হাতীয়ে গচকী ধৰিলে বনৰ ৰজা সিংহক// ভিডিঅ ভাইৰেল

  এটা হাতীয়ে গচকী ধৰিলে বনৰ ৰজা সিংহক

আমি সকলোৱে জানো যে সিংহ হল বনৰ ৰজা।নিশ্চিতভাৱে ডিঙিৰ পৰা কঁকালৈকে বিস্তৃত ভাবে ঢাকি থকা নোমবোৰে বাৰ বাৰ প্ৰমাণ কৰে যে সিংহ বনৰ ৰজা। আৰু এই নোমবোৰৰ বাবেই সিংহক অইন জীৱ জন্তুৰ তুলনাত বেছি ভয়ংকৰ সজাই।

   ফলত জংঘলৰ অইন জীৱ জন্তুয়ে সিংহক সমীহ কৰি আহিছে। কিন্তু হঠাৎ এটি বিপৰীত ঘটনা দেখিবলৈ পোৱা গল। ঘটনাটো খুব বেছিকৈ ভাইৰেল হৈছে সামাজিক মাধ্যম সমূহত।

  যত এটা ভিডিঅ ত দেখিবলৈ পোৱা গৈছে যে বনৰ ৰজা সিংহৰ জাক এটাক আক্রমণ কৰিছে মাত্ৰ এটা হাতীয়ে আৰু গচকী ধৰিছে জাকৰ মাজৰ এটা প্ৰকাণ্ড সিংহক। এই ভিডিঅ বিশ্বজুৰি ভাইৰেল হৈছে আৰু চোৱাসকল হতভম্ব হৈ পৰিছে।

আৰু চাওঁক,,

 

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *