life changing story

এজন ব্যক্তিয়ে সদায় ভগৱানৰ ওচৰত প্রাৰ্থনা কৰি কৰি কৰি কৈছিল, ” হে ভগৱান, তুমি মোক ইমান দুখ আৰু কষ্ট পাবলৈ জন্ম কিয় দিছা , মোক কি কষ্ট পাবলৈহে এই ধৰালৈ পঠাই দিছা নেকি ; তুমি মোক তোমাৰ ওচৰলৈ লৈ যোৱা ভগৱান, মোৰ আৰু এই পৃথিৱীত এক মিনিটো জীয়াই থকাৰ ইচ্ছাContinue Reading

Share it with:
qualities of smart wife

  এইটো এশ শতাংশ সত্য যে কোনো এখন সংসাৰ, স্বামী আৰু স্ত্ৰীৰ উভয়ৰে মিলিত প্ৰয়াসতহে মধুময় আৰু প্ৰফুল্ল হৈ পৰে ; যি স্বামী আৰু স্ত্ৰী উভয়ৰে পৰিপুৰক। এখন সংসাৰ মধুৰ হ’বলৈ স্ত্ৰীৰ যিমানেই দায়িত্ব থাকে সিমানেই স্বামীৰো থাকে। সংসাৰত স্বামীৰ ভূমিকা কেনে হোৱা উচিত সেয়া পৰৱৰ্তী পোষ্ট যোগে বৰ্ণনা কৰাContinue Reading

Share it with:
HOW TO GET EVERYTHING IN LIFE

 খুব সহজ সৰল পদ্ধতিৰ দ্বাৰা আমি আমাৰ ভগৱান শ্ৰীকৃষ্ণক পূজা কৰিব পাৰো, আৰু সেইখিনিতে তেওঁ সন্তুষ্ট হৈ পৰে কিয়নো তেখেত অতি সৰল। প্ৰত্যেক দিনে যদি আমি কৃষ্ণৰ আৰাধনা কৰো তেতিয়াহে ভগৱান কৃষ্ণ সন্তুষ্ট হৈ পৰিব মাত্ৰ এটি বিষয় মনোযোগ দিব লাগে যাতে ভগৱান শ্ৰীকৃষ্ণৰ আৰাধনা কোনো ব্যয়বহুল নহয়, তেখেতক পুঁজিবলৈContinue Reading

Share it with:
greatness of life

সুখ আৰু দুখ মানুহৰ জীৱনলৈ অহাযোৱা কৰি থাকে আৰু তাৰ বাবে আমি সকলোৱে প্ৰস্তুত হৈ থকা প্ৰয়োজন। যেনেদৰে হাঁহি স্ফূৰ্তিৰ সময়বোৰ খুব সোনকালে পাৰ হৈ যায় ঠিক একেদৰে বেয়া সময় পাৰ কৰা সিমানেই কষ্টকৰ হৈ পৰে। আমাৰ জীৱনত কেতিয়া দুখৰ পাহাৰ ভাগি পৰে সেয়া কোনোৱে নাজানে ; কিন্তু ভগৱানে আমাকContinue Reading

Share it with:
How to win life battle

  মানুহৰ জীৱনত যেনেদৰে সুখ আহে আৰু যায় , দুখ আহে আৰু যায় ঠিক একেদৰে মানুহৰ জীৱনলৈ বিপদ আহিব আৰু বিপদ যাব। ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে এনে কোনো লোক নাই যাৰ জীৱনলৈ বিপদ অহা নাই, স্বয়ং ভগৱানে যেতিয়া মানুহৰূপে জন্ম গ্ৰহণ কৰিছিল তেতিয়া তেৱোঁ বাৰম্বাৰ বিপদৰ সন্মুখীন হ’বলগীয়া হৈছিল ।Continue Reading

Share it with:
WHY INFANT SUFFER LOTS OF PAIN IN MOTHER WOOMB

  কোন পাপৰ কাৰণে পাপী গৰ্ভত প্ৰৱেশ কৰে আৰু গৰ্ভত নানান কষ্ট ভোগ কৰিব লগীয়া হয় ? কিছুমান স্ত্ৰীৰ কিয় গৰ্ভৱতী অৱস্থাত মৃত্যু হয় ? কিয় দেউতা জীয়াই থকাৰ পিছতো পুত্ৰৰ মৃত্যু হৈ যায় ? এই সকলো বোৰ প্ৰশ্নৰ উত্তৰ খুব সুন্দৰকৈ গৰ্ভগীতাত বৰ্ণিত আছে। গৰ্ভ গীতাৰ প্ৰথম অধ্যায়ত এইContinue Reading

Share it with:
soul of doing suicide person

  গৰুড় পুৰাণত মানুহৰ জীৱন আৰু মৃত্যু সম্পৰ্কে প্ৰত্যেক বিষয়ৰ বিস্তাৰিত বৰ্ণনা আছে। লগতে বৰ্ণিত আছে যে জীৱিত অৱস্থাত মানুহে কেনেকৈ পূণ্য অর্জন কৰিব লাগে আৰু কিমান পূণ্য অর্জন কৰা দৰকাৰী যাতে জীৱনৰ অন্তিম সময়ত কোনো কষ্ট নোহোৱাকৈ জীৱন ত্যাগ কৰা যায়। কিন্তু আমাৰ মাজত এনে মানুহ বহুত আছে যিয়েContinue Reading

Share it with:
Srikrishna words

  আমি সকলোৱে বহুবাৰ শুনিছোঁ যে আমাৰ লগত যি ভালবেয়া হৈ আছে সেয়া সকলো ভগৱানে দেখি আছে , আৰু সকলো বেয়া বা আমাৰ দুখ দুৰ্গতি এদিন ভগৱানে মষিমূৰ কৰে। আৰু বহুজনে কোৱা শুনিছোঁ যে নিজৰ কৰ্ম কৰি গৈ থকা দৰকাৰী বাকী ঈশ্বৰৰ হাতত এৰি দিব লাগে। কিন্তু এই সংসাৰত জীৱনেContinue Reading

Share it with:
what happen to soul after death

 পৃথিৱীলৈ যিজন আহিব তেওঁৰ মৃত্যু অনিবাৰ্য , যিটো সৃষ্টিৰ আদিলগ্নৰ পৰা সত্য হৈ ৰৈছে। মৃত্যুৰ পিছত মৃতকৰ আত্মাক যমদূতে যমলোকলৈ লৈ যায়। গৰুড় পুৰাণ অনুসৰি ইঁহলোকৰ পৰা পৰলোকলৈ এই যাত্ৰা অত্যন্ত কঠিন। মৃতকৰ আত্মাই যিসমূহ কঠিন ৰাস্তা পাৰ হবলৈ হয়, তাৰ ভিতৰত অন্যতম হৈছে বৈতৰণী নদী। বৈতৰণী নদী পৃথিৱী আৰুContinue Reading

Share it with:
Husband and wife relationship

 এই কথাটো আমি প্ৰায়ে শুনি থাকোঁ যে স্বামী স্ত্ৰীৰ মাজত সাত জনমৰ সম্পৰ্ক থাকে। আমি সকলোৱে দেখিছোঁ যে বিবাহৰ সময়ত কইনা আৰু দৰাই ইজনে সিজনৰ সৈতে অগ্নি দেৱতাক সাক্ষী কৰি সাত পাক ঘুৰে ; আৰু সেই সাত পাকৰ মাজত মন্ত্ৰ উচ্চাৰণৰ মাধ্যমত সাত জন্মৰ প্ৰতিজ্ঞাক দৃঢ়তা দিয়া হয়। বহু সময়তContinue Reading

Share it with: