আপোনাৰ ৰক্তচাপ মাপ লওঁতে আপুনি নিজেই হওঁক বা চিকিৎসা কর্মীয়ে হওঁক আনকি বহু চিকিৎসকেও ভুল কৰে ।    ঘৰে ঘৰে আজিকালি ডিজিটেল মেচিনেৰে নিজেই ৰক্তচাপ মাপ কৰোঁতেই হওঁক বা চিকিৎসা কর্মীয়ে মেনুৱাল যন্ত্ৰৰে মাপ কৰোতে কেইবাটাও ভুল কৰা দেখা যায়।     ৰক্তচাপ মাপ কৰাটো অতি সহজ কাম বুলিContinue Reading

Share it with:

অতিমাত্ৰা প্ৰদূষণৰ যুগত হাওফাঁওৰ উৎকৃষ্ট খাদ্য :-   মানৱ দেহৰ ঘাই অংগ সমূহৰ এটি প্ৰধান অংগ বিশেষ হল হাওফাঁও যিয়ে দেহত বিশুদ্ধ অক্সিজেন যোগান ধৰে আৰু দেহৰ কোষ সমূহৰ পৰা বৰ্জিত আৰু বিষাক্ত কাৰ্বনডাইক্সাইড নিষ্কাষণ কৰে। এই হাওফাঁও দুটি যেতিয়ালৈ মজবুত থাকে তেতিয়ালৈকে জীৱকুল সুস্থ আৰু নিৰোগী।   বিজ্ঞান আৰুContinue Reading

Share it with:

নেমু পানী আদা পানী কিয় খাব ??     নেমু আৰু আদা সকলোৰে ঘৰত সহজলভ্য। ভিন্ন জনে ভিন্ন ভাবে এই দুবিধ ব্যঞ্জন ব্যৱহাৰ কৰি আহিছে। ভাতৰ সৈতে নেমুৰস চেপি খোৱা আৰু মাংসৰ তৰকাৰী ত আদা ব্যৱহাৰ কৰাতো সকলোৱে জানো। কিন্তু যদিহে আপুনি আদাৰস এচামুচ চেপি লৈ পানীৰ সৈতে আৰু নেমুৰসContinue Reading

Share it with:

আজি নিশা বাৰ বাজিলে ( স্বাগতম নৱবৰ্ষ ) মধু পাটোৱাৰী আজি নিশা বাৰ বাজিলে তোৰ জীৱন শলিতা নুমাব এগছি নতুন বন্তি আকৌ থিতাতে জ্বলি উঠিব !! কি দিলি কি পালি ইতিহাসে হিচাপ ৰাখিব ! অশ্ৰু-হাঁহি দুয়োৰে আজি অপৰূপ সঙ্গম ঘটিব !! কাল চক্ৰৰ ক্ষিপ্ৰ গতি কোনেনো বাৰু ৰুধিব ?? নতুনContinue Reading

Share it with:

পদিনা পাতৰ পানী কিয় ইমান উপকাৰী ??    বৈজ্ঞানিক নাম  Mentha spicata নামেৰে জনাজাত এই পদিনা যুগ যুগ ধৰি আয়ুৰ্বেদ চিকিৎসা পদ্ধতিত ব্যৱহাৰ হোৱাৰ লগতে সকলোৰে হয়তো সেউজীয়া পদিনাৰ পাতৰ চাটনি বা অইন ব্যঞ্জন ব্যৱহাৰ হৈ আহিছে। কিন্তু এই পদিনাৰ পাতৰ যে মহৌষধী গুণ আছে আপোনাৰ জানি বৰ ভাল লাগিব।Continue Reading

Share it with: