এবাৰ নহয় এবাৰ হলেও জীৱনত সকলো সন্তানে ভাবিবলৈ বাধ্য হয় যে তেওঁৰ মাতা পিতা তেওঁৰ ওপৰত খুব আমনিদায়ক, খুব অশান্তিৰ কাৰণ হৈ পৰিছে আৰু যদি আপোনাৰ ক্ষেত্ৰতো তেনে হৈছে শুনক আপুনি বনুৱাই মাটিৰ কলহ সজা দেখিছে ? বনুৱাই বোকা মাটিক আকাৰ দি, ৰদত শুকাই , জুইত পুৰি পুৰি শেষতContinue Reading

Share it with:
REASON OF INCREASING HINDU IN YEMEN

  মধ্য প্ৰাচ্যৰ এখন দেশ হৈছে য়েমেন । মধ্য প্ৰাচ্যৰ একমাত্ৰ দেশ হৈছে য়েমেন যত লোকতন্ত্ৰ আছে । আৰব উপদ্বীপৰ দক্ষিণ পশ্চিম প্ৰান্তৰ এই দেশৰ জনসংখ্যা অতি কম যদিও এই দেশত খুব দ্ৰুতগতিত বাঢ়িছে হিন্দুধৰ্মী লোকৰ সংখ্যা। যত দুই লক্ষ্য আঠ হাজাৰৰো অধিক হিন্দুধৰ্মী লোক বসবাস কৰে যাৰ বেছি অংশইContinue Reading

Share it with:
do and do not while eating

  অন্ন অথবা খোৱা খাদ্যক মা লক্ষ্মীৰ প্ৰতীক হিচাপে চিহ্নিত কৰা হয় । খাদ্যই অকল মানুহৰ ক্ষুধা নিবৃত্তি নকৰে ; ই মানুহৰ জীৱন যাপনৰ বাবে প্ৰয়োজনীয় অনেক কিছু উদ্ভাৱনৰ অনুঘটক হিচাপেও কাম কৰে। মানুহ বাছি থকাৰ অন্যতম মাধ্যম অথবা বিষয় হৈছে এই খাদ্যগ্ৰহণ। অথচ খাদ্য গ্ৰহণৰ বাবে বহি বা খাদ্যগ্ৰহণContinue Reading

Share it with:
never do this in sleeping bed

 মা লক্ষ্মীৰ কৃপা সকলোৱে পাব বিচাৰে কাৰণ মা লক্ষ্মী হৈ ধন ঐশ্বৰ্যৰ দেৱী ; আৰ্থিক নাটনি আৰু অভাৱ দূৰ কৰিবলৈ একমাত্ৰ তেওঁৰ দ্বাৰাহে সম্ভৱ কৰিব পাৰি। মা লক্ষ্মীক নিজৰ গৃহত ৰাখিবলৈ সকলোৱে চেষ্টা কৰে কিন্তু মানুহৰ কিছুমান কুপ্ৰভাৱৰ বাবে মা লক্ষ্মী কিছুলোকৰ গৃহ ত্যাগৰ মূল কাৰণ হৈ পৰে। আৰু সেইসমূহContinue Reading

Share it with:
3 reasons of human sorrow

  ৫০০০ বছৰ পূৰ্বে ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ্ভাগৱত গীতাত মানুহৰ তিনিটা সৰ্বনাশৰ কাৰণ উল্লেখ কৰিছিল । আৰু সেই তিনিটা কাৰণ এটি সৰু ঘটনাৰ মাধ্যমৰে উল্লেখ কৰিব খোজা হৈছে। লগতে ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে এই তিনিটা কাৰণ যদি কাৰোবাৰ লগত থাকে তেনেহলে তেওঁৰ সৰ্বনাশ হ’বলৈ বেছি সময় নালাগে। প্ৰাচীন কালত এক ৰাজContinue Reading

Share it with:
INDUNESIA A PLACE OF BEAUTY

 এনে এখন দেশৰ কথা কব বিচৰা হৈছে যত এজন হিন্দু ৰজাৰ ভুলৰ বাবে সেই দেশত হিন্দু ধৰ্ম বিলুপ্ত হৈ পৰিছিল। আৰু সেই সন্ধিক্ষণত সেই দেশৰ এজন পূজাৰীয়ে ৰজাক অভিশাপ দিছিল যে ৰজাই ধৰ্ম ত্যাগ কৰাৰ ফলতে সেই দেশত আহিব ঘোৰ অমানিশা, সাম্ৰাজ্যত অমংগল বিৰাজ কৰিব। লগতে তেওঁ কৈছিল যে পুনৰContinue Reading

Share it with:
when we must speak

  বিভিন্ন পৰিস্থিতিক মানি লৈ চুপ হৈ থকাক এক মহৎ গুণ বুলি কোৱা হয়। ভাৰতীয় শাস্ত্ৰ সমূহতো মৌনব্ৰতৰ যথেষ্ট গুৰুত্ব আছে ; লগতে জীৱনৰ কিছুমান সময়ত এই মৌনতা পালনৰ বাবে শাস্ত্ৰ সমূহত উপদেশ দিয়া আছে , কিয়নো একমাত্ৰ মৌনতাৰ ফলতে বহুত ডাঙৰ সমস্যা সহজতে সমাধান হয়। কিন্তু প্ৰশ্ন ইয়াতেই উৎপন্নContinue Reading

Share it with:
2023 year predictions

 চাওঁতে চাওঁতে ২০২৩ ইংৰাজী নৱবর্ষ আহি পালে কিন্তু এই বৰ্ষত ভৱিষ্যত বাণী কৰোঁতা সকলৰ মতে পৃথিৱীত সংঘটিত হ’বলৈ গৈ আছে কিছু ডাঙৰ ডাঙৰ ঘটনা , পৃথিৱীলৈ আহিব পাৰে ডাঙৰ সংকট , সৌৰজগতৰ বিস্ফোৰণত ধংশ হ’ব পাৰে বহু কেইখনমান দেশ। এই কথাৰ ভবিষ্যত বাণী কৰিছে পৃথিৱীৰ বিখ্যাত জ্যোতিষী বাবা ভেনগা (BabaContinue Reading

Share it with:
intelligence, work and luck which is strong

  মানৱ জীৱনত কৰ্ম, ভাগ্য আৰু বুদ্ধিৰ ভিতৰত কাৰ গুৰুত্ব বেছি ? যিমান চিন্তা কৰিলেও হয়তো এই তিনিটাৰ ভিতৰত কোনোবা এটাক নিশ্চিত কৰা খুব কঠিন। কিন্তু যদিহে এবাৰ তলৰ কথাখিনি ভালদৰে বুজা যায় তেতিয়া নিশ্চয় সঠিক উত্তৰ এটা পোৱা যাব। এবাৰ স্বৰ্গলোকত কৰ্ম, বুদ্ধি আৰু ভাগ্যৰ মাজত যুক্তি তৰ্ক হৈছিলContinue Reading

Share it with:
how did Ramchandra died ?

 ভগৱান ৰামচন্দ্ৰ হৈছে ভগৱান বিষ্ণুৰ সপ্তম অৱতাৰ। ভগৱান ৰামচন্দ্ৰ হৈছে পুৰুষোত্তম, তেওঁ অৱতীৰ্ণ হৈছিল ট্ৰেতা যুগত, অযোধ্যাৰ যুৱৰাজ হিচাপে। অপশক্তিৰ বিনাশ আৰু ধৰ্মৰক্ষাৰ বাবে তেওঁৰ আবিৰ্ভাৱ হৈছিল ; অৰ্থাৎ ভগৱান বিষ্ণুই মানৱ ৰূপী দেহ ধাৰণ কৰিছিল সেই কথা সকলোৰে অৱগত। আৰু জাগতিক নিয়ম অনুসৰি এক নিৰ্দিষ্ট সময়ৰ অন্তত তেওঁ দেহContinue Reading

Share it with: