Causes of cervical cancer

   চাৰভিক্স কেন্সাৰ হৈছে মহিলাৰ জৰায়ুৰ তলৰ ভাগ যি যোনিৰ ওপৰৰ ভাগৰ লগত সংযোগ হৈ থাকে অৰ্থাৎ চাৰভিক্স ( Cervix) ত হোৱা এবিধ ৰোগ। চাৰভিক্স কেন্সাৰে প্ৰথম অৱস্থাত কোনো লক্ষণ দেখা নিদিয়ে। কিন্তু যেতিয়া ই বিয়পে তেতিয়াহে লক্ষণ সমূহ দেখা দিবলৈ আৰম্ভ কৰে। এই ৰোগৰ ভালেমান লক্ষণৰ অইন ৰোগৰ লক্ষণৰContinue Reading

Share it with: