হাতী আৰু মানুহৰ আচৰিত ট্ৰেইনিং 🔥🔥সামাজিক মাধ্যমত ভিডিঅ ভাইৰেল

  •   হাতী আৰু মানুহৰ আচৰিত ট্ৰেইনিং ,,সামাজিক মাধ্যম সমূহত ভিডিঅ ভাইৰেল:-

   আকাৰত প্ৰকাণ্ড জীৱ এবিধ হৈছে হাতী আৰু জীৱ শ্ৰেষ্ঠ হৈছে মানৱ জাতি। জীৱ শ্ৰেষ্ঠ হোৱা বাবেই মানুহে নিজৰ বুদ্ধিমত্তাৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম বৃহৎ আকাৰৰ জীৱ হাতীক আৰু মানুহৰ সহায়ক বিভিন্ন কামত হাতীক নিয়োজিত কৰা কাৰ্য্য সৰ্বজন বিধিত।

    মানুহৰ সমাজ জীৱনৰ কামত নিয়োজিত কৰাৰ উপৰিও হাতীক বিভিন্ন খেলা ধুলা আনকি দুঃসাহসীক ক্ৰীড়া প্ৰদৰ্শনৰ বাবে অনুশীলন দিয়া হয়।

  মানুহ আৰু হাতীৰ এনে এক আচৰিত অনুশীলনৰ ভিডিঅ ভাইৰেল হৈছে সামাজিক মাধ্যম সমূহত। ভিডিঅ👇👇

 

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *