worthy lesson for life

   যদিহে প্ৰত্যেক দিন নিজৰ কৰ্ম ব্যস্ততাৰ বাবে গীতা পাঠ কৰাৰ সময় নাথাকে তেনেহলে দিনটোৰ আৰম্ভণিতে গীতাত কোৱা দুটা কথা অৱশ্যেই মনত পেলাওক। যদিহে এই দুটা কথা স্মৰণ কৰি মানুহে নিজৰ দিনটো আৰম্ভণি কৰে তেন্তে ভগৱান ৰ কৃপাত মানুহৰ সকলো দুখ, কষ্ট আৰু অমংগল নাশ হৈ পৰিব, দিনটোৰ সকলো কৰ্মতContinue Reading

Share it with:
secretes of good health

  মানুহে সম্পুৰ্ণ সুস্থ, নিৰোগী আৰু দীৰ্ঘায়ু হ’বলৈ কি কৰিব লাগিব ? পৃথিৱীৰ সকলো ধৰ্মৰ ধৰ্ম গ্ৰন্থ সমূহত উল্লেখ আছে যে মানুহে যদি খুব সৰু সৰু বিষয় কেইটামানৰ ওপৰত সদায় গুৰুত্ব প্ৰদান কৰে তেতিয়া সদায় তেওঁ সুস্থ থাকিব পাৰে, সদায় সুখত থাকিব পাৰে আৰু কোনো অশান্তি কেতিয়াও তেওঁৰ জীৱনত বিৰাজContinue Reading

Share it with:
meditation and good health

দৈনিক 2 মিনিট ধ্যান কৰাৰ অপাৰ শক্তি ; বিজ্ঞানে কি কয় ? নিজৰ শাৰীৰিক আৰু মানসিক সতেজতা সদায় অটুট ৰাখিবলৈ প্ৰত্যেক দিন সকলো মানুহে দুই মিনিট হলেও ধ্যান কৰা উচিত। ধ্যান অৰ্থাৎ meditation ৰ মাজত কি অপাৰ শক্তি লুকাই আছে তাক কৈ শেষ কৰিব নোৱাৰি ; বিজ্ঞানৰ পৰা আদি কৰিContinue Reading

Share it with:
time period of success

শাস্ত্ৰত উল্লেখিত অনুসৰি এবাৰ নাৰদ মুনিয়ে শ্ৰী ভগৱান শ্ৰীকৃষ্ণক সাক্ষাৎ কৰি সুধিছিল হে প্ৰভু মানুহৰ জীৱনত কেতিয়া ভাল সময় আহিব আৰু কেতিয়া বেয়া সময় আহিব সেয়া কি মানুহে বুজিব পাৰিব ? আৰু যদি পাৰিব তেন্তে কেনেকৈ বুজিব ? তেতিয়াই ভগৱান শ্ৰীকৃষ্ণই হাঁহি মাৰি উত্তৰ দিছিল যে তেওঁ প্ৰত্যেক মানুহকে কিছুContinue Reading

Share it with:
life changing story

এজন ব্যক্তিয়ে সদায় ভগৱানৰ ওচৰত প্রাৰ্থনা কৰি কৰি কৰি কৈছিল, ” হে ভগৱান, তুমি মোক ইমান দুখ আৰু কষ্ট পাবলৈ জন্ম কিয় দিছা , মোক কি কষ্ট পাবলৈহে এই ধৰালৈ পঠাই দিছা নেকি ; তুমি মোক তোমাৰ ওচৰলৈ লৈ যোৱা ভগৱান, মোৰ আৰু এই পৃথিৱীত এক মিনিটো জীয়াই থকাৰ ইচ্ছাContinue Reading

Share it with:
qualities of smart wife

  এইটো এশ শতাংশ সত্য যে কোনো এখন সংসাৰ, স্বামী আৰু স্ত্ৰীৰ উভয়ৰে মিলিত প্ৰয়াসতহে মধুময় আৰু প্ৰফুল্ল হৈ পৰে ; যি স্বামী আৰু স্ত্ৰী উভয়ৰে পৰিপুৰক। এখন সংসাৰ মধুৰ হ’বলৈ স্ত্ৰীৰ যিমানেই দায়িত্ব থাকে সিমানেই স্বামীৰো থাকে। সংসাৰত স্বামীৰ ভূমিকা কেনে হোৱা উচিত সেয়া পৰৱৰ্তী পোষ্ট যোগে বৰ্ণনা কৰাContinue Reading

Share it with:
HOW TO GET EVERYTHING IN LIFE

 খুব সহজ সৰল পদ্ধতিৰ দ্বাৰা আমি আমাৰ ভগৱান শ্ৰীকৃষ্ণক পূজা কৰিব পাৰো, আৰু সেইখিনিতে তেওঁ সন্তুষ্ট হৈ পৰে কিয়নো তেখেত অতি সৰল। প্ৰত্যেক দিনে যদি আমি কৃষ্ণৰ আৰাধনা কৰো তেতিয়াহে ভগৱান কৃষ্ণ সন্তুষ্ট হৈ পৰিব মাত্ৰ এটি বিষয় মনোযোগ দিব লাগে যাতে ভগৱান শ্ৰীকৃষ্ণৰ আৰাধনা কোনো ব্যয়বহুল নহয়, তেখেতক পুঁজিবলৈContinue Reading

Share it with:
greatness of life

সুখ আৰু দুখ মানুহৰ জীৱনলৈ অহাযোৱা কৰি থাকে আৰু তাৰ বাবে আমি সকলোৱে প্ৰস্তুত হৈ থকা প্ৰয়োজন। যেনেদৰে হাঁহি স্ফূৰ্তিৰ সময়বোৰ খুব সোনকালে পাৰ হৈ যায় ঠিক একেদৰে বেয়া সময় পাৰ কৰা সিমানেই কষ্টকৰ হৈ পৰে। আমাৰ জীৱনত কেতিয়া দুখৰ পাহাৰ ভাগি পৰে সেয়া কোনোৱে নাজানে ; কিন্তু ভগৱানে আমাকContinue Reading

Share it with:
How to win life battle

  মানুহৰ জীৱনত যেনেদৰে সুখ আহে আৰু যায় , দুখ আহে আৰু যায় ঠিক একেদৰে মানুহৰ জীৱনলৈ বিপদ আহিব আৰু বিপদ যাব। ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে এনে কোনো লোক নাই যাৰ জীৱনলৈ বিপদ অহা নাই, স্বয়ং ভগৱানে যেতিয়া মানুহৰূপে জন্ম গ্ৰহণ কৰিছিল তেতিয়া তেৱোঁ বাৰম্বাৰ বিপদৰ সন্মুখীন হ’বলগীয়া হৈছিল ।Continue Reading

Share it with:
WHY INFANT SUFFER LOTS OF PAIN IN MOTHER WOOMB

  কোন পাপৰ কাৰণে পাপী গৰ্ভত প্ৰৱেশ কৰে আৰু গৰ্ভত নানান কষ্ট ভোগ কৰিব লগীয়া হয় ? কিছুমান স্ত্ৰীৰ কিয় গৰ্ভৱতী অৱস্থাত মৃত্যু হয় ? কিয় দেউতা জীয়াই থকাৰ পিছতো পুত্ৰৰ মৃত্যু হৈ যায় ? এই সকলো বোৰ প্ৰশ্নৰ উত্তৰ খুব সুন্দৰকৈ গৰ্ভগীতাত বৰ্ণিত আছে। গৰ্ভ গীতাৰ প্ৰথম অধ্যায়ত এইContinue Reading

Share it with: