পেটৰ ৰোগত মৃত্যু হ’ল বলিউড অভিনেতা ইৰফান খানৰ

পেটৰ ৰোগত মৃত্যু হ’ল বলিউড অভিনেতা ইৰফান খানৰ…. মাতৃৰ মৃত্যুৰ তিনিদিন পিছতে মৃত্যু হল বলিউড অভিনেতা ইৰফান খানৰ । যোৱাকালি মঙ্গলবাৰে পেটৰ ৰোগত ভোগাৰ পিছত ৫৩ বছৰীয়া অভিনেতা জনক কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ ইৰফান খানৰ ৯৫ বছৰীয়া মাতৃ ছঈদা বেগমৰ মৃত্যু হয় তিনিদিন পূৰ্বে। লক্ দাউন ৰ বাবে পুত্ৰ ইৰফানে মাতৃ ৰ শেষ সংস্কাৰতো জয়পুৰ গৈ উপস্থিত হব নোৱাৰিলে। উল্লেখযোগ্য যে ২০১৮ চনত কেঞ্চাৰ ৰোগৰ পৰা আৰোগ্য লাভ কৰি ছবি জগতলৈ প্ৰত্যাৱৰ্তন কৰে ২০১৯ চনত।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *