যদিহে দেহত এই পৰিৱৰ্তন দেখিছে ই brain tumor ও হব পাৰে:-  ১) মূৰৰ বিষ (hedache) :- বিভিন্ন কাৰণ যেনে চাইনাচিটিছ, মাইগ্ৰেইণ, জ্বৰ আদিত ও মূৰৰ বিষ হয় যদিওবা সঘনাই হোৱা প্ৰচণ্ড মূৰৰ বিষ যদিহে ৰাতিপুৱা বাঢ়িছে, ব্যায়াম কৰাৰ পিছত বাঢ়িছে, কাহ উঠাৰ পিছত বাঢ়িছে তেন্তে ই এক সাধাৰণContinue Reading

Share it with:

ষ্ট্ৰ’ক হোৱাৰ এমাহ আগৰ পৰাই শৰীৰে দিয়ে signal :- এজন লোকৰ দেহত ষ্ট্ৰ’ক সংঘটিত হোৱাৰ এমাহ মান আগৰ পৰাই তেওঁৰ শৰীৰে তেওঁক দি থাকে কিছু পূৰ্ব অনুমান। কিন্তু ব্যক্তি বিশেষ এ এই লক্ষণ সমূহ গুৰুত্ব নিদিয়াৰ ফলত এটা সময়ত তেওঁৰ জীৱনলৈ নামি আহে ষ্ট্ৰ’ক নামৰ বিপদ। ষ্ট্ৰ’ক কি ? এজনContinue Reading

Share it with:

মহিলাই অবহেলা কৰা ১২ টি লক্ষণ কেন্সাৰো হব পাৰে :-   নিজৰ দেহটোৰ বিষয়ে নিজতকৈ আনে কি জানিব? দেহত ঘটা পৰিৱৰ্তন বা কোনো ধৰনৰ খেলিমেলি ব্যাক্তিজনে নিজেই প্ৰথমতে গম পাই। আৰু এই পৰিৱৰ্তন বা লক্ষণ ক যদিহে গুৰুত্ব নিদিয়ে তাৰ ফলতেই ব্যাক্তি বিশেষৰ জীৱনলৈ নামি আহিব পাৰে ভয়ংকৰ বিপদৰ শংকা।Continue Reading

Share it with:

   বৰ্তমান সময়ত ছালৰ ৰোগৰ সমস্যাবোৰৰ ভিতৰত এটা বৰ বেছি ডাঙৰ সমস্যা হল এই ring worm ৰ সমস্যা বা খৰ ৰ সমস্যা অৰ্থাৎ ভেঁকুৰৰ সংক্ৰমণ। ইয়াৰ স্থায়ী সমাধানৰ কথা কোৱাৰ আগতে আমি জানিব লাগিব এই ৰোগ কিয় হয়। এই ৰোগ হোৱাৰ কাৰণ:- ১) মুখ্য কাৰণ :- অইন এজন এই ৰোগতContinue Reading

Share it with: