parenting tips

  অভিভাৱক সকলৰ নিজৰ শিশুক ডাঙৰ দীঘল কৰোঁতে Right parenting tips কেনে হোৱা উচিত সেই লৈ মনত বহুত বহু প্রশ্ন উদয় হয় । সন্তানৰ বাবে কোনটো কৰা ভাল কি কৰা বেয়া সেয়া লৈ বহুসময়ত সংশয়ত ভোগে পিতৃ মাতৃ। টোপনি নগলে ভূত আহিব, ভাত নাখালে কুঁজী বুঢ়ীক গতাই দিম এই ধৰণৰContinue Reading

Share it with:

  যদি আপোনাৰ সন্মুখত বিশেষ দিন আহি আছে যেনে বিবাহ বাৰ্ষিকী, সংগীৰ জন্মদিন বা ডেট নাইট প্লেন ( Date night plane) কৰিছে তেন্তে বাহিৰত কতো যাব দৰকাৰ নাই, বাহিৰত ৰোমাঞ্চকৰ আৰু ৰোমান্টিক পৰিবেশ বিচাৰি যোৱাৰ প্ৰয়োজনীয়তা নাই ; নিজৰ ঘৰখনকে ৰোমান্টিক ভাবে সজাই লৈ সংগীৰ সৈতে ৰোমান্টিক মুহূৰ্ত কটাব পাৰে,Continue Reading

Share it with:
Behaves that should be avoided by parents in front of their child

  প্ৰত্যেক অভিভাৱকে নিজৰ সন্তানৰ মঙ্গলৰ কথা চিন্তা কৰে, সন্তানক মৰম কৰে, আদৰ কৰে আৰু প্ৰয়োজনত কেতিয়াবা খং কৰে যাতে তেওঁলোকে জীৱনৰ সঠিক পথত গতি কৰিব পাৰে আৰু সচেষ্ট হৈ থাকিব পাৰে। কিন্তু অনেক সময়ত বহু অভিভাৱকে নিজৰ অজানিতে বহু ভুল কৰি পেলাই। অভিভাৱকে বুজিব নোৱাৰে যদিও সেই ভুলে সন্তানৰContinue Reading

Share it with:
marriage years of girls

 নাৰী পুৰুষৰ সমানে অধিকাৰ লৈ সমাজত সদায় বিতৰ্ক থাকে, সমাজ বহু সলনি হৈছে যদিওবা বহু কিছু প্ৰচলিত ধ্যান ধাৰণা আজিও সমাজত বিৰাজমান হৈ আছে। এতিয়াও সমাজে কব বিচাৰে যে এজনী ছোৱালীৰ প্ৰধান লক্ষ্য হৈছে বিবাহ। আজিও এই ধাৰণাটো মানুহৰ মাজত কুসংস্কাৰৰ দৰে ৰৈ আছে। কথাতে কয় যে ছোৱালী কুৰিতে বুঢ়ী।Continue Reading

Share it with:
how do you know that your child is genius

  সকলো লোকে নিজৰ সন্তান genius হোৱাটো কামনা কৰে। কিন্ত মা দেউতাই এটি কথা জানি থোৱা উচিত যে সকলো লৰা ছোৱালী genius হোৱা সম্ভৱ নহয়। কিন্তু আপোনাৰ সন্তানৰ যদি এনে কিছু অসাধাৰণ গুণ থাকে সেয়া বৰ ভাগ্যৰ কথা, আনন্দৰ কথা। সেইবুলি আপোনাৰ সন্তান যদি অতি সাধাৰণ আৰু তাৰ গাত একোContinue Reading

Share it with:
How to manage an abuse child

   সন্তানক ঠিক মতে ডাঙৰ দীঘল কৰি সমাজত এজন বা এজনী ভাল মানুহ হিচাপে পৰিগণিত কৰিবলৈ অভিভাৱকে হিচাপে বহুত দায়িত্ব থাকে আৰু বহুত কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হবলগীয়া হয়। আৰু যদি আপোনাৰ সন্তান বৰ জেদি স্বভাৱৰ হয় , যদি সন্তানে আপোনাৰ কথা নুশুনে, লগতে কথাই কথাই তৰ্কত লিপ্ত হয় আপোনাৰ সৈতে,Continue Reading

Share it with:
DAUGHTER IN LAW AND MOTHER IN LAW RELATIONSHIP

   বিয়াৰ পিছত শহুৰৰ ঘৰত যে এক সুন্দৰ পৰিবেশ আৰু সুন্দৰ সম্পৰ্ক গঢ় লৈ উঠিব সেই ভাগ্য সকলো বোৱাৰীৰ নাথাকে যদিও তাৰ ভিতৰত বহুতৰে আকৌ পৰিয়ালৰ সৈতে এটি সুন্দৰ সম্পৰ্কও গঢ় লৈ উঠে। বিবাহৰ পিছত শহুৰৰ ঘৰত শাহুৰ সৈতে , ননদৰ সৈতে সৰু সুৰা ঠুকাথুকি লাগিব পাৰে কিন্তু সেয়া সাময়িকContinue Reading

Share it with:
how-to-stop-nail-biting-habit-of-child

  Nail biting অৰ অভ্যাস বহু শিশুৰে থাকে আনকি বহু প্ৰাপ্ত বয়স্ক পুৰুষ মহিলাকো কিছু বিশেষ বিশেষ মুহূৰ্তত সৰু লৰা ছোৱালীৰ দৰে নখ কামুৰি থকা প্ৰত্যক্ষ কৰা যায়। সৰু ডাঙৰ যাৰে নাথাকক কিয় এয়া কিন্তু এটি অত্যন্ত বেয়া অভ্যাস। কিয়নো নখৰ ভিতৰত থাকে ময়লা আৰু সেই ময়লাত মিহলি হৈ থাকেContinue Reading

Share it with:
Reasons for enjoying extra marital affairs by man

   আজি কালি সঘনাই শুনা যায় সম্পৰ্কৰ বিচ্ছেদৰ বাতৰি, নিজে চিনি পোৱা মানুহৰ মাজতো দেখা পোৱা যায় এনে ধৰণৰ বহু সম্পৰ্ক বিচ্ছেদৰ কথা। সম্পৰ্কৰ প্ৰতি খুব সোনকালে আস্থা হেৰুৱাই আজিৰ বহু যুগলবন্দীয়ে , ফলত সম্পৰ্ক বিচ্ছেদ হৈ পৰে শেষ পৰিনীতি , আৰু কাৰণ বিচাৰে যদি পাব এজন সংগীয়ে আনজনক ঠগিছেContinue Reading

Share it with:
value of money in life

  টকা ; যাৰ নাম জয়ৰাম সি কৰে সকলো কাম ! টকা এনে এটি বিষয় যিটো বস্তু আজিৰ তাৰিখত সকলো মানুহে উপাৰ্জন কৰিব পচন্দ কৰে। লগতে এইটো সত্য যে কম বেছি সকলো লোকেই টকা ইনকাম কৰে তাতে কোনোৱে অলপ বেছি আৰু কোনোৱে কিছু কম, কিন্তু সিমান খিনি সকলোৱে উপাৰ্জন কৰেContinue Reading

Share it with: