মুখমণ্ডলৰ তিনি সপ্তাহ নুশুকুৱা ঘাঁ কেন্সাৰো হব পাৰে :-     মুখমণ্ডলৰ ভিতৰত যদিহে তিনি সপ্তাহতকৈ বেছি দিন ঘাঁ হোৱাৰ পিছতো ( চিকিৎসা কৰক বা নকৰক) ভাল হোৱা নাই তেন্তে এই ঘটনা আপুনি সহজ ভাবে নলব। ই এটুকুৰা সাধাৰণ ঘাঁ নহৈ আপোনাৰ প্ৰাণনাশী কেন্সাৰ ৰোগ হব পাৰে। ভাৰত বৰ্ষত প্ৰায়Continue Reading

Share it with:

চীন দেশত কিয় ক্ৰিকেট নেখেলে ?? ভাৰতত ক্ৰিকেটক পূজা কৰা হয় !!  আমাৰ দেশ ভাৰতবৰ্ষত ক্ৰিকেট সকলো খেলতকৈ জনপ্ৰিয়তাৰ শীৰ্ষত। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় খেল হকী যদিওবা ক্ৰিকেটহে বেছি জনপ্ৰিয় আমাৰ দেশত। ভাৰতৰ লগতে অষ্ট্ৰেলিয়া, ইংলেণ্ড, পাকিস্তান, দক্ষিণ আফ্ৰিকা আদি দেশ সমূহত ও ক্ৰিকেট সমানে জনপ্ৰিয় যদিওবা বিশ্বৰ সকলো ঠাইতে এই খেলContinue Reading

Share it with:

পিয়াজ কিয় নাখাব কিয় খাব ??     পিয়াজ সকলোৰে ঘৰে ঘৰে পাচলি হিচাপে, চালাড হিচাপে বা চানাৰ লগত কেঁচাই খোৱা  নাইবা দুফাল কৰি ঘৰৰ চুকত থৈ দিয়া আদি যুগে যুগে প্ৰচলিত। কিয়নো এই পিয়াঁজৰ আছে বহুত স্বাস্থ্য গুণ । কিন্তু পিয়াঁজৰ সামান্যহে আছে স্বাস্থ্যৰ ওপৰত কুপ্ৰভাব। স্বাস্থ্য উপকাৰ সমূহContinue Reading

Share it with:
Featured Video Play Icon

লিভাৰ ভালে আছেনে জানিবলৈ ভৰিৰ ৯ টি বস্তু লক্ষ্য কৰক :-   মানৱ দেহৰ এটি ডাঙৰ আৰু দৰকাৰী অংগ বিশেষ হল লিভাৰ বা যকৃত। সেয়ে লিভাৰ টি ভালকৈ কাম কৰিছে নে নাই জানিবলৈ আপোনাৰ ভৰি দুখনৰ কিছু পৰিৱৰ্তন সদায়ে লক্ষ্য কৰি থাকিব। ১) স্পাইদাৰ ভেইন বা স্পাইদাৰ নিভা :- যদিContinue Reading

Share it with: