ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰেম সদায় কেৰিয়াৰৰ প্ৰতিকুল ! -Best motivational talk

যেতিয়া লৰা- ছোৱালীৰ বয়স ১৬ ৰ পৰা ২০ বছৰৰ ভিতৰত হয় তেতিয়া  তেওঁলোকৰ সন্মুখত দুটি ৰাস্তা থাকে ১) প্ৰেম – ভালপোৱা আৰু ২) কেৰিয়াৰ। এই দুয়োটা এই সময়ছোৱাত বৰ গুৰুত্বপূৰ্ণ কিন্ত বেছিভাগে প্ৰথম পথকে বাছি লয় আৰু এই ভুলটো কৰাৰ লগে লগে তেওঁ নিজৰ কেৰিয়াৰৰ কথাত একেবাৰে অজ্ঞান হৈ পৰে। … Continue reading ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰেম সদায় কেৰিয়াৰৰ প্ৰতিকুল ! -Best motivational talkContinue Reading