Denmark as tourist site

এখন নগ্নতাৰ দেশ ; সেই দেশৰ ছোৱালী অতি সুন্দৰী আৰু ধুনীয়া !

   যি দেশৰ কথা কব বিচৰা হৈছে সেই দেশৰ লোকসকল ইমানে কম কাপোৰ পৰিধান কৰে যে তেওঁলোকে কাপোৰ কানি কিনিবলৈ বেছি টকা খৰচ কৰাৰ প্ৰয়োজন নহয়, যি দেশত সাঁতোৰা শিক্ষা বাধ্যতামূলক, এনে এখন দেশ যত মানুহৰ তুলনাত গাহৰিৰ সংখ্যা অনেক বেছি ; এখন এনে দেশ যি দেশৰ বজাৰ অথবা মানুহ সমাগম হোৱা ঠাইলৈ গৈ পিটাৰ বুলি চিঞৰি দিলে হাজাৰ জন পিটাৰ নামৰ লোক উপস্থিত হৈ পৰে , কিয়নো সেই দেশত পিটাৰ নাম খুবেই জনপ্ৰিয় ; যি দেশৰ বিচ্ছ্ (beach) সমূহত তৰুণ তৰুণী বিনা বস্ত্ৰই পৰিভ্ৰমণ কৰে , সেই দেশ খন হৈছে ডেনমাৰ্ক ( Denmark )।

Denmark as tourist sitetourist place Cocos island
ডেনমাৰ্কৰ মুঠ জনসংখ্যা প্ৰায় সাত মিলিয়ন আৰু সকলো ডেনিছ লোকে সুখ আনন্দৰে থাকিব পছন্দ কৰে যাৰ বাবেই পৃথিৱীৰ সুখী দেশ সমূহৰ ভিতৰত ডেনমাৰ্ক দ্বিতীয় স্থানত আছে। ডেনমাৰ্কৰ ৰাষ্ট্রীয় পতাকা ক আটাইতকৈ পুৰণি পতাকা বুলি অভিহিত কৰা হয় যি পতাকা ১২১৯ চনত ডিজাইন কৰা হৈছিল। ডেনমাৰ্ক ত চাকৰি কৰা চাকৰিয়াল ৰ সৰ্বনিম্ন দৰমহা এক লাখ সত্তৰ হাজাৰ টকা। সেই দেশৰ চৰকাৰে চাকৰিয়াল সকলৰ পৰা নিৰ্দিষ্ট কৰ গ্ৰহণ কৰে। ডেনমাৰ্ক চৰকাৰে সেই দেশৰ নাগৰিকৰ সকলো খৰছ যেনে :- চিকিৎসা , ছাত্ৰ ছাত্ৰী পঢ়া খৰছ , বিজুলী মাচুল , পানী ইত্যাদি বহন কৰে ; আনকি ডেনমাৰ্কৰ ৯৯.৪ শতাংশ লোক উচ্চ শিক্ষিত। ডেনমাৰ্কৰ এই উচ্চ শিক্ষিত লোকসকলে তেওঁলোকৰ দেশ খন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিবলৈ সদায় যত্নপৰ থাকে আৰু সেইবাবেই সমগ্ৰ ডেনমাৰ্ক পৰিভ্ৰমণ কৰিলে কতো লেতেৰা দেখা নাযায়। আনকি ডেনমাৰ্কৰ হ্ৰদ সমূহৰ পানী অতি পৰিষ্কাৰ।

Denmark as tourist site
ডেনমাৰ্কৰ ৰাজধানী চহৰ হৈছে কপেনহাজেন (Copenhagen ) চহৰ যি আটাইতকৈ ডাঙৰ আৰু জনপ্ৰিয় চহৰ। ৰাজধানী কপেনহাজেনত প্ৰায় ১০ লাখ জনসাধাৰণ বসবাস কৰে। এই দেশৰ সকলো সৰু ডাঙৰ চহৰ সমূহত বিচ্ছ্ ( Beach ) দেখিবলৈ পোৱা যায় । ডেনমাৰ্কৰ লোক সকলে খেলা ধূলা , শাৰীৰিক ব্যায়াম আৰু মনোৰঞ্জন আদি খুব পছন্দ কৰে।

Denmark as tourist site
ডেনমাৰ্কৰ ছোৱালী অতি সুন্দৰী আৰু ধুনীয়া। ডেনমাৰ্কৰ ছোৱালী দেখিলে সকলোৱে পছন্দ কৰে। তাৰোপৰি ডেনমাৰ্কৰ ল’ৰা ছোৱালীয়ে ইমানেই কম কাপোৰ পিন্ধে যে তেওঁলোকৰ কাপোৰৰ নামত খুব কম খৰছ হয়। ডেনমাৰ্কৰ বিচ্ছ্ ( Beach ) সমূহত তৰুণ তৰুণীয়ে উলংগ দেহৰে বিচৰণ কৰে , আৰু সেয়া ডেনমাৰ্কৰ বাবে স্বাভাৱিক বুলি মান্যতা দিয়া হয়।

Denmark as tourist siteDenmark as tourist siteDenmark as tourist site

ডেনমাৰ্কত সাধাৰণতে প্ৰদূষণ নাই বুলিলেই হয় , আৰু সেইবাবেই ডেনমাৰ্কত বৰ্ষৰ প্ৰতি ১৫০ দিনে বৰষুণ হয় আৰু সেইবাবেই ডেনমাৰ্কক ইউৰোপ ৰ আটাইতকৈ সুন্দৰ আৰু পৰিষ্কাৰ দেশ বুলি কোৱা হয়। ডেনমাৰ্কলৈ প্ৰতি বছৰে লক্ষ্য লক্ষ্য পৰ্যটক ফুৰিবলৈ যায়। ডেনমাৰ্কৰ প্ৰতি এশ জন মানুহৰ বিপৰীতে ২০০ টি গাহৰি আছে অৰ্থাৎ ডেনমাৰ্কৰ মানুহৰ তুলনাত গাহৰিৰ সংখ্যা দুগুণ।

Denmark as tourist siteDenmark as tourist siteDenmark as tourist site
শুনি আচৰিত হ’ব যে ডেনমাৰ্কত খুব তীব্ৰ বেগত বতাহ বয় কিয়নো ডেনমাৰ্ক চৰকাৰে ৪০ – ৪৫ % বতাহ কৃত্ৰিম ভাৱে উৎপাদন কৰে। ডেনমাৰ্ক দেশ খনৰ জনসংখ্যাৰ বিপৰীতে চাইকেল ৰ সংখ্যা হৈছে ৪২ লাখৰো অধিক আৰু গাড়ীৰ সংখ্যা প্ৰায় ১৮ লাখ। কিয়নো ডেনমাৰ্কৰ লোকসকলে ধাৰণা কৰে যে চাইকেল চলালে শৰীৰ আৰু স্বাস্থ্য ভালে থাকে আৰু পৰিবেশ বিনষ্ট নহয়।

Denmark as tourist siteDenmark as tourist site
ডেনমাৰ্কত জন্ম হোৱা শিশুৰ নাম তেওঁলোকৰ মা দেউতাই ৰাখিব নোৱাৰে কিয়নো ডেনমাৰ্ক চৰকাৰে পূৰ্বেই সাত হাজাৰ নাম ঘোষণা কৰি ৰাখিছে আৰু সেই সাত হাজাৰ নামৰ পৰাই নিজ শিশুৰ নাম বাছনি কৰিবলৈ বাধ্য হয় মা দেউতা। আৰু সেইবাবেই হয়তো ডেনমাৰ্কত পিটাৰ নাম বহু জনপ্ৰিয়।

Denmark as tourist site

বিবাহ নহয় যুৱতীৰ কিন্তু পৃথিৱীৰ বুকুত এটুকুৰা স্বৰ্গ হিচাপে জনাজাত ! জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক

বিবাহ নহয় যুৱতীৰ কিন্তু পৃথিৱীৰ বুকুত এটুকুৰা স্বৰ্গ হিচাপে জনাজাত !

নিশা যুৱতীৰ গৃহত সোমাই গলে নহয় কোনো দোষ – ৰহস্যময় পৃথিৱী ! জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক

নিশা যুৱতীৰ গৃহত সোমাই গলে নহয় কোনো দোষ – ৰহস্যময় পৃথিৱী !

ডেনমাৰ্কত শ্বেৰ’ নামৰ এটি দ্বীপ আছে যত এজনী মহিলাৰ বিপৰীতে পুৰুষৰ সংখ্যা পাঁচ জনতকৈ বেছি আৰু সেইবাবেই সেই দ্বীপৰ পুৰুষে বিবাহ কৰিবলৈ দ্বীপৰ বাহিৰলৈ যাবলগীয়া হয়। আৰু সেই দ্বীপৰ সৰ্বমুঠ জনসংখ্যা ৫২ হাজাৰৰ অধিক।

Popular Assamese video

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *