Amazing facts of women

মহিলাৰ কিছুমান খুব amazing psychological facts !

  যদিহে আপুনি এজন পুৰুষ হৈ এজনী মহিলাক বুজাৰ চেষ্টা কৰিছে তেন্তে হয়তো আপুনি পাগল হৈ যাব লাগিব আৰু নহ’লে বুজিবলৈ গৈ গৈ আপুনি সেই মহিলা গৰাকীৰ প্ৰেমত পৰি যাব পাৰে ! ঠিক এনেধৰণৰ কিছুমান খুব amazing psychological facts আছে মহিলাৰ বিষয়ে যিবোৰ শুনিবলৈ হয়তো আপুনি অধিৰ আগ্ৰহী হৈ পৰিব। তেনে facts কিছুমান তলত যুগুতাই দিয়া হৈছে :-

Lucky girl characters

যিগৰাকী মহিলাই দিনত বেছিকৈ হাঁহে আৰু খুব কথা কয় তেনে মহিলাই ৰাতিৰ সময়ত অকলশৰে বেছিকৈ কান্দে!

যদি কোনো মহিলা নীৰৱে আছে তেন্তে বুজিব তেওঁৰ মূৰত অনেক প্ৰশ্নই ঘূৰাফুৰা কৰি আছে, নাইবা তেওঁ কিবা কথা স্মৰণ কৰি ভিতৰি কিবা দুখ অনুভৱ কৰিছে !

এগৰাকী মহিলাই সকলো সময়তে তেওঁৰ প্ৰেমিকাৰ ওপৰত ভৰসা কৰিব নোৱাৰে, কিন্তু তেওঁ নিজৰ ভৰসাৰ মানুহজনক সকলো মুহূৰ্তত ভাল পায় থাকে ! সেয়ে তেওঁলোকক অকল ভালপোৱাই নহয় ভৰসা দিয়া দৰকাৰী যাতে তেওঁ নিজতকৈও আপোনাক বেছি ভাল পাব পাৰে।

এশ গৰাকী মহিলাৰ ভিতৰত প্ৰায় এজনীৰহে নিজৰ প্ৰেমিকৰ সৈতে বিবাহ হৈ বৈবাহিক সংসাৰ দিৰ্ঘ্যম্যাদী হয় আৰু বাকী ৯৯ গৰাকী মহিলা তেওঁলোকৰ প্ৰেমিকৰ g mail অথবা ফেচবুকৰ পাছৱৰ্ড হৈ থাকে !

Lucky girl characters

বেছিভাগ মহিলাই বছৰৰ ১২০ ঘণ্টা আইনাৰ সন্মুখত বহি কটাই দিয়ে !

কোনো মহিলাই নিজৰ অনুভৱ আৰু অনুভূতি সমূহ কোনো পুৰুষক গানৰ মাধ্যমেৰে প্ৰকাশ কৰি ভাল পায় !

প্ৰত্যেক মহিলাৰ জীৱনত তিনিজন পুৰুষ থাকে, এজন হৈছে তেওঁ নিজে ভালপোৱা পুৰুষজন, এজন হৈছে তেওঁ নিজে ঘৃণা কৰা পুৰুষজন আৰু আন এজন হৈছে যাৰ বিষয়ে সদায় তেওঁ চিন্তিত থাকে অৰ্থাৎ যাক এৰি তেওঁ বাছি থাকিব নোৱাৰে ! কিন্তু ৰহস্য এইটো যে এই তিনিজন একেজন ব্যক্তি !

প্ৰত্যেক মহিলাৰ জীৱনত তিনিজন পুৰুষ থাকে , এজন যিজনক তেওঁ পছন্দ কৰে, দ্বিতীয়জন যিয়ে মহিলা গৰাকীক পছন্দ কৰে আৰু তৃতীয়জন হৈছে সেইজন যাৰ সৈতে তেওঁ নিজৰ জীৱন সমৰ্পিত কৰিব বিচাৰে ; ৰহস্য এটাই যে এই তিনিজন পুৰুষ এজনেই !

Story of a broken mirror

এজনী মহিলাই কোনো গোপন কথা ৪৮ ঘন্টাতকৈ বেছি সময় লুকাই ৰাখিব নোৱাৰে ; তেওঁ সেই গোপন কথা ৪৮ ঘণ্টাৰ পিছতে কাৰোবাক নহয় কাৰোবাক কৈ পেলাবই।

মহিলাই তেওঁৰ জীৱনৰ এটি বছৰ এইটো ভাবিয়ে কটাই যে তেওঁ এতিয়া কোনযোৰ পোছাক পৰিধান কৰিব, অৰ্থাৎ মহিলাৰ আলমিৰাত এশযোৰ পোছাক থকাৰ পিছতো এইটো মন কৰে যে তেওঁ পিন্ধিবলৈ এযোৰ কাপোৰ নাই !

মহিলাই সেই কথাটো ভাবি দুখ অনুভৱ কৰে যেতিয়া তেওঁ জানিবলৈ পায় যে সেই লোকজনে তেওঁৰ কথা একেবাৰে মনত নকৰে !

ল’ৰাৰ তুলনাত ছোৱালীৰ দুগুণ pain receptor থাকে, সেইবাবে ছোৱালীৰ বিষ সহ্য কৰাৰ ক্ষমতা ল’ৰাতকৈ দুগুণ !

আমেৰিকাত প্ৰায় ৬০% প্ৰসৱ অবিবাহিত মহিলাৰ হয় !

সাধাৰণতে এজনী মহিলাই বছৰত ৩০ -৪০ বাৰ কান্দিবলৈ বাধ্য হয়, যত এজন পুৰুষে বছৰত ৫ – ১০ বাৰ কান্দে !

পৃথিৱীৰ ভিতৰতে প্ৰত্যেক চেকেণ্ডত এজনী মহিলাৰ স্তন কেঞ্চাৰ ৰোগৰ বাবে মৃত্যু হয় !

মহিলাই কথা কৈ থকা সময়ত যদি কোনো পুৰুষে Ok , bye আদি কথা কৈ থাকে তেনে পুৰুষক মহিলাই খুব অপছন্দ কৰে, আৰু যি পুৰুষে মহিলাৰ পৰা উপদেশ গ্ৰহণ কৰে তেনে পুৰুষক মহিলাই খুব পছন্দ কৰে !

যদি কোনো মহিলাই আপোনাক I love you বুলি কৈছে তেন্তে বুজিব আপোনাক সেই মহিলা গৰাকীৰ বাহিৰে কোনো দ্বিতীয় জনী মহিলাই বেছি ভাল পাব নোৱাৰে।

tips to build good relationship among family

যদি কোনো পুৰুষে কোনো মহিলাক I love you বুলি কৈছে তেন্তে সেই মুহূৰ্তত সেই মহিলা গৰাকীয়ে নিজকে বহুত সুন্দৰী অনুভৱ কৰে !

পুৰুষে নিজৰ চকুৰে দেখি এজনী মহিলাৰ প্ৰেমত পৰে কিন্তু মহিলাই নিজৰ কাণেৰে শুনি এজন পুৰুষৰ প্ৰেমত পৰে, যাৰ বাবেই হয়তো মহিলাই make up কৰে আৰু পুৰুষে মিছা কথা কয় !

প্ৰত্যেক মহিলাৰ মাজত এটি top secret থাকে যিটো তেওঁ নিজৰ best friend ৰ লগতো share কৰিব নোখোজে ।

দীৰ্ঘ আৰু সুখী জীৱন পোৱাৰ জাপানিছ ফৰ্মূলা ! জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক

দীৰ্ঘ আৰু সুখী জীৱন পোৱাৰ জাপানিছ ফৰ্মূলা!

যদি কোনো মহিলাই কাৰোবাক ভাল পাই তেওঁ দিনত এবাৰ হলেও তেওঁক মনত কৰে, আনকি তেতিয়াও যদিহে তেওঁ তেওঁক প্ৰতাৰণাও কৰিছে !

মহিলাই আনৰ মুখত প্ৰশংসা শুনিবলৈ খুব পছন্দ কৰে , আৰু তেওঁলোকে সেইটোও নাজানে যে লোকে কৰা প্ৰশংসাত তেওঁ কি প্ৰতিক্ৰিয়া কৰিব লাগিব।

Nursing , medical আদি পাঠ্যক্ৰম পঢ়া মহিলাই তেজৰ নমুনাৰ গোন্ধ চাবলৈ আৰু তেজৰ নমুনাক ভালদৰে নিৰীক্ষণ কৰাৰ বাবে আগ্ৰহ দেখুৱাই।

Reasons for enjoying extra marital affairs by man

অংক আৰু বিজ্ঞানতকৈ ভাষা আৰু সামাজিক বিজ্ঞানত মহিলা বেছি পাকৈত হয় !

ভাৰতবৰ্ষৰ ৭০% মহিলাৰ নাম ‘A’ বৰ্ণৰে আৰম্ভ হয় আৰু ২৮% মহিলাৰ নাম ‘I’ বৰ্ণৰ দ্বাৰা শেষ হয় !

মহিলাই অন্য দেহৰ অংগতকৈ নিজৰ ওঠৰ বিষয়ে প্ৰশংসা শুনিলে বেছি আনন্দ পায় !

ছোৱালী বহুত বিশেষ ( special ) হৈ থাকে কিন্তু তেওঁলোৰ লগত সমস্যা এটাই যে তেওঁলোকক একেবাৰে বুজা নাযায় ; তেওঁলোক দেখাত বহুত সুন্দৰ ।

শেষত এটি অনুৰোধ, মহিলাৰ সৈতে কোনো বেয়া কাম কৰা অনুচিত ; হ’ব পাৰে দেৰি কিন্তু এদিন বেয়া কাম নিশ্চিত ভাবে পোহৰলৈ আহে, আৰু তাৰ পৰিণতি ভীষণ হয় ।

POPULAR ASSAMESE VIDEO

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *