Male infertility and its solution

   মানুহ ৯২ বছৰ বয়সতো পিতৃ হোৱাৰ অভিলেখ আছে গ্ৰীনিছ বুকত যদিওবা ৫০ বছৰৰ পিছত পিতৃ হোৱা লোক খুব কম দেখা যায়। সেইবুলি যেনেকৈ ৪৫ বছৰৰ পিছত মহিলাৰ ঋতুস্ৰাৱ বন্ধ হৈ মা হ’ব নোৱাৰা হয় ঠিক তেনেকৈ পুৰুষ এজন পিতৃ হোৱা কথাটো একে নহয় , ই সম্পূৰ্ণ পৃথক। বয়সৰ লগেContinue Reading

Share it with:
excellent parenting tips

 সন্তানক উচিত শিক্ষা দি ডাঙৰ দীঘল কৰি তোলা মা দেউতা উভয়ৰে দায়িত্ব। সন্তানক নজৰ দিয়া, সন্তানৰ সৈতে ওমলা, সন্তানৰ সকলো প্ৰয়োজন পূৰণ কৰাৰ উপৰিও ঘৰৰ কাম কাজ কৰা এই সকলো বোৰ একে সময়তে সুচাৰুভাৱে আগবঢ়াই নিয়া মা পিতাৰ বাবে ইমান সহাজো নহয় যদিও দূৰৈৰ পৰা সৰু কথা যেন লাগে। যদিContinue Reading

Share it with:
expectation of a wife from a husband

স্ত্ৰীয়ে এইসমূহ বিষয় মনে মনে আশা কৰে স্বামীৰ পৰা ! ৰহস্য… বিবাহ হৈছে মানুহৰ জীৱনৰ এক বিশেষ অৱস্থা, বিবাহ বন্ধনত আবদ্ধ হোৱাৰ পিছত বহু খিনি পৰিৱৰ্তন হৈ পৰে মানুহৰ জীৱন। বিবাহৰ পিছৰ বাট পৰিভ্ৰমণ কৰোঁতে বহু সতৰ্ক হোৱাৰো প্ৰয়োজন থাকে। অকল নিজৰে নহয় সন্মুখত থকা জনৰো যত্ন লোৱাৰ প্ৰয়োজন হৈContinue Reading

Share it with:
parenting tips

  অভিভাৱক সকলৰ নিজৰ শিশুক ডাঙৰ দীঘল কৰোঁতে Right parenting tips কেনে হোৱা উচিত সেই লৈ মনত বহুত বহু প্রশ্ন উদয় হয় । সন্তানৰ বাবে কোনটো কৰা ভাল কি কৰা বেয়া সেয়া লৈ বহুসময়ত সংশয়ত ভোগে পিতৃ মাতৃ। টোপনি নগলে ভূত আহিব, ভাত নাখালে কুঁজী বুঢ়ীক গতাই দিম এই ধৰণৰContinue Reading

Share it with:

  যদি আপোনাৰ সন্মুখত বিশেষ দিন আহি আছে যেনে বিবাহ বাৰ্ষিকী, সংগীৰ জন্মদিন বা ডেট নাইট প্লেন ( Date night plane) কৰিছে তেন্তে বাহিৰত কতো যাব দৰকাৰ নাই, বাহিৰত ৰোমাঞ্চকৰ আৰু ৰোমান্টিক পৰিবেশ বিচাৰি যোৱাৰ প্ৰয়োজনীয়তা নাই ; নিজৰ ঘৰখনকে ৰোমান্টিক ভাবে সজাই লৈ সংগীৰ সৈতে ৰোমান্টিক মুহূৰ্ত কটাব পাৰে,Continue Reading

Share it with:
Behaves that should be avoided by parents in front of their child

  প্ৰত্যেক অভিভাৱকে নিজৰ সন্তানৰ মঙ্গলৰ কথা চিন্তা কৰে, সন্তানক মৰম কৰে, আদৰ কৰে আৰু প্ৰয়োজনত কেতিয়াবা খং কৰে যাতে তেওঁলোকে জীৱনৰ সঠিক পথত গতি কৰিব পাৰে আৰু সচেষ্ট হৈ থাকিব পাৰে। কিন্তু অনেক সময়ত বহু অভিভাৱকে নিজৰ অজানিতে বহু ভুল কৰি পেলাই। অভিভাৱকে বুজিব নোৱাৰে যদিও সেই ভুলে সন্তানৰContinue Reading

Share it with:
marriage years of girls

 নাৰী পুৰুষৰ সমানে অধিকাৰ লৈ সমাজত সদায় বিতৰ্ক থাকে, সমাজ বহু সলনি হৈছে যদিওবা বহু কিছু প্ৰচলিত ধ্যান ধাৰণা আজিও সমাজত বিৰাজমান হৈ আছে। এতিয়াও সমাজে কব বিচাৰে যে এজনী ছোৱালীৰ প্ৰধান লক্ষ্য হৈছে বিবাহ। আজিও এই ধাৰণাটো মানুহৰ মাজত কুসংস্কাৰৰ দৰে ৰৈ আছে। কথাতে কয় যে ছোৱালী কুৰিতে বুঢ়ী।Continue Reading

Share it with:
how do you know that your child is genius

  সকলো লোকে নিজৰ সন্তান genius হোৱাটো কামনা কৰে। কিন্ত মা দেউতাই এটি কথা জানি থোৱা উচিত যে সকলো লৰা ছোৱালী genius হোৱা সম্ভৱ নহয়। কিন্তু আপোনাৰ সন্তানৰ যদি এনে কিছু অসাধাৰণ গুণ থাকে সেয়া বৰ ভাগ্যৰ কথা, আনন্দৰ কথা। সেইবুলি আপোনাৰ সন্তান যদি অতি সাধাৰণ আৰু তাৰ গাত একোContinue Reading

Share it with:
How to manage an abuse child

   সন্তানক ঠিক মতে ডাঙৰ দীঘল কৰি সমাজত এজন বা এজনী ভাল মানুহ হিচাপে পৰিগণিত কৰিবলৈ অভিভাৱকে হিচাপে বহুত দায়িত্ব থাকে আৰু বহুত কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হবলগীয়া হয়। আৰু যদি আপোনাৰ সন্তান বৰ জেদি স্বভাৱৰ হয় , যদি সন্তানে আপোনাৰ কথা নুশুনে, লগতে কথাই কথাই তৰ্কত লিপ্ত হয় আপোনাৰ সৈতে,Continue Reading

Share it with:
DAUGHTER IN LAW AND MOTHER IN LAW RELATIONSHIP

   বিয়াৰ পিছত শহুৰৰ ঘৰত যে এক সুন্দৰ পৰিবেশ আৰু সুন্দৰ সম্পৰ্ক গঢ় লৈ উঠিব সেই ভাগ্য সকলো বোৱাৰীৰ নাথাকে যদিও তাৰ ভিতৰত বহুতৰে আকৌ পৰিয়ালৰ সৈতে এটি সুন্দৰ সম্পৰ্কও গঢ় লৈ উঠে। বিবাহৰ পিছত শহুৰৰ ঘৰত শাহুৰ সৈতে , ননদৰ সৈতে সৰু সুৰা ঠুকাথুকি লাগিব পাৰে কিন্তু সেয়া সাময়িকContinue Reading

Share it with: