থাইৰয়ড সমস্যাত কিয় নাখাব এই খাদ্য! পিয়াজে বঢ়াই সমস্যা?
থাইৰয়ডৰ সমস্যা থাকিলে এই পাছবিধ খাদ্য ভুলতেও নাখাব :- থাইৰইড গ্ৰন্থিৰ পৰা তিনিটা থাইৰইড হৰম’ন TSH, T3 আৰু T4 ক্ষৰণ হয়। এই হৰমন সমূহে দেহৰ সকলো বিপাকীয় কাৰ্য্য ( METABOLISM) ৰ যত্ন লয়। সেয়ে এই হৰম’নৰ মানৱ দেহত নিয়ন্ত্ৰিত মাত্ৰাত থকা অতি প্ৰয়োজন। যদিহে তেজত এই হৰমনৰ মাত্ৰা পৰীক্ষাৰContinue Reading