meaning of passing cat on the road

মেকুৰীয়ে ৰাস্তা কাটিলে সচাকৈ শুভ নে অশুভ ? – শ্ৰীকৃষ্ণ উপদেশ বাণী।

  এইটো এটি প্ৰচলিত কথা যে যদিহে মেকুৰীয়ে ৰাস্তা কাটি যাই সেয়া অশুভ। আৰু সেইবাবেই মেকুৰীয়ে ৰাস্তা কাটিলে পথেৰে গৈ থকা বহু মানুহে ৰাস্তাত কিছু সময়ৰ বাবে ৰৈ যায় আৰু অপেক্ষা কৰে অইন কোনোবাই প্ৰথমে ৰাস্তা পাৰ হোৱাৰ সময়লৈকে; আৰু তাৰ প্ৰধান উদ্দেশ্য হ’ল যে তেওঁৰ ওপৰত অহা অশুভ শক্তি যাতে দুৰ হৈ যায়। কিন্তু সত্য হৈছে যে সকলোঁ সময়তে মেকুৰী আগেৰে পাৰ হোৱাতো অশুভ নহয়।

meaning of passing cat on the roadtime period of success

ভগৱান শ্ৰী কৃষ্ণই কৈছিল যে মেকুৰী পথত আগেৰে পাৰ হৈ গলে তেতিয়াহে অমংগল হয় যেতিয়া মেকুৰীয়ে বাওঁফালৰ পৰা সোঁওফালে ৰাস্তা পাৰ হয় আৰু তেতিয়া পথত কিছুসময় ৰৈ দিয়া দৰকাৰী ; ইয়াৰ বাহিৰে অইন পৰিস্থিতিত মেকুৰী আগেৰে পথ অতিক্ৰম কৰিলে কোনো অশুভ বুলি বিবেচিত নহয়।

ROAD TRAFFIC ACCIDENT CAUSES

কুকুৰৰ দৰে মেকুৰীৰো চিন্তা শক্তি প্ৰৱল থাকে, আৰু সেইবাবেই মেকুৰীয়ে ভৱিষ্যতে ঘটা ঘটনাৰ অনুমান কৰিব পাৰে, আৰু সন্মুখত থকা জনক সতৰ্ক কৰি দিয়ে সন্মুখত ঘটিব লগীয়া অবাঞ্চিত বিপদৰ কথা , আৰু সেই ইংগিত প্ৰদান কৰিয়ে কৈ দিয়ে কিছু সময় ৰৈ দিবলৈ যাতে পথচাৰি জন সন্মুখৰ ৰৈ থকা বিপদৰ পৰা ৰক্ষা পৰিব পাৰে।

meaning of passing cat on the roadtime period of success

কিয় কোনো শিশু দুখীয়াৰ গৃহত আৰু কোনো ধনী গৃহত জন্ম হয় ? জানিবলৈ তলৰ ৰঙা আখৰ ক্লিক কৰক

কিয় কোনো শিশু দুখীয়াৰ গৃহত আৰু কোনো ধনী গৃহত জন্ম হয় ?

কোন ঘৰত ঈশ্বৰে কন্যা সন্তান জন্ম দিয়ে – শ্ৰীকৃষ্ণ বাণী। জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক

কোন ঘৰত ঈশ্বৰে কন্যা সন্তান জন্ম দিয়ে – শ্ৰীকৃষ্ণ বাণী।

লগতে মেকুৰী যদি নিজ গৃহলৈ আহি খুব কান্দিবলৈ ধৰে সেয়াও কিন্তু অমংগল হ’ব পাৰে যিয়ে পৰিয়ালৰ ওপৰত কুপ্ৰভাৱ পেলাব পাৰে ; আৰু সেই সংকেত হ’ব পাৰে পৰিয়ালৰ কাৰোবাৰ মৃত্যুৰ খবৰো। কিন্তু মেকুৰী যদি কাৰোবাৰ গৃহলৈ আহি গাখীৰ খাই বা সেই গৃহত পোৱালী জন্ম দিয়ে তেন্তে সেয়া কিন্তু অত্যন্ত শুভ সংকেত। আৰু এই কথাই সেই গৃহলৈ মালক্ষ্মী অথবা অৰ্থলাভৰ খবৰ লৈ আহিব পাৰে।

why good people feels sorrow

লগতে ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে এনেবোৰ বেয়া সংকেতৰ পৰা মুক্তি পাবলৈ নিজৰ গৃহত সত্য নাৰায়ন পূজা কৰা উচিত।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *