punishment in hell

 মৃত্যুৰ পিছত মানুহৰ কি হয় , কি নহয় ; সেয়া লৈ সকলো মানুহৰ অনেক প্ৰশ্ন আহি থাকে । মৃত্যুৰ পিছৰ পৰ্যায় আচলতে তিনিটা ভাগত বিভক্ত প্ৰথম মানুহৰ দ্বাৰা হোৱা সমস্ত ভাল আৰু বেয়া কৰ্মৰ ফল সেয়া এই জনমতে ভুগিব লাগে, দ্বিতীয়তে মৃত্যু হোৱাৰ পিছত মানুহ ৮৪ লাখ যোনিৰ কোনো একContinue Reading

Share it with:
SPIRITUAL KNOLEDGE

 এটি সময়ৰ কাহিনী, যেতিয়া এগৰাকী বৃদ্ধা মহিলাৰ মৃত্যু হয় তেতিয়া তেওঁৰ আত্মাই যমৰাজক সুধিছিল , “হে যমৰাজ মহাশয়, আপুনি মোক স্বৰ্গ নে নৰকত লৈ যাব “? যমৰাজে কৈছিল , ” স্বৰ্গ আৰু নৰক কোনোতে নহয়, তুমি জীয়াই থাকোঁতে বহু পূণ্য কৰিছা, সেয়ে তোমাক প্ৰভুৰ ধামত লৈ যাম” । বৃদ্ধা মহিলাৰContinue Reading

Share it with:
GREAT LINES FOR MANKIND

  এবাৰ গৌতম বুদ্ধই নিজৰ ৰাজ্যৰ বাহিৰৰ এখন গাওঁত আশ্ৰয় লৈছিল, সেই একেখন গাওঁৰে কিছু নিলগত এজন মুচি নিজৰ পৰিয়ালৰ সৈতে জীৱন যাপন কৰিছিল ; মুচিৰ ঘৰৰ পিছফালে এটি পুখুৰী আছিল আৰু সেই পুখুৰীত মুচিজনে প্ৰতিদিনে পুৱা পানী তুলিবলৈ গৈছিল। প্ৰত্যেক দিনাৰ দৰে মুচিয়ে সিদিনাখন ৰাতিপুৱা সেই পুখুৰীলৈ পানী আনিবContinue Reading

Share it with:
5 habits you have to avoid

  এই পৃথিৱীত আপুনি মাত্ৰ দুই প্ৰকাৰৰ মানুহ দেখিবলৈ পাব , মাত্ৰ দুই প্ৰকাৰৰ ১) তেওঁলোক, যিয়ে নিজৰ বেয়া অভ্যাস সমূহক নিজে নিয়ন্ত্ৰণ কৰি নিজৰ জীৱন সফল কৰে আৰু ২) তেওঁলোক, যিয়ে জানি বা নাজানি বেয়া আৰু কুঅভ্যাস সমূহৰ চিকাৰ হৈ নিজৰ জীৱন তুচ্ছ মানৰ কৰে, সুন্দৰ জীৱন ধ্বংস কৰে।Continue Reading

Share it with:
life changing story

  প্ৰথমে এটি গাধৰ কাহিনী শুনি লওঁ আহক। এসময়ত এজন দুখীয়া কৃষকৰ এটি গাধ আছিল আৰু এদিনাখন সেই গাধটি এটা গভীৰ কুঁৱাত পিছলি পৰিছিল; কুঁৱাৰ গভীৰতা বেছি থকা হেতুকে অবলা প্ৰাণীটোৱে উঠি আহিবলৈ সক্ষম হোৱা নাছিল। সেয়ে সি চিৎকাৰ কৰা আৰম্ভ কৰাত গাধৰ গৃহস্থ আৰু গাওঁৰ মানুহৰ লগতে ওচৰ চুবুৰীয়াContinue Reading

Share it with:
Love psychology

  যেতিয়া কোনো মহিলা বা ছোৱালীয়ে কোনো এজন পুৰুষক লাইক কৰে আৰু সেই সময়ত যদি তেওঁ কোনো নহয় কোনো দিশেৰে অনুমান কৰিব পাৰিছে যে সেই পুৰুষজনেও তেওঁক কোনো নহয় কোনো ভাবে পছন্দ কৰিছে ; তেতিয়া মহিলা গৰাকীৰ মনত এনে ভাব আহে যে তেওঁ সেই যুৱক বা পুৰুষ জনৰ ওচৰলৈ গৈContinue Reading

Share it with:
How to avoid bad habits

  যিসকল লোকে বেয়া অভ্যাসৰ পৰা নিজকে দূৰৈত ৰাখিব খোজে তেওঁলোকে প্ৰথমে দুটা কথা অবশ্যে মন কৰা উচিত ; প্রথম কথা হৈছে কোনো ব্যক্তি ইচ্ছাকৃতভাৱে বেয়ালৈ নাযায়, কোনো কাৰণ আৰু পৰিস্থিতি অনুসৰি তেওঁ সেই বেয়াৰ মেৰপাকত সোমাই পৰে। স্বাস্থ্য নিজে তৈয়াৰ নহয় বৰং স্বাস্থ্য নিজেই ধৰি ৰাখিবলৈ যত্নৰ প্ৰয়োজন। আৰুContinue Reading

Share it with:

  এবাৰ এজন এলেহুৱা ল’ৰাই এজন বৃদ্ধ ভিক্ষাৰীক কৈছিল, ” মোৰ বহুত এলাহ যাৰ কাৰণে মই জীৱনত যিয়ে কৰিব বিচাৰো সকলো কৰিবলৈ অসমৰ্থ হওঁ , এতিয়া মই কি কৰো মোক কিবা উপায় দিয়ক ” । ভিক্ষাৰীজনে প্ৰশ্ন কৰিছিল, ” তুমি সঁচাই ভবা নেকি যে তোমাৰ সঁচাই এলাহ আছে “? ল’ৰাজনেContinue Reading

Share it with:
Qualities of smart people

   স্মাৰ্ট মানুহ মানে অকল IQ বেছি হোৱা বা স্মৃতি শক্তি প্ৰখৰ হোৱাই নহয় ; এজন মানুহৰ real life ত smartness হৈছে তেনে এক সমৰ্থ যাৰ দ্বাৰা এজন মানুহে সঠিক ভাবে নিজৰ মনটোক সঠিক ব্যৱহাৰ কৰি কিবা ভাল কাম কৰিব পাৰে, নিজৰ আৰু নিজৰ চাৰিওফালে থকা মানুহৰ জীৱনলৈ কিছু ধনাত্মকContinue Reading

Share it with:
Amazing facts of women

  যদিহে আপুনি এজন পুৰুষ হৈ এজনী মহিলাক বুজাৰ চেষ্টা কৰিছে তেন্তে হয়তো আপুনি পাগল হৈ যাব লাগিব আৰু নহ’লে বুজিবলৈ গৈ গৈ আপুনি সেই মহিলা গৰাকীৰ প্ৰেমত পৰি যাব পাৰে ! ঠিক এনেধৰণৰ কিছুমান খুব amazing psychological facts আছে মহিলাৰ বিষয়ে যিবোৰ শুনিবলৈ হয়তো আপুনি অধিৰ আগ্ৰহী হৈ পৰিব।Continue Reading

Share it with: