বুদ্ধিমত্তা আৰু বুদ্ধিমান মানুহ চিনি পোৱাৰ উপায় !
এজন বুদ্ধিমান মানুহ হৈছে সেইজন যিয়ে সঠিক সময়ত সঠিক সিদ্ধান্ত লব জানে , যিজনে সঠিক সময়ত সঠিক উত্তৰ দিব পাৰে ; বুদ্ধি কেতিয়াও স্কুল আৰু কলেজত পোৱা নাযায়, স্কুল কলেজত মানুহে মাত্ৰ জ্ঞান অৰ্জন কৰিব পাৰে। আৰু সেই স্কুল কলেজত পোৱা জ্ঞানসমূহ বাস্তৱ জীৱনত ব্যৱহাৰ কৰিব পৰা ক্ষমতাContinue Reading