SUICIDE CAUSE

  মানুহৰ মুখৰ পৰা সদায় শুনা যায় যে ভগৱানে যি বিচাৰে সেইটো হ’ব অৰ্থাৎ এই পৃথিৱীত সেয়াই হয় যিটো বিধাতাৰ দ্বাৰা ৰচিত। যাৰ কপালত বিধাতাই যি লিখিছে তাক কেতিয়াও খণ্ডন কৰিব নোৱাৰি । ইয়াৰ উপৰিও মানুহৰ জীৱনত কিছুমান এনে ঘটনা ঘটিব ধৰে যেনে আত্মহত্যা, দুৰ্ঘটনা আদি, যাৰ পৰা আমি ভাবিবলৈContinue Reading

Share it with:

  এই পৃথিৱীৰ সকলো মানুহে জীৱনৰ শেষ সময়ত যেতিয়া মৃত্যুৰ ক্ষণ গণে তেতিয়াহে মনত স্বৰ্গলৈ যোৱাৰ আশা খুব জাগ্ৰত হয়। কিন্তু আপুনি জানেনে স্বৰ্গত কি কি থাকে, কেনেকুৱা হয় স্বৰ্গলোক , আৰু সেই ঠাই পোৱাৰ পিছত আত্মাৰ অনুভূতি কেনেকুৱা হয় , এই ঐশ্বৰিক ৰহস্যময় কথা আজিৰ ধাৰ্মিক লোকে নিশ্চয় ভালContinue Reading

Share it with:
truth makes you noble

আজিৰ পৰা প্ৰায় ২৪০০ বছৰ আগতে ভগৱান গৌতম বুদ্ধই সমগ্ৰ ভাৰতবৰ্ষ ঘূৰি ঘূৰি বৌদ্ধ ধৰ্ম আৰু সংস্কৃতি প্ৰচাৰ কৰি ফুৰিছিল। যিসময়ত ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত বহুত ধাৰাসাৰ বৃষ্টি হৈছিল ; আৰু সেই সময়ৰ এটি নিশা এনে এটি ঘটনা ঘটিছিল যিটো আজি কব খোজা হৈছে,, ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ এখন ঠাইত এবাৰ বুদ্ধContinue Reading

Share it with:
destruction of earth theory and belief

  এই পৃথিৱীৰ সৃষ্টিকৰ্তা স্বয়ং ভগৱান শ্ৰীবিষ্ণুই কৈছিল যে কলিযুগৰ ধ্বংস হ’ব আৰু এইটোও কৈছিল কেনেকৈ ধ্বংস হ’ব । লগতে কৈছিল যে যেতিয়াই কলিযুগত পাপ আৰু পাপীৰ বোজা বেছি হ’ব তেতিয়াই ব্ৰহ্মা , বিষ্ণু আৰু মহেশ্বৰ একেলগ হৈ কলিযুগক ধ্বংস কৰি দিব । পুৰাণত থকা তথ্য অনুসৰি সৰ্বপ্ৰথম ধ্বংস আৰুContinue Reading

Share it with:
punishment in hell

 মৃত্যুৰ পিছত মানুহৰ কি হয় , কি নহয় ; সেয়া লৈ সকলো মানুহৰ অনেক প্ৰশ্ন আহি থাকে । মৃত্যুৰ পিছৰ পৰ্যায় আচলতে তিনিটা ভাগত বিভক্ত প্ৰথম মানুহৰ দ্বাৰা হোৱা সমস্ত ভাল আৰু বেয়া কৰ্মৰ ফল সেয়া এই জনমতে ভুগিব লাগে, দ্বিতীয়তে মৃত্যু হোৱাৰ পিছত মানুহ ৮৪ লাখ যোনিৰ কোনো একContinue Reading

Share it with:
SPIRITUAL KNOLEDGE

 এটি সময়ৰ কাহিনী, যেতিয়া এগৰাকী বৃদ্ধা মহিলাৰ মৃত্যু হয় তেতিয়া তেওঁৰ আত্মাই যমৰাজক সুধিছিল , “হে যমৰাজ মহাশয়, আপুনি মোক স্বৰ্গ নে নৰকত লৈ যাব “? যমৰাজে কৈছিল , ” স্বৰ্গ আৰু নৰক কোনোতে নহয়, তুমি জীয়াই থাকোঁতে বহু পূণ্য কৰিছা, সেয়ে তোমাক প্ৰভুৰ ধামত লৈ যাম” । বৃদ্ধা মহিলাৰContinue Reading

Share it with:
GREAT LINES FOR MANKIND

  এবাৰ গৌতম বুদ্ধই নিজৰ ৰাজ্যৰ বাহিৰৰ এখন গাওঁত আশ্ৰয় লৈছিল, সেই একেখন গাওঁৰে কিছু নিলগত এজন মুচি নিজৰ পৰিয়ালৰ সৈতে জীৱন যাপন কৰিছিল ; মুচিৰ ঘৰৰ পিছফালে এটি পুখুৰী আছিল আৰু সেই পুখুৰীত মুচিজনে প্ৰতিদিনে পুৱা পানী তুলিবলৈ গৈছিল। প্ৰত্যেক দিনাৰ দৰে মুচিয়ে সিদিনাখন ৰাতিপুৱা সেই পুখুৰীলৈ পানী আনিবContinue Reading

Share it with:
5 habits you have to avoid

  এই পৃথিৱীত আপুনি মাত্ৰ দুই প্ৰকাৰৰ মানুহ দেখিবলৈ পাব , মাত্ৰ দুই প্ৰকাৰৰ ১) তেওঁলোক, যিয়ে নিজৰ বেয়া অভ্যাস সমূহক নিজে নিয়ন্ত্ৰণ কৰি নিজৰ জীৱন সফল কৰে আৰু ২) তেওঁলোক, যিয়ে জানি বা নাজানি বেয়া আৰু কুঅভ্যাস সমূহৰ চিকাৰ হৈ নিজৰ জীৱন তুচ্ছ মানৰ কৰে, সুন্দৰ জীৱন ধ্বংস কৰে।Continue Reading

Share it with:
life changing story

  প্ৰথমে এটি গাধৰ কাহিনী শুনি লওঁ আহক। এসময়ত এজন দুখীয়া কৃষকৰ এটি গাধ আছিল আৰু এদিনাখন সেই গাধটি এটা গভীৰ কুঁৱাত পিছলি পৰিছিল; কুঁৱাৰ গভীৰতা বেছি থকা হেতুকে অবলা প্ৰাণীটোৱে উঠি আহিবলৈ সক্ষম হোৱা নাছিল। সেয়ে সি চিৎকাৰ কৰা আৰম্ভ কৰাত গাধৰ গৃহস্থ আৰু গাওঁৰ মানুহৰ লগতে ওচৰ চুবুৰীয়াContinue Reading

Share it with:
Love psychology

  যেতিয়া কোনো মহিলা বা ছোৱালীয়ে কোনো এজন পুৰুষক লাইক কৰে আৰু সেই সময়ত যদি তেওঁ কোনো নহয় কোনো দিশেৰে অনুমান কৰিব পাৰিছে যে সেই পুৰুষজনেও তেওঁক কোনো নহয় কোনো ভাবে পছন্দ কৰিছে ; তেতিয়া মহিলা গৰাকীৰ মনত এনে ভাব আহে যে তেওঁ সেই যুৱক বা পুৰুষ জনৰ ওচৰলৈ গৈContinue Reading

Share it with: