what happen to soul after death

 পৃথিৱীলৈ যিজন আহিব তেওঁৰ মৃত্যু অনিবাৰ্য , যিটো সৃষ্টিৰ আদিলগ্নৰ পৰা সত্য হৈ ৰৈছে। মৃত্যুৰ পিছত মৃতকৰ আত্মাক যমদূতে যমলোকলৈ লৈ যায়। গৰুড় পুৰাণ অনুসৰি ইঁহলোকৰ পৰা পৰলোকলৈ এই যাত্ৰা অত্যন্ত কঠিন। মৃতকৰ আত্মাই যিসমূহ কঠিন ৰাস্তা পাৰ হবলৈ হয়, তাৰ ভিতৰত অন্যতম হৈছে বৈতৰণী নদী। বৈতৰণী নদী পৃথিৱী আৰুContinue Reading

Share it with:
Husband and wife relationship

 এই কথাটো আমি প্ৰায়ে শুনি থাকোঁ যে স্বামী স্ত্ৰীৰ মাজত সাত জনমৰ সম্পৰ্ক থাকে। আমি সকলোৱে দেখিছোঁ যে বিবাহৰ সময়ত কইনা আৰু দৰাই ইজনে সিজনৰ সৈতে অগ্নি দেৱতাক সাক্ষী কৰি সাত পাক ঘুৰে ; আৰু সেই সাত পাকৰ মাজত মন্ত্ৰ উচ্চাৰণৰ মাধ্যমত সাত জন্মৰ প্ৰতিজ্ঞাক দৃঢ়তা দিয়া হয়। বহু সময়তContinue Reading

Share it with:
LORD KRISNA QUOTES

  ভগৱান শ্ৰীকৃষ্ণই মহাভাৰতত কলিযুগ সম্পৰ্কে অৰ্থাৎ কলিযুগৰ মানুহ কেনে হ’ব, মানুহৰ জীৱন কেনেকৈ অতিবাহিত হ’ব, ইজন মানুহৰ ব্যৱহাৰ অইনজনৰ প্ৰতি কেনেকুৱা হ’ব এই সকলো বিষয় বিস্তাৰিত ভাবে বৰ্ণনা দি থৈ গৈছিল। আৰু সেই বৰ্ণনা বৰ্তমান সত্য বুলি প্ৰমাণিত হৈ গৈ আছে। মহাভাৰত কালত পঞ্চপাণ্ডৱৰ কলিযুগ সম্পৰ্কে জনাৰ ইচ্ছা জন্মিছিল,Continue Reading

Share it with:
HEALTHY PARENTING TIPS

 সকলো মা দেউতাৰ ইচ্ছা থাকে নিজৰ সন্তানক মানুহ হিচাপে , এগৰাকী সুসন্তান , এগৰাকী সুনাগৰিক হিচাপে গঢ় দিয়াৰ। তাৰে কিছুমান অভিভাৱক এই ক্ষেত্ৰত সফল হয় আৰু কিছুমানে ভাগ্যক দোহাই দি হাত সাৱটি বহি যায় অসফল হৈ । এটি শিশুৰ জীৱন জন্মৰ পিছৰ কেইবছৰমান যাদুৰ দৰে পাৰ হৈ যায়, যি সময়Continue Reading

Share it with:
what happen when husband beat his wife

  শাস্ত্ৰত কোৱা হৈছে যে যি গৃহত নাৰীৰ মৰ্য্যদা থাকে, নাৰীয়ে সন্মান থাকে সেই গৃহত দেৱী দেৱতা বাস কৰে। কিন্তু এই কলিযুগৰ মানুহ যিমানে ধৰ্ম আৰু শাস্ত্ৰৰ পৰা দূৰৈত গৈছে, সিমানে মানুহে নাৰী আৰু স্ত্ৰীক সন্মান দিবলৈ পাহৰি গৈছে ; আজিকালি কিছুমান লোকে লোকৰ স্ত্ৰী বেলেগে কথা নিজৰ স্ত্ৰীকো সন্মানContinue Reading

Share it with:
in which home baby child born

  আজি একবিংশ শতিকা অগ্ৰগামী হলেও আমি এনে এখন সমাজত বসবাস কৰো যত আজিও কিছু লোকৰ ঘৰত কন্যা সন্তান জন্ম হলে দুখৰ ছাঁ পৰে । আমি এনে সমাজত বাস কৰো যি আজিও পুৰুষ প্ৰধান। সেয়া হোৱাৰ কাৰণ বেলেগ একো নহয়, একমাত্ৰ কাৰণ হৈছে মানুহৰ অজ্ঞানতা, যাৰ ফলত সমাজৰ কিছু মানুহেContinue Reading

Share it with:
Is your future been already decided by luck

 এটি প্ৰশ্ন মানুহৰ মনত সদায় উদয় হয় , যে মানুহৰ ভাগ্য কেতিয়া লিখা হয় , জন্মৰ পূৰ্বে নে কৰ্মৰ ভিত্তিত ? এই প্ৰশ্নৰ উত্তৰ জানিবলৈ তলৰ কথাখিনি মন দি শুনো আহক ,, ধৰা হৈছে আপুনি দেখিছে কোনো এটি শিশু সোণৰ চামুচ মুখত লৈ জন্ম লৈছে অৰ্থাৎ খুব ধনী ঘৰত জন্মContinue Reading

Share it with:
SUICIDE CAUSE

  মানুহৰ মুখৰ পৰা সদায় শুনা যায় যে ভগৱানে যি বিচাৰে সেইটো হ’ব অৰ্থাৎ এই পৃথিৱীত সেয়াই হয় যিটো বিধাতাৰ দ্বাৰা ৰচিত। যাৰ কপালত বিধাতাই যি লিখিছে তাক কেতিয়াও খণ্ডন কৰিব নোৱাৰি । ইয়াৰ উপৰিও মানুহৰ জীৱনত কিছুমান এনে ঘটনা ঘটিব ধৰে যেনে আত্মহত্যা, দুৰ্ঘটনা আদি, যাৰ পৰা আমি ভাবিবলৈContinue Reading

Share it with:

  এই পৃথিৱীৰ সকলো মানুহে জীৱনৰ শেষ সময়ত যেতিয়া মৃত্যুৰ ক্ষণ গণে তেতিয়াহে মনত স্বৰ্গলৈ যোৱাৰ আশা খুব জাগ্ৰত হয়। কিন্তু আপুনি জানেনে স্বৰ্গত কি কি থাকে, কেনেকুৱা হয় স্বৰ্গলোক , আৰু সেই ঠাই পোৱাৰ পিছত আত্মাৰ অনুভূতি কেনেকুৱা হয় , এই ঐশ্বৰিক ৰহস্যময় কথা আজিৰ ধাৰ্মিক লোকে নিশ্চয় ভালContinue Reading

Share it with:
truth makes you noble

আজিৰ পৰা প্ৰায় ২৪০০ বছৰ আগতে ভগৱান গৌতম বুদ্ধই সমগ্ৰ ভাৰতবৰ্ষ ঘূৰি ঘূৰি বৌদ্ধ ধৰ্ম আৰু সংস্কৃতি প্ৰচাৰ কৰি ফুৰিছিল। যিসময়ত ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত বহুত ধাৰাসাৰ বৃষ্টি হৈছিল ; আৰু সেই সময়ৰ এটি নিশা এনে এটি ঘটনা ঘটিছিল যিটো আজি কব খোজা হৈছে,, ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ এখন ঠাইত এবাৰ বুদ্ধContinue Reading

Share it with: