…….এম.আমিন……. বেলি লহিয়ালেই ব্যস্ত চহৰখনত উবুৰি খাই পৰে এটি অলস সন্ধিয়া, এন্ধাৰ গলিটোৰ সীমান্তত ভাগৰুৱা এটি জুপুৰি, নিশকটীয়া মমৰ পোহৰত জিলিকে অশ্লীলতাৰ ফুলজাৰি। ক্ৰমাৎ গভীৰৰ পৰা গভীৰতালৈ বাঢ়ি যায় এন্ধাৰবোৰ, বিলাতী পানীয়ত চুমুক দি উদযাপন কৰা হয় নাৰী দিৱস নিষিদ্ধ আলাপেৰে নাৰী স্বাধীনতাৰ জয় গান গোৱা হয় বন্ধ কোঠাত, উগ্ৰContinue Reading

Share it with:

……ডাঃ আজিমুদ্দিন আহমেদ…… ক্ৰমশঃ স্থবিৰতাই গ্ৰাসিছে সকলো বিভিষিকাত আজি জীৱনৰ অনুকম্পা হতাশাগ্ৰস্ত দুৰূহ মন সন্ধা হাড়বোৰ শুকাই এড়িৰ ডাল গোলাপী সপোন চুনামীত নিতাল পলাই ফুৰিছো জনসমুদ্ৰত প্ৰায়ে প্ৰতাৰণা বিষাদত ছাই হোৱা প্ৰাণে মই যেন এজন পগলা মানুহ উজাগৰী নিশাৰ পিছে পিছে খেদিছে এদল ৰাক্ষসে হৈ অপস্মাৰ প্ৰস্তাৱনা আজি লেৰেলি মৰাপাটৰContinue Reading

Share it with:

…..ডাঃ আজিমুদ্দিন আহমেদ….. নাযাবি ও জালুকবাৰীলৈ মাথোন দুখিলা প্ৰহসনৰ মায়াত সান্ধ্য আইন নাই আজি তথাপিও পদে আঘাট পোৱাৰ আশংকা মোৰ ল’ৰালিৰ শপত গভীৰতাৰ ছাদৰ ওপৰৰে বান্দৰজাকে জোকাব বৰকৈ হাঁহিব, বৰ নিলাজ সিহঁত তই লাজ পাবি ! জাননে ? সিহঁতবোৰে তোক নজৰ কৰিব প্ৰয়োজনত তোৰ গোপনতা হৰণ কৰিবলৈ বৰ সাংঘাটিক সিহঁতContinue Reading

Share it with:

……এম আমিন……. বহুদিনৰ মূৰত চহৰখনে উশাহ লৈছে, সৰাপাতে সজাইছে চহৰৰ বাট, মানুহৰ গচকত ভাগৰি পৰা পদপথবোৰ ঢলি পৰিছে নিদ্ৰাৰ কোলাত। কুকুৰজাকে ৰাঁউচি জুৰিছে ভোকৰ তাড়নাত কিম্বা বিপদৰ গোন্ধত, ডাষ্টবিনত শুকাইছে এটি নৱজাতক মানৱতাৰ জয়গান বাজিছে ধোঁৱা চাঙত, সুৰাৰ ৰাগিত সুৰ তুলি কোনোবাই গাইছে সংগ্ৰামৰ বেসুৰা গান, চহৰত চলিছে কাৰফিউ ছাইৰেণৰContinue Reading

Share it with:

…..ডাঃ আজিমুদ্দন আহমেদ….. হেৰাল নেকি তোমাৰ ঠিকনা? চাগৈ তোমাৰ নতুন প্ৰেমিক আহিল ! আৰ চি চি ২ ,আয়ুৰ্বেদিক কিন্বা ইংজিনিয়াৰিং তোমাৰেই ভালপোৱাৰ শপত কৃষ্ণচূড়াৰ কাষৰ ঠেঙাল আহত ! জালুকবাৰী ! হবানে তুমি সাক্ষী এবুকু সপোন আৰু মৰম প্ৰেমৰ হালধীয়া ঠন ধৰি কবানে মোৰ সোনাৰু ? তেওঁ জানো নাছিল মোৰ, মাথোনContinue Reading

Share it with:

…..ডাঃ আজিমুদ্দিন আহমেদ…. বিভুতি সিঁচি সিচিঁ হেলাৰঙে বিষাদৰ ভগ্ন পৰ্বত নালাগে আৰু সপোনবোৰৰ অবাস্তব তিঘিল-ঘিলাই হাহিঁ হাহিঁ অভিনয়ি পপীয়া তৰাবোৰ হৃদয়কামী শক্তি অতীতৰ ! এনাজৰীৰ অচল চুম্বকীয় শক্তি হৃদয় থকবক ব্যহত পৃথিবীৰ হলগৈ চক্ৰবেহু নিমখ ! মধু -অম্ল বিপৰীত স্বাদৰ অনন্য একাঠু দন্তালটোৰে সম্পৰ্ক গভীৰতাত সাতমোন লুনীয়া অবয়ব | বহুলContinue Reading

Share it with:

…..ডাঃ আজিমুদ্দিন আহমেদ…. জানোচা শব্দ হেৰাওঁ মোৰ বিতচকুৰে লাখুতি আৰু কম্বল ! , অৰ্ধচন্দ্ৰ এন্ধাঁৰৰ অমাবশ্যা ও জোনাকৰ ভোটা তৰাৰে মিতিৰালি আপেক্ষিক নিয়মৰ অসহ্য হুমুনীয়াহ ! , ৰৈ ৰৈ গাম ইনাই বিনাই পুন: সেই ওমলা ঘৰত সগোপনে উভতনী যাত্ৰাৰ গান ! , মই আৰু মোৰ ছাঁ বিৰাজমান প্ৰশ্নৰ বিপৰীত জানোছাContinue Reading

Share it with:

…..ডাঃ আজিমুদ্দিন আহমদ…. নাখান্দিবা ঠিয় ঠেক গাতৰ সৌধ বিভিষিকাৰ নিষ্ঠুৰ কবৰ ! নালাগে চন্দনৰ ঠিয় দাল সৰিয়হ,ঘি আৰু খেৰকূটাৰ উল্লাসিত অগ্নি ! কবৰ নিদিবা নকৰিবা ভষ্মীভূত বিষাক্ত কৰি জননী আইৰ অবয়ব ! আহ্বান কৰি শৃগাল কুকুৰ আৰু শগুনক টুকৰা-টুকুৰ কৰি মোৰ মেদবহুল কংকালৰ পেশী তিঘিল ঘিলাই হওঁক বনভোজ তৃপ্তি সিহঁতৰContinue Reading

Share it with:

……ডাঃ আজিমুদ্দিন আহমেদ….. অ মইনা অ’ মইনা জোলোঙাত তোমাৰ কি? মামাই দিছে পকা জাম আনিছোঁ গণি গণি । আম আপেল আঙুৰ আৰু নাগফল, বতৰত খালে পাবা সিংহৰ সম বল । কমলা কলা-জামু আৰু কল, ঈশ্বৰ সৃষ্ট সকলো যেনে: জাম কঠাল, মৌচুম্বী ডালিম পানীফল ইত্যাদি পনিয়ল, খাই উঠি নাখাবা লগে লগেContinue Reading

Share it with:

……ডাঃ আজিমুদ্দিন আহমেদ….. সেই বাটেৰেই আহিবি তই যি বাট মোৰ ৰণভূমিৰ তোৰ চিনাকী পৃথিৱীৰ সপোন বা-মাৰলী অথচ ধূলিকণা হৈ ৰঙালী বহাগৰ নাচনীৰ লহৰত । তই আহিবি এখোজ আমাৰ পৃথিৱীলৈ নহ’লে দাইনীজনীৰ গতিৰে ডাল পাতবোৰৰ সৈতে খেলিবলৈ । পিছে এটি কথা ৰাখিবি তই আপোন পঁজাবোৰৰ চিনাকী ক’তো নজৰ নকৰিবি , নাভাগিবিContinue Reading

Share it with: