত বন্দী হৈ ৰয় স্মৃতিবোৰ। তোমাৰ অনুপস্থিতিত শব্দবোৰে উচুপে জঠৰ হৈ পৰে হাতৰ আঙুলি সৃষ্টি হয় তোমাৰ নামত ছন্দহীন কবিতা, অপ্ৰাপ্তিৰ যন্ত্ৰণাময় পৃথিৱীত আৱদ্ধ হয় সেউজীয়া আশা,Continue Reading

Share it with:

…..প্ৰাণেশ্বৰ শৰ্মা….. “”আগৰ দিন ভাল আছিলনে এতিয়াৰ দিন ভাল?”” 70—80 বছৰীয়া বৃদ্ধ শতাধিক জনক মই এই প্ৰশ্নটো কৰিছো। ইয়াৰে 40 শতাংশই উত্তৰ দিছে আগৰ দিন ভাল আছিল বুলি।বেছিভাগেই কিন্তু এতিয়াৰ দিনহে ভাল বুলি কয়। সোধোতে মই কিন্তু মনত ভাবো মানুহজনে আগৰ দিনবোৰেই ভাল আছিল বুলি কব।কিন্তু তেওলোকে পৰ্যালোচনাৰে কয় যেContinue Reading

Share it with:

পেটৰ ৰোগত মৃত্যু হ’ল বলিউড অভিনেতা ইৰফান খানৰ…. মাতৃৰ মৃত্যুৰ তিনিদিন পিছতে মৃত্যু হল বলিউড অভিনেতা ইৰফান খানৰ । যোৱাকালি মঙ্গলবাৰে পেটৰ ৰোগত ভোগাৰ পিছত ৫৩ বছৰীয়া অভিনেতা জনক কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ ইৰফান খানৰ ৯৫ বছৰীয়া মাতৃ ছঈদা বেগমৰ মৃত্যু হয় তিনিদিন পূৰ্বে। লক্ দাউন ৰContinue Reading

Share it with: