Perfect time for intercourse

   শাস্ত্ৰ সমূহত উল্লেখ যে এনে কিছুমান কাৰ্য্য আছে যিসমূহ ৰাতিপুৱা টোপনিৰ পৰা উঠিয়ে কৰিব নালাগে। কিয়নো দিনৰ আৰম্ভণি যদি ভাল হয় তেনেহলে গোটেই দিনটো ভাল হয় , আৰু যদিহে কাৰোবাৰ আৰম্ভণি আৰু শেষ দুয়োটা ভাল হয় তেতিয়া হলে তেওঁৰ জীৱনত সুখ আৰু শান্তি সদায়ে থাকে। আৰু এই সহজ সৰলContinue Reading

Share it with:
what happen to soul after death

 পৃথিৱীলৈ যিজন আহিব তেওঁৰ মৃত্যু অনিবাৰ্য , যিটো সৃষ্টিৰ আদিলগ্নৰ পৰা সত্য হৈ ৰৈছে। মৃত্যুৰ পিছত মৃতকৰ আত্মাক যমদূতে যমলোকলৈ লৈ যায়। গৰুড় পুৰাণ অনুসৰি ইঁহলোকৰ পৰা পৰলোকলৈ এই যাত্ৰা অত্যন্ত কঠিন। মৃতকৰ আত্মাই যিসমূহ কঠিন ৰাস্তা পাৰ হবলৈ হয়, তাৰ ভিতৰত অন্যতম হৈছে বৈতৰণী নদী। বৈতৰণী নদী পৃথিৱী আৰুContinue Reading

Share it with:
punishment in hell

 মৃত্যুৰ পিছত মানুহৰ কি হয় , কি নহয় ; সেয়া লৈ সকলো মানুহৰ অনেক প্ৰশ্ন আহি থাকে । মৃত্যুৰ পিছৰ পৰ্যায় আচলতে তিনিটা ভাগত বিভক্ত প্ৰথম মানুহৰ দ্বাৰা হোৱা সমস্ত ভাল আৰু বেয়া কৰ্মৰ ফল সেয়া এই জনমতে ভুগিব লাগে, দ্বিতীয়তে মৃত্যু হোৱাৰ পিছত মানুহ ৮৪ লাখ যোনিৰ কোনো একContinue Reading

Share it with: