Think this in your loneliness

  প্ৰথমে মানুহে আপোনাক ঠাট্টা কৰিব তাৰ পিছত আপোনাৰ সংগ এৰি আঁতৰি যাব, তাৰ পিছত আপোনাৰ বিৰোধিতা কৰিব আৰু তাৰ পিছত আপোনাক হাঁহিব ; সকলো শেষত আপুনি যেতিয়া সফল হৈ পৰিব তেতিয়া এই মানুহবোৰেই কব , ” আমি আগৰ পৰাই জানো যে তুমি জীৱনত ডাঙৰ কিবা কৰিবা বুলি”। এই পৃথিৱীৰContinue Reading

Share it with:
Life changing story

 আমাৰ মানুহৰ জীৱনৰ এটি প্ৰধান সমস্যা হৈছে , ” কেতিয়াবা আমাৰ জীৱনত যি ঘটে তাৰ কাৰণটো আমি বুজি নাপাওঁ ; আৰু তেতিয়া আমি হতাশাত ভোগা আৰম্ভ কৰোঁ, সেইটো ভাবি যে এইটো আমাৰ সৈতে কিয় হৈছে “। নেদেখা জনে আমাৰ সৈতে এনেকুৱা কিয় কৰে বুলি যদি আপোনাৰ মনত প্ৰশ্ন আহিছে ;Continue Reading

Share it with:
How to win life battle

  পৃথিৱীৰ সকলো মানুহে মোক পাগল বুলি কয় ; হয় মই পাগল ! যদিহে বুদ্ধিমান লোকসকলে তেওঁলোকৰ জীৱনত সদায় ৰাতিপুৱা ৯.০০ বজাৰ পৰা আবেলি ৫.০০ বজালৈকে নিজৰ চাকৰি কৰি সুখী থাকিব পাৰে তেন্তে , হয় মই পাগল। যদি বুদ্ধিমান লোকসকলে তেওঁলোকৰ জীৱনত risk লব নোখোজে আৰু যদি মই পাগল মানুহContinue Reading

Share it with:
How to control your luck

 এনেদৰে পৰিৱৰ্তন কৰক আপোনাৰ ভাগ্যৰ ৰেখা যাতে সকলোৱে আপোনাৰ সন্মুখত তলমূৰ কৰিবলৈ বাধ্য হয় ! কিন্তু যিকোনো মানুহে নিজৰ ভাগ্য পৰিৱৰ্তন কৰিব নোৱাৰে , মাত্ৰ এটি বস্তু যিটো সকলোৱে পৰিৱৰ্তন কৰিব পাৰে সেয়া হৈছে তেওঁৰ চিন্তাধাৰা ( thoughts ) । আৰু মানুহৰ চিন্তাধাৰাত এনে শক্তি লুকাই থাকে যিয়ে মানুহৰ কৰ্মContinue Reading

Share it with:
GREAT THINKING OF LEGENDS

কাৰ বংশত দোষ নাথাকে, কাৰ ভুল নাথাকে, কোন লোক ৰোগত নোভোগে , কোন মানুহে কোনোদিন দুখ পোৱা নাই, কোনে চিৰদিন সুখী থাকিব পাৰিছে ? মানুহৰ এই দুখদায়ক পৰিস্থিতি সমূহক গৱেষণা আৰু বিশ্লেষণ কৰি আচাৰ্য চাণক্যই কৈছিল, ” দুখ – দুৰ্দশা মানুহৰ জীৱনৰ এটি অংশ বিশেষ, সকলো মানুহেই জীৱনৰ এই অংশContinue Reading

Share it with:
Droupodi Murmu biography

  যদি আপোনাৰ মনত আহিছে যে আপুনি বহুত দুৰ্বল আৰু আপোনাৰ সময় বহুত বেয়া চলিছে তেন্তে আজিৰ এই লিখনি শেষলৈ নিশ্চিতভাৱে পঢ়ক। আজিৰ লিখনি এনে এগৰাকী মহীয়সী মহিলাৰ ওপৰত লিখা হৈছে যাৰ এজনী ছোৱালী সন্তান আৰু দুজন ল’ৰা সন্তান আছিল। কিন্তু দুজন ল’ৰা সন্তানেই খুব কম বয়সতে এই পৃথিৱী এৰিContinue Reading

Share it with:

  প্ৰাপ্তবয়স্ক লোক সকলৰ দৰে শিশুৰ দাঁতৰো যত্ন লোৱা অত্যন্ত দৰকাৰী নহ’লে দেখা দিয়ে গুৰুতৰ সমস্যা। সমস্যা সমূহৰ ভিতৰত দাঁতৰ কেভিটি প্ৰধান। তাৰোপৰি দাঁতৰ বিষ, প্লেক, দাঁত ক’লা পৰা , দাঁতৰ গুৰিৰ পৰা তেজ পূজ নিৰ্গত হোৱা আদি নানান সমস্যা দেখা দিব পাৰে আপোনাৰ কণমানিৰ ভালদৰে দাঁতৰ যতন নললে। দন্তৰোগContinue Reading

Share it with:
Life changing thinking

    এজন চিকাৰীয়ে এদিন জংঘললৈ গৈছিল চৰাই ধৰিবলৈ কিয়নো তেওঁৰ জীৱিকাই হৈছে চৰাই ধৰি সেই চৰাইৰ মাংস বিক্ৰী কৰা। এনেতে ঘন জংঘলত এজোপা গছৰ ডালত এটি অদ্ভুত আৰু সুন্দৰ চৰাই জিৰণি লৈ থকা দেখিলে ; আৰু মনে মনে চিকাৰী জনে তাৰ চৰাই ধৰা ফান্দখন পাতি চৰাইজনীক বন্দী কৰিলে আৰুContinue Reading

Share it with:
Spiritual thought of life

  কেইটিমান লক্ষণ বা সংকেত যদি দেখে তেন্তে জানিব যে আপোনাৰ গৃহত অতি শীঘ্ৰে মা লক্ষ্মীৰ প্ৰবেশ ঘটিবলৈ গৈ আছে অৰ্থাৎ আপোনাৰ হাতলৈ ধন টকাৰ আগমন ঘটিবলৈ গৈ আছে কিয়নো মা লক্ষ্মীৰ কৃপা থাকে এই সংকেত সমূহত। কিন্তু ৯৯ % শতাংশ লোকেই এই সংকেত সমূহ নাজানে । আমি সকলোৱে জানোContinue Reading

Share it with:
LIFE CHANGING QUOTES

  মানুহৰ যেতিয়া বয়স বাঢ়ি আহে তেতিয়াহে বুজি উঠে যে কোনোবাই তিনিশ টকাৰ ঘড়ী পিন্ধক বা তিনি হাজাৰ টকাৰ ঘড়ী পিন্ধক উভয়তে সময় একেই দেখুৱাই ; কাৰোবাৰ কান্ধত তিনিশ টকীয়া বেগ থাকক বা ত্ৰিশ হাজাৰ টকাৰ বেগ থাকক, বেগৰ ভিতৰত থকা বস্তুৰ কোনো পৰিৱৰ্তন নহয়! মানুহ তিনি ফুট দৈৰ্ঘ্যৰ ঘৰতেContinue Reading

Share it with: