নিজৰ সন্তানক এই ৮ টা কথা সদায় কওঁক ! – শ্ৰীকৃষ্ণ অমৃত বাণী।

 সকলো অভিভাৱকে ভাবে যে নিজৰ সৰু শিশুটি ভাল হওঁক ডাঙৰ হওঁক, আৰু ভৱিষ্যত ডাঙৰ মানুহ হওঁক। কিন্তু বাস্তৱত সকলোৰে সেই ভাগ্য নাথাকে ফলত অভিভাৱকে তেওঁলোকৰ সন্তানক মানুহ কৰি গঢ়িবলৈ সক্ষম নহয় যাৰ পৰিপ্ৰেক্ষিতত সেই সন্তান ডাঙৰ হৈ সমাজৰ আৰু দেশৰ ক্ষতিসাধন কৰে, পৰিয়ালৰ সকলো মান সন্মান ধূলিত মিহলাই দিয়ে। এটা … Continue reading নিজৰ সন্তানক এই ৮ টা কথা সদায় কওঁক ! – শ্ৰীকৃষ্ণ অমৃত বাণী।Continue Reading