হাতী আৰু মানুহৰ আচৰিত ট্ৰেইনিং ,,সামাজিক মাধ্যম সমূহত ভিডিঅ ভাইৰেল:-    আকাৰত প্ৰকাণ্ড জীৱ এবিধ হৈছে হাতী আৰু জীৱ শ্ৰেষ্ঠ হৈছে মানৱ জাতি। জীৱ শ্ৰেষ্ঠ হোৱা বাবেই মানুহে নিজৰ বুদ্ধিমত্তাৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম বৃহৎ আকাৰৰ জীৱ হাতীক আৰু মানুহৰ সহায়ক বিভিন্ন কামত হাতীক নিয়োজিত কৰা কাৰ্য্য সৰ্বজন বিধিত।Continue Reading

Share it with:

  এটা হাতীয়ে গচকী ধৰিলে বনৰ ৰজা সিংহক আমি সকলোৱে জানো যে সিংহ হল বনৰ ৰজা।নিশ্চিতভাৱে ডিঙিৰ পৰা কঁকালৈকে বিস্তৃত ভাবে ঢাকি থকা নোমবোৰে বাৰ বাৰ প্ৰমাণ কৰে যে সিংহ বনৰ ৰজা। আৰু এই নোমবোৰৰ বাবেই সিংহক অইন জীৱ জন্তুৰ তুলনাত বেছি ভয়ংকৰ সজাই।    ফলত জংঘলৰ অইন জীৱ জন্তুয়েContinue Reading

Share it with:

হৃদযন্ত্ৰ আৰু হাওঁফাওঁ বন্ধ হোৱাৰ পিছতো জীয়াই ৰাখক আপোনজনক এটি সহজ পদ্ধতিৰ দ্বাৰা:-   আপুনি হঠাতে যদি আপোনাৰ ওচৰে পাজৰে বা নিজৰ ঘৰতে কোনো লোকক বাগৰি পৰি মাত কথা বন্ধ হৈ যোৱা পাইছে তেন্তে আপুনি কি কৰিব ? প্ৰথম আপোনাৰ দায়িত্ব হ’ল এম্বুলেন্সক ফোন কৰা আৰু এম্বুলেন্স আহি পোৱা সময়Continue Reading

Share it with: