……✍️ডাঃ আজিমুদ্দিন আহমেদ….. আহিবানে আকৌ এবাৰ দিবানে সঁহাৰি হিয়াৰ জীৱনৰ থৌকি বাথৌ বিৰহত মনৰ কপৌ পুৰণি দিনৰে কথা ক’লে আকুল বেথা জীৱনৰ এয়াই মায়া ভাবিলে আপোন পাহৰা সপোনে হহুৱাই সদায় দিঠকে কন্দুৱাই ঘণাই হৃদয়ে ৰিঙিয়াই সঁচাই দিন নাযায় নুপুৱাই হেপাঁহৰ সোনোৱালি সেতেলিৰ বাখৰ কলি দিবানে সঁহাৰি আহি চতিয়াই মৰম এপাহিContinue Reading

Share it with:

……লিখক : ডা: আজিমুদ্দিন আহমেদ…. মোৰ দুখৰ ৰাতি সুখৰ পনবন্দী নিঃশব্দে পলাইছে সুখ অবুজ চুক্তিপত্ৰত অস্বাক্ষৰিত বাবেই দোষ! সেইদিনা সুখে বন্দী কৰিছিল এবাৰ লগতে কিছু প্ৰলোভন ভাবিলো পন্যৰ সোৱাদ নালাগে দুখেই ভাল ।।Continue Reading

Share it with:

…..?? ✍️ প্ৰাণেশ্বৰ শৰ্মা….. ……(ভূপেনদালৈ ক্ষমা প্ৰাৰ্থনাৰে)…… কৰণা ভাইৰাচ সংক্ৰমণৰ বাবে প্ৰয়োগ কৰা Lock down অমান্য কৰা সকলক উদ্দেশী সমগ্ৰ বিশ্বৰে  অসংখ্যজনৰে হাহাকাৰ শুনিও দিনে প্ৰতিদিনে নিয়ম ভংগ কৰি, পথলৈ ওলোৱা কিয়? কৰণা ভাইৰাছৰ নাচোন দেখিও হেজাৰজনৰ মৰণ দেখিও নিয়ম কানুনবোৰ নামানা কিয়? জ্ঞানবিহিন উদণ্ডসবৰ শংকাবিহিন  মূৰ্খসবৰ সামান্য চেতনা নাহেনোContinue Reading

Share it with: