গৃহত শিৱলিংগ থাকিলে এই কাম নকৰিব ! ন’হলে বিপদ নিশ্চিত।

  ভগৱান শিৱ হৈছে আমাৰ আৰাধ্য দেৱতা সেই হেতুকে আমি গৃহত শিৱৰ মূৰ্তি অথবা শিৱলিংগ প্ৰতিষ্ঠা কৰো, আৰু সেয়া কেতিয়াও বেয়া কথা নহয় বৰং সেইকথা ই আপোনাৰ ভগৱান শিৱৰ প্ৰতি থকা ভক্তি আৰু শ্ৰদ্ধাকে প্ৰতিপন্ন কৰে। কিন্তু যদি গৃহত কোনো প্ৰকাৰৰ শিৱলিংগ অথবা ভগৱান শিৱৰ মূৰ্তি অথবা শিৱৰ ফটো আদি … Continue reading গৃহত শিৱলিংগ থাকিলে এই কাম নকৰিব ! ন’হলে বিপদ নিশ্চিত।Continue Reading